module সম্পাদনা কৰক

আছানে? Module:Convert পৃষ্ঠটোত কি গণ্ডগোল চাবাচোন। "জুল" আদি প্ৰবন্ধত error আহি আছে। — গীতাৰ্থ বৰদলৈ (talk) 06:35, 14 July 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

শ্ৰেণীকৰণ পদক সম্পাদনা কৰক

  শ্ৰেণীকৰণ পদক
অসমীয়া ৱিকিপিডিয়াত থকা অশ্ৰেণীকৃত বিভিন্ন প্ৰবন্ধসমূহৰ শ্ৰেণী যোগ কৰাৰ বাবে এই পদক প্ৰদান কৰা হ'ল। -অজয় দাস (বাৰ্তা) 13:54, 3 January 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক
বঢ়িয়া কাম কৰি আছা অম্লান। — গীতাৰ্থ বৰদলৈ (talk) 05:37, 28 February 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

তৰালী শৰ্মা পৃষ্ঠাটোৰ বিষয়ে সম্পাদনা কৰক

তৰালী শৰ্মা পৃষ্ঠাটো "তৰালি শৰ্মা" কৰা যাওক। হেমকোষত "তৰালী" শব্দ নাই। শুদ্ধ বানানটো "তৰালি"হে হ'ব লাগে!! NabaJyoti (talk) 04:36, 4 August 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

@NabaJyoti: Since it it a name or proper noun we can't compare it with a dictionary entry. Only thing matters is how Tarali Sarma spells her name herself. Many sources write is as তৰালী, so I suggest that we keep the name as তৰালী. --SlowPhoton (talk) 04:11, 5 August 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

সাঁচ:বিজতৰীয়া ভাষা সম্পাদনা কৰক

Dear editor, you are prompt enough to redirect the template সাঁচ:বিজতৰীয়া ভাষা to সাঁচ:অনুবাদ resulting into misinterpretation of the situation in the newly created articles where the template was used. It sounded satirical but it needs to be as such only. If the articles , as per you , are still under translation, then why the inter-wiki links were inserted ? The exact intention of the creator of those articles can be best described with the সাঁচ:বিজতৰীয়া ভাষা as template was deliberately created to serve the purpose যেনে কুকুৰ, তেনে টাঙোন in such situation. Someone should just add a speedy deletion tag thereafter or even straightway be got rid of such articles through one of the very few ৱিকিজামাদাৰs if they are not on strike. This may be adequate treatment of such articles and their creators. Why are you avoiding the fact that this has been a deliberate attempt to corrupt and insult the Assamese language by unscrupulous elements in this stage that is visible world-wide ? JBDVIJASDVI (talk) 06:56, 30 October 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

@JBDVIJASDVI: Hello JBDVIJASDVI, I understand and respect your emotions. However, Wikipedia is not a place to take revenge (or to show যেনে কুকুৰ, তেনে টাঙোন behavior). Wikipedia is a collaborative space where anyone can edit. Wikipedia should be a safe space to all of its users and verbally attacking or shaming or bullying someone is not acceptable. You can go through ৱিকিপিডিয়া:নীতি আৰু নিৰ্দেশনাসমূহ or en:Wikipedia:Policies and guidelines to have a better understanding of the same. If you think some article is not following the guidelines, you can tag them for speedy deletion or send a message to the creator of that article. Moreover, I believe the better thing to do is to edit the article yourself and bring it up to Wikipedia standard. And don't worry, admins will do the cleanup as soon as possible. In my opinion সাঁচ:বিজতৰীয়া ভাষা doesn't follow Wikipedia standard and the template that is close to it is সাঁচ:অনুবাদ, hence the redirection. --SlowPhoton (talk) 07:18, 30 October 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

On working together সম্পাদনা কৰক

I was feeling alone in হালধীয়া চোলাবোৰৰ আন্দোলন. Thank you. Assamese Wikipedia needs to be like a game of football where a good goal is an assured outcome of an equally good pass. JBDVIJASDVI (talk) 02:57, 27 December 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

