২৫ ডিচেম্বৰ
তাৰিখ
২৫ ডিচেম্বৰ (ইংৰাজী: 25 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫৯ তম (অধিবৰ্ষত ৩৬০ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
জন্মসম্পাদনা কৰক
- ১৯২৪ চনৰ আজিৰ দিনটোত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট কবি আৰু ভাৰত ৰত্ন অটল বিহাৰী বাজপায়ীয়ে জন্ম গ্ৰহণ কৰিছিল।
মৃত্যুসম্পাদনা কৰক
- বিশ্ব প্ৰসিদ্ধ ব্যঙ্গ অভিনেতা চাৰ্লি চেপলিনৰ ১৯৭৭ চনৰ আজিৰ দিনটোত ৮৮ বছৰ বয়সত মৃত্যু হয়।
দিৱসসম্পাদনা কৰক
- আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলৰ প্ৰধান উৎসৱ বৰদিন।
- আজি ভাৰত চৰকাৰৰ সু-প্ৰশাসন দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৫ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |