ধ
ধ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ধ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ধ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'ধ'ৰ লগত যোগ হ'লে |
---|---|
অ | ধ |
আ | ধা |
ই | ধি |
ঈ | ধী |
উ | ধু |
ঊ | ধূ |
ঋ | ধৃ |
ৠ | ধৄ |
এ | ধে |
ঐ | ধৈ |
ও | ধো |
ঔ | ধৌ |
যুক্তবৰ্ণ (ধ যোগ)
সম্পাদনা কৰকধ্ + ব = ধ্ব = ধ্বজ
ধ্ + য = ধ্য = বাধ্য
ধ্ + ৰ + উ = ধ্ৰু = ধ্ৰুৱ
'ধ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
সম্পাদনা কৰকতথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