@JBDVIJASDVI: It's a pleasure. Thank you for writing a good article. --SlowPhoton (talk) 03:24, 27 December 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

ডিচেম্বৰ মাহৰ ৱিকিপিডিয়ান সম্পাদনা কৰক

  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

-- চাণক্য (বাৰ্তা) 14:43, 28 December 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক
@ViśvakoṣaSampādaka: Thank you চাণক্য. Not to sound unappreciative, but this was not really necessary. It would be better to award new emerging wikipedians to encourage them rather than old souls like me, cause you know I am here to stay :P. --SlowPhoton (talk) 16:27, 28 December 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক
@SlowPhoton: জলি বাইদেৱে ইতিমধ্যে নতুন ৱিকিপিডিয়ান দুজনমানক পদক প্ৰদান কৰিছেই। তথাপিও আপোনাৰ নেৰানেপেৰা সম্পাদনাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক প্ৰদান কৰিলোঁ। শুভৰাত্ৰি। -- চাণক্য (বাৰ্তা) 16:44, 28 December 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক
আন্তৰিক অভিনন্দন অম্লান! You deserve it more than anyone else :) --জলি বৰা (talk) 17:03, 28 December 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক
@ViśvakoṣaSampādaka, Joli: Thank you all. I appreciate it. --SlowPhoton (talk) 17:12, 28 December 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

bot সম্পাদনা কৰক

চাইপু বৰুৱাই "সদস্য:Ucodebot"ৰ দায়িত্ব তোমাক দিছিল নেকি? ৱিকিউৎসতো এনেকুৱা এটা লগা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 12:35, 30 December 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Gitartha.bordoloi:, নাই দিয়া :( --SlowPhoton (talk) 16:00, 30 December 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

শুভ নৱবৰ্ষ! সম্পাদনা কৰক

Send New Year cheer by adding {{subst:Happy New Year}} to user talk pages.


সহায় সম্পাদনা কৰক

ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ দাদা।

ভেংকটৰমণ ৰামাকৃষ্ণণ প্ৰবন্ধটোত থকা {{Infobox Officeholder}} -ৰ ভিতৰত থকা {{Infobox scientist}} -ৰ তথ্যখিনি দেখুওৱা নাই। সাঁচটোত কিবা গোণ্ডগোল আছে। অকণমান চাই দিবচোন। -- চাণক্য (বাৰ্তা) 14:52, 14 January 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@ViśvakoṣaSampādaka:   কৰা হ'ল --SlowPhoton (talk) 07:08, 15 January 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

পৃষ্ঠা আমদানি সম্পাদনা কৰক

পৃষ্ঠা আমদানি (বিশেষ পৃষ্ঠাসমূহত থকা) সুবিধা নিষ্ক্ৰিয় হৈ আছে। কেনেকৈ সক্ৰিয় কৰিব পাৰি? — গীতাৰ্থ বৰদলৈ (talk) 06:12, 5 February 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Gitartha.bordoloi: বিশেষ:আমদানি এইটোৰ কথা কৈছে নেকি? মোৰ ব্যৱহাৰৰ অনুমতি নাই। কেৱল প্ৰশাসকসকল, আমদানীকৰ্তা, ট্ৰেন্সৱিকি আমদানিকৰ্তাইহে ব্যৱহাৰ কৰিব পাৰে। --SlowPhoton (talk) 09:55, 5 February 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
অহ্‌ তুমি প্ৰশাসক হৈ আছা বুলি ভাবিছিলোঁ। প্ৰশাসকৰ কাৰণেও আমদানি নিষ্ক্ৰিয় হৈ আছে বাৰু। — গীতাৰ্থ বৰদলৈ (talk) 07:14, 9 February 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

“ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণ সম্পাদনা কৰক

 

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!

বিতংকৈ জানিবলৈ:

ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯

--MediaWiki message delivery (talk) 16:53, 11 February 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

--ShangNam (talk) 10:38, 1 মে' 2019 (ইউ.টি.চি.)

@ShangNam:, সাঁচটো সংযোগ কৰা হ'ল। এতিয়া ব্যৱহাৰ কৰিব পাৰিব। --SlowPhoton (talk) 14:52, 1 মে' 2019 (ইউ.টি.চি.)

আপোনাৰ ফোন নম্বৰটো দিবচোন সম্পাদনা কৰক

Plz send me your ph no Bhaskarjyoti Bhuyan (talk) 16:33, 25 মে' 2019 (ইউ.টি.চি.)

কপিলা বাৎসায়ন সম্পাদনা কৰক

কপিলা বাৎসায়নৰ ফটোখন কিয় আঁতৰোৱা হ'ল অনুগ্ৰহ কৰি জনাব।

@নয়ন জ্যোতি নাথ: কপিলা বাৎসায়নৰ আলোকচিত্ৰ এখন আছেই। সেয়ে sketch খনতকৈ আলোকচিত্ৰখনক প্ৰাধান্য দিয়া হ'ল। আপুনি আপলোড কৰা sketch খন কমন্সৰ শ্ৰেণীত (c:Category:Kapila Vatsyayan) সংযোগ কৰি দিলোঁ। --SlowPhoton (talk) 14:01, 3 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

Biotechnology আৰু Genetics সম্পাদনা কৰক

Biotechnology আৰু Genetics অসমীয়াত কি হব বাৰু ? ৱিকিপিডিয়া:অত্যাৱশ্যকীয়_প্ৰবন্ধসমূহৰ_তালিকাত আপোনাৰ বৰঙণিৰ বাবে ধন্য়বাদ মই জীৱবিজ্ঞান, জৈবিক প্ৰক্ৰিয়া শৰীৰস্থান স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানত সাধ্য়ানুসৰি সহায় সহযোগিতা আগ বঢ়াম |--ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী 06:36, 6 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@KhiLanTzi: আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। এই তালিকাত অন্তৰ্ভূক্ত সকলো প্ৰবন্ধ প্ৰজেক্ট টাইগাৰ ২.০ ৰ বাবে বিবেচিত হ'ব। Biotecnology -> জৈৱপ্ৰযুক্তি আৰু Genetics -> আনুবংশিক বিজ্ঞান হ'ব লাগে। অসমীয়া পৰিভাষাৰ বাবে পৰিভাষা, শব্দ অভিধান আৰু চন্দ্ৰকান্ত অভিধান-ৰ সহয় ল'ব পাৰে। অসমীয়া ৱিকিমিডিয়ানসকলৰ এক WhatsApp গোটো আছে। তাত কিবা সহায়ৰ প্ৰয়োজন হ'লে সহজেই পাব পাৰি। আপুনি যদি আগ্ৰহী, আপোনাৰ নম্বৰৰটো দিলে মই গোটতোত যোগ কৰি দিব পাৰিম। --SlowPhoton (talk) 07:03, 6 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

Community Insights Survey সম্পাদনা কৰক

RMaung (WMF) 14:33, 6 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

Reminder: Community Insights Survey সম্পাদনা কৰক

RMaung (WMF) 15:09, 20 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৰুপান্তৰ সম্পাদনা কৰক

অম্লান, সময় পালে এই চিত্ৰ:Assamese Language.jpg ছবিখন পাঠ্যলৈ পৰিবৰ্তন আৰু লগতে চিত্ৰখনত বিলোপ টেগ লগাই ৰাখিবাচোন। বিষ্ণু শইকীয়া 04:50, 23 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

ঠিক আছে। চেষ্টা কৰি চাম বাৰু। --SlowPhoton (talk) 05:16, 23 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

অমূল্য অৱদান পদক সম্পাদনা কৰক

  অমূল্য অৱদান পদক
অসমীয়া ৱিকিমিডিয়াৰ সৰ্বাংগীন উন্নতিৰ বাবে তোমাৰ নিৰলস প্ৰচেষ্টা আৰু দীৰ্ঘদিন ধৰি আগবঢ়াই অহা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা স্বৰূপে এই পদকটো আগবঢ়ালোঁ। আশা কৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা।

