মিডিয়াৱিকি আলোচনা:Sitenotice
Maybe it is time to remove the notice about Wikimania from this page i.e. from the top of every page? // 213.89.235.163 ১৩:২০, ১৩ October ২০০৬ (UTC)
বাতিল সম্পাদনা কৰক
Hello, good news! Thanks to FreedomFighterSparrow and Brion, unregistered users can now hide the sitenotice again. Previously, they were forced to see it continuously.
In all cases, please use the sitenotice with care, and keep in mind that occasional visitors see sitenotices on all their visits, if they visit less than once a month or they don't click "dismiss" and save a cookie. Nemo 15:43, 24 মাৰ্চ 2015 (UTC)
Deletion সম্পাদনা কৰক
Why has this page been deleted? — গীতাৰ্থ বৰদলৈ (talk) 09:35, 14 জুন 2015 (UTC)
প্ৰজেক্ট টাইগাৰ ২.০ সম্পাদনা কৰক
@দিব্য দত্ত, Gitartha.bordoloi: Please update the Sitenotice to following: --SlowPhoton (talk) 17:04, 10 October 2019 (ইউ.টি.চি.)
ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ বাবে চলিচে প্ৰজেক্ট টাইগাৰ ২.০ অনলাইন সম্পাদনা মেলা।
অসমীয়া ভাষাৰ প্ৰবন্ধ সৃষ্টি বা বিস্তাৰত আপুনিও সহযোগ কৰক আৰু লাভ কৰক অকৰ্ষণীয় পুৰস্কাৰ।
- ok কৰা হ'ল দিব্য দত্ত (বাৰ্তা) 18:12, 10 October 2019 (ইউ.টি.চি.)
ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ সম্পাদনা কৰক
@দিব্য দত্ত, Gitartha.bordoloi: ছাইটনটিচটো সলনি কৰি দিব: --SlowPhoton (talk) 16:26, 23 January 2020 (ইউ.টি.চি.)
ৱিকিপিডিয়াত চলি আছে ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ অনলাইন সম্পাদনা মেলা।
আপুনিও ইয়াত যোগ দিয়ক আৰু অসমীয়া ভাষাৰ সমল বৃদ্ধিত সহভাগী হওক।
ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন সম্পাদনা কৰক
@দিব্য দত্ত, Gitartha.bordoloi:, অনুগ্ৰহ কৰি এই চাইট-নটিছখন আপডেট দি দিবচোন। বাবুল বৈশ্য (বাৰ্তা) 13:42, 30 June 2021 (ইউ.টি.চি.)
ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড নিৰ্বাচন ২০২১-ৰ বাবে ভোটাৰৰ যোগ্যতা সম্পৰ্কীয় চৰ্তাৱলী প্ৰকাশ পালে।
অনুগ্ৰহ কৰি এই সঁজুলি ব্যৱহাৰ কৰি আপোনাৰ ভোটদান কৰিব পৰা যোগ্যতা পৰীক্ষা কৰি চাওক।
নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২ সম্পাদনা কৰক
আপুনিও ইয়াত যোগ দিয়ক আৰু অসমীয়া ভাষাৰ সমল বৃদ্ধিত সহভাগী হওক।
ৱিকি লাভ্ছ লিটাৰেছাৰ, ২০২২ সম্পাদনা কৰক
আপুনিও ইয়াত যোগ দিয়ক আৰু অসমীয়া ভাষাৰ সমল বৃদ্ধিত সহভাগী হওক।
নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ সম্পাদনা কৰক
আপুনিও ইয়াত যোগ দিয়ক আৰু অসমীয়া ভাষাৰ সমল বৃদ্ধিত সহভাগী হওক।
স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথন সম্পাদনা কৰক
আপুনিও ইয়াত যোগ দিয়ক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত অসমৰ ব্যক্তিসকলৰ জীৱনী সংগ্ৰহৰ সহভাগী হওক।
পৰম বীৰ চক্ৰ এডিটাথন সম্পাদনা কৰক
আপুনিও অংশগ্ৰহণ কৰক আৰু এই যাত্ৰাৰ সহযাত্ৰী হওক।
মহাত্মা গান্ধী এডিটাথন, ২০২৩ সম্পাদনা কৰক
আপুনিও অংশগ্ৰহণ কৰক আৰু এই যাত্ৰাৰ সহযাত্ৰী হওক।
ৱিকিপিডিয়া এছিয়ান মাহ ২০২৩ সম্পাদনা কৰক
ৱিকিপিডিয়াত চলি আছে ৱিকিপিডিয়া এছিয়ান মাহ ২০২৩ অনলাইন সম্পাদনা মেলা।
আপুনিও ইয়াত যোগ দিয়ক আৰু অসমীয়া ভাষাৰ সমল বৃদ্ধিত সহভাগী হওক।