ৱিকিপিডিয়া:পৰম বীৰ চক্ৰ এডিটাথন


পৰম বীৰ চক্ৰ হৈছে ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা বা পদালংকাৰ। যুদ্ধৰ সময়ত বিশিষ্ট বীৰত্ব প্ৰদৰ্শনৰ বাবে এই বঁটা প্ৰদান কৰা হয়। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহলৈকে এই পদক ২১ বাৰ প্ৰদান কৰা হৈছে।

পৰম বীৰ চক্ৰ সম্পাদনা মেলা ৱিকিপিডিয়াত আয়োজন কৰা ৬ দিনীয়া প্ৰবন্ধ লেখন প্ৰতিযোগিতাৰ জৰিয়তে পৰম বীৰ চক্ৰৰ প্ৰাপকসকলৰ বিষয়ে প্ৰবন্ধ সৃষ্টি কৰিব পৰা যায়।

সময়সীমা

১৫ চেপ্তেম্বৰ ২০২৩ – ২০ চেপ্তেম্বৰ ২০২৩

প্ৰবন্ধৰ তালিকা

ইংৰাজী ৱিকিপিডিয়াত অসমীয়া ৱিকিপিডিয়াত অন্যান্য

যোগাযোগ (সমন্বয়ক)

-Nayan j Nath (বাৰ্তা) 19:45, 13 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অংশগ্ৰহণকাৰী

  1. চন্দন চিৰিং ফুকন ✉️ 03:24, 14 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. প্ৰণামিকা অধিকাৰী Pranamikaadhikary (বাৰ্তা) 14:04, 14 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Nayan j Nath (বাৰ্তা) 14:27, 14 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. দিব্য দত্ত (বাৰ্তা) 14:37, 14 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 13:08, 15 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. JyotiPN (বাৰ্তা) 13:36, 15 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. - অজয়  কথা-বতৰা 13:55, 15 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. ঈশান জ্যোতি বৰা (বাৰ্তা) 07:33, 16 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. দীপকজ্যোতি মহন্ত (বাৰ্তা) 10:41, 16 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. Rajdweep nlb (বাৰ্তা) 11:22, 16 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. Dasdipankar2005 (বাৰ্তা) 21:57, 16 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. Jadab2018 (বাৰ্তা) 23:11, 18 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নীতি

  • মূল প্ৰকল্পটো ৱিকিপিডিয়াত হ’ব যদিও ৱিকিডাটাত থকা তথ্য আৰু বিৱৰণো ইয়াৰ লগতে আপডেট কৰিব পৰা যাব।
  • সম্পাদনা মেলাৰ সময় ১৫ ছেপ্টেম্বৰৰ পুৱা ০০:০০ বজাৰ পৰা ২০ ছেপ্টেম্বৰ, নিশা ১১:৫৯:৫৯ বজালৈ। এই সম্পাদনা মেলাৰ অধীনত এই সময়ছোৱাত আগবঢ়োৱা অৱদানহে গ্ৰহণ কৰা হ’ব।
  • সম্প্ৰসাৰিত বা নতুন প্ৰবন্ধৰ ন্যূনতম ৩০০০ বাইট বা ৩০০ শব্দ থাকিব লাগিব।
  • সম্পূৰ্ণ যান্ত্ৰিক অনুবাদৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ গ্ৰহণ কৰা নহ'ব। মেচিন অনুবাদ ব্যৱহাৰ কৰিলেও এয়া ভাষিকভাৱে সঠিক হ’ব লাগিব।
  • প্ৰবন্ধৰ তালিকাৰ পৰা প্ৰবন্ধটো বাছনি কৰিব পাৰিব।
  • কপিৰাইট উলংঘা আৰু উল্লেখযোগ্যতাৰ সমস্যা থাকিব নালাগিব আৰু স্থানীয় ৱিকিপিডিয়াৰ নীতি অনুসৰি প্ৰবন্ধটোৰ সঠিক উল্লেখযোগ্যতা থাকিব লাগিব।
  • যিসকল অংশগ্ৰহণকাৰীয়ে অন্ততঃ এটা হ'লেও প্ৰবন্ধ সৃষ্টি কৰে তেওঁলোকক আয়োজকৰ ফালৰপৰা ই-চাৰ্টফিকেট প্ৰদান কৰা হ’ব।
  • এই সম্পাদনামেলাৰ বাবে Universal Code of Conduct অনুসৰণ কৰা হ'ব।

ফলাফল

সদস্যৰ নাম মুঠ বাইট
  • ৯৫৪৩১ বাইট
  • ৯০৭৮৫ বাইট
  • ৪৫১৯৩ বাইট
  • ৪০৯৭০ বাইট
  • ২৮৮১৫ বাইট
  • ২৮৪১১ বাইট
  • ২৪৬৪৫ বাইট
  • ২২২৮৩ বাইট
  • ১৭২৮৪ বাইট
  • ১৫৪২০ বাইট
  • ১১৭৫৩ বাইট
  • ১০৩৮৯ বাইট
  • ২৭৫১ বাইট