চ্যু-ণ্যেউ-ফা
(লক্ষ্মী সিংহৰ পৰা পুনঃনিৰ্দেশিত)
চুণ্যেউফা (১৭৬৯–১৭৮০) বা লক্ষ্মী সিংহ আছিল আহোম সাম্ৰাজ্যৰ এজন ৰজা আৰু পূৰ্বৰ স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ পুত্ৰ। তেওঁৰ পূৰ্বসূৰী স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ ৰাজপাটত বহে আৰু বৰকুঁৱৰী কুৰংগনয়নীক বিবাহ কৰায়। সিংহাসনত বহাৰ কিছুদিন পিছতেই মোৱামৰীয়া বিদ্ৰোহৰ ফলত তেওঁ সিংহাসনচ্যুত হৈ বন্দী হ'বলগাত পৰে। ইয়াৰে কিছুমাহৰ পিছত কুৰংগনয়নীৰ সহায়ত বিদ্ৰোহীসকলক দমন কৰি বিদ্ৰোহৰ নেতা ৰাঘ বৰবৰুৱাক ক্ষমতাচ্যুত কৰি হেৰুৱা সিংহাসন পুনৰুদ্ধাৰ কৰে।
চাওফা চুণ্যেউফা | |
---|---|
চাওফা
| |
ৰাজত্ব | ১৭৬৯-১৭৮০ |
অভিষেক | ১৭৬৯ |
উত্তৰসূৰী | চুহিত্পংফা |
সম্পূৰ্ণ নাম | |
চাওফা চুণ্যেউফা | |
বাসগৃহ | তুংখুঙীয়া ফৈদ, আহোম ৰাজবংশ |
ধৰ্ম | হিন্দু ধৰ্ম |
|
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- Gogoi, Padmeshwar (1968), The Tai and the Tai Kingdoms, প্ৰকাশক Guwahati: Gauhati University