--জলি বৰা (talk) 03:22, 29 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

অশেষ ধন্যবাদ @Joli: বা 🙏 --SlowPhoton (talk) 05:10, 30 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

Reminder: Community Insights Survey সম্পাদনা কৰক

RMaung (WMF) 19:01, 3 October 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

INFOBOX FOOD সম্পাদনা কৰক

নমস্কাৰ, INFOBOX FOOD টো অসমীয়া ৱিকিপিডিয়াত উপলব্ধ নহয় নেকি??--ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী 08:02, 20 October 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@KhiLanTzi:, আগতে {{Infobox prepared food}} নামেৰে আছিল, এতিয়া সলনি কৰি দিছোঁ। {{Infobox food}} নামেৰে ব্যৱহাৰ কৰিব পাৰিব। --SlowPhoton (talk) 04:25, 24 October 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

র and ৰ সম্পাদনা কৰক

Hi, why you are changing url's র with ৰ and newspaper title's র with ৰ? I think it should not be changed as they are urls and news articles.

Sorry for English. I have primary knowledge on Assamese.--S. M. Nazmus Shakib (talk) 05:36, 27 October 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@S. M. Nazmus Shakib: Here in Assamese Wikipedia Assamese ৰ are used even while citing. Even if I don't do manually, bot will change all র to ৰ. Also please try to expand all the articles you have created. These are in stub level and if they remain the same, eventually might get deleted. --SlowPhoton (talk) 05:42, 27 October 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
Ok. Thanks for explaining. I have entered one url that you changed. I can enter easily, no problem found. And as it is a rule of Assamese Wikipedia, it should be followed.
I have primary knowledge on Assamese. But, it has enough increased in last few days by using Assamese Wikipedia. You can see the article of হাছিবুল ইছলাম মিজান is larger than other articles that I have created. But, it needs time for me to make a enough large article.-- S. M. Nazmus Shakib (talk) 05:53, 27 October 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
মই ৱিকিপিডিয়াৰ নতুন সদস্য। গতিকে ৱিকিৰ বিষয়ে মই তেনেই কম জানিব পাৰিছো। বাৰে বাৰে ভুল হৈ আছে। যেনে র আৰু ৰ । মানে মই বঙালি ৰ কে ব্যৱহাৰ কৰিছিলোঁ। কিন্তু সেয়া প্ৰথম দুই তিনিটামানতহে হৈছিল। ইয়াৰ পিছৰবোৰত মই বঙালি ৰ দিয়া নাই। মই দেখা পাওঁ যে আপুনি প্ৰায়বোৰ ৰ থকা শব্দবোৰ সম্পাদনা কৰে। সেয়ে আপোনাক জনাব বিচাৰিলো যে মোৰ প্ৰবন্ধবোৰত আপুনি ভালেমান সময় নষ্ট কৰি সেইবোৰ সম্পাদনা কৰে। কিন্তু মই আশাবাদী বা আপুনিও আশা ৰাখিব পাৰে যে পিছৰ বিলাকত ৰ লৈ চিন্তা কৰিব নালাগে। মই আৰু বঙালি ৰ ব্যাৱহাৰ কৰি থকা নাই। ইয়াৰ উপৰি কৰিব লগা কামখিনি তো কৰিব লাগিবই, যেনেঃ বানান, বাক্য গাঁথনি, শ্ৰেণী, সাঁচ, ইত্যাদি। Yuvomilan Dev Society (talk)

সত্যাপনযোগ্যতা সাঁচ অপসাৰণ কৰাৰ বাবে অনুৰোধ সম্পাদনা কৰক

মহোদয়,

মই ৰচনা কৰা দীপলিনা ডেকা নামক প্রবন্ধত আপুনি সত্যাপনযোগ্যতা সাঁচ সংযোগ কৰিছে । উক্ত প্রবন্ধত মই নতুনকৈ আৰু অধিক তথ্যসুত্র সংযোজন কৰিছো । অনুগ্রহ কৰি মোৰ নতুন সংযোজিত তথ্যসুত্রসমূহ পৰীক্ষণ কৰি চাওক, যদিহে মোৰ সংযোজন গ্রহণযোগ্য হয় তেন্তে কৃপাবশতঃ মই ৰচিত প্রবন্ধৰ পৰা সত্যাপনযোগ্যতা সাঁচ অপসাৰণ কৰিব । ধন্যবাদ--Amrit barman (talk) 15:24, 21 November 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Amrit barman: অসমীয়া ৱিকিপিডিয়াত আপোনাৰ সম্পাদনা কৰাৰ প্ৰয়াসক সলাগ জনাইছোঁ। ৱিকিপিডিয়াত তথ্যসূত্ৰ কেনেকৈ দিব লাগে তাৰ বহুতো নীতি নিৰ্দেশনা আছে। আপুনি দীপলিনা ডেকা প্ৰবন্ধটোত যোগ কৰা তথ্যসূত্ৰসমূহ বিশ্বাসযোগ্য উৎসৰ যেন নালাগে। Biography Insider, assamese-jokes-quotes.online, Biography Mart আদি ৱেবছাইটৰ বিশ্বাসযোগ্যতা সন্দেহজনক। Google Search result-ক তথ্যসূত্ৰৰূপে দিব নোৱাৰি। পাৰিলে বিশ্বাসযোগ্য উৎস যেনে, বাতৰি কাকত, প্ৰকাশিত গ্ৰন্থ আদিৰ তথ্যসূত্ৰ দিব। অধিক জানিবৰ বাবে en:Wikipedia:Reliable sources চাওক। বৰ্তমানে ৱিকিপিডিয়াৰ নীতি অনুসৰি সত্যাপনযোগ্যতা সাঁচ-টো প্ৰবন্ধটোত থকাতো বাঞ্ছনীয়। ভবিষ্যতে বিশ্বাসযোগ্য উৎস সংযোগ কৰিলে আঁৰতাই দিব পৰা যাব। --SlowPhoton (talk) 04:15, 22 November 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰজেক্ট টাইগাৰ ২.০ সম্পাদনা কৰক

প্ৰজেক্ট টাইগাৰ ২.০ - সম্পাদনা মেলাৰ [তালিকাত] উল্লেখিত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী খেলুৱৈসকলৰ তালিকাত চৰদাৰা সিং, ৰাজ্যৱৰ্ধন সিং ৰাথোড় আৰু ন'বেল বঁটা বিজয়ীসকলৰ তালিকাত মাইকেল ক্ৰেমাৰ অন্তৰ্ভুক্ত নহ'ব নেকি?-অজয় দাস (বাৰ্তা) 07:01, 24 November 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@অজয় দাস: ভাৰতীয় তালিকাত থকা প্ৰবন্ধসমূহ মূলতঃ listicle বা তালিকা-ভিত্তক-প্ৰবন্ধহে। তাত কোনো specific ব্যক্তি বা খেলুৱৈৰ নাম উল্লেখ নাই। মেটাৰ তালিকাখনতো কেৱল list বুলিহে লিখা আছে। --SlowPhoton (talk) 08:20, 24 November 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
বুজিলোঁ।-অজয় দাস (বাৰ্তা) 09:19, 24 November 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

পদক সম্পাদনা কৰক

 

অনুপ্ৰাণিত ৱিকিপিডিয়ান


অসমীয়া ৱিকিপিডিয়াত আপোনাৰ একাণপতিয়া অৱদান দেখি আমি অভিভূত হৈছোঁ। আপোনাৰ নিস্বাৰ্থ অৱদানৰ বাবে এই সামান্য পদক আগবঢ়ালোঁ

-অজয় দাস (বাৰ্তা) 04:13, 28 November 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

🙏 ধন্যবাদ @অজয় দাস: --SlowPhoton (talk) 04:59, 28 November 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
"SlowPhoton/Archive/2017-2019"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।