অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ধ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ধ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ধ'ৰ লগত যোগ হ'লে
ধা
ধি
ধী
ধু
ধূ
ধৃ
ধৄ
ধে
ধৈ
ধো
ধৌ

যুক্তবৰ্ণ (ধ যোগ) সম্পাদনা কৰক

ধ্ + ব = ধ্ব = ধ্বজ
ধ্ + য = ধ্য = বাধ্য
ধ্ + ৰ + উ = ধ্ৰু = ধ্ৰুৱ

'ধ'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • ধান
  • ধতুৰা
  • ধাৰ
  • ধন
  • ধৰা আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