১৭ ডিচেম্বৰ
তাৰিখ
১৭ ডিচেম্বৰ (ইংৰাজী: 17 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫১ তম (অধিবৰ্ষত ৩৫২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৯৯৬ চনৰ আজিৰ দিনটোত কফি আনন ৰাষ্ট্ৰসংঘৰ মহা-সচিব পদত অধিষ্ঠিত হৈছিল।
জন্মসম্পাদনা কৰক
মৃত্যুসম্পাদনা কৰক
- অসমীয়া বোলছবিৰ প্ৰথম নায়িকা আইদেউ সন্দিকৈ ২০০২ চনৰ আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰিছিল।
দিৱসসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৭ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |