৩০ ডিচেম্বৰ
তাৰিখ
ডিচেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৩ |
৩০ ডিচেম্বৰ (ইংৰাজী: 30 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৬৪তম (অধিবৰ্ষত ৩৬৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী সম্পাদনা কৰক
- ১৯২২ - ৰাছিয়াৰ নতুন নাম ছোভিয়েট যুক্তৰাষ্ট্ৰ হয়।[1]
- ১৯০৬ - সৰ্বভাৰতীয় মুছলিম লীগ প্ৰতিষ্ঠা কৰা হয়।[1]
জন্ম সম্পাদনা কৰক
- ১৮৬৫ - ৰুডিয়াৰ্ড কিপলিং, ন'বেল বঁটা বিজয়ী ভাৰতীয়-ইংৰাজ সাহিত্যিক।
- ১৮৮৭ - কে এম মুন্সী, ভাৰতীয় বিদ্যাভৱনৰ প্ৰতিষ্ঠাতা।
- ১৯১৬ - এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম, ভাৰতীয় মডেল, অভিনেত্ৰী, আৰু হিন্দী ছবি জগতৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক।
- ১৯৩০ - তু ইউইউ, চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক।
মৃত্যু সম্পাদনা কৰক
- ১৯৭১ - বিক্ৰম সাৰাভাই, ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ।
- ২০০৭ - কিংকৰী দেৱী, ভাৰতীয় কৰ্মী আৰু পৰিৱেশবিদ।
- ২০১৮ - মৃণাল সেন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
দিৱস সম্পাদনা কৰক
- ৰিজাল দিৱস (ফিলিপাইন)।
তথ্যসূত্ৰ সম্পাদনা কৰক
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩০ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |