২২ ডিচেম্বৰ
তাৰিখ
২২ ডিচেম্বৰ (ইংৰাজী: 22 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫৬ তম (অধিবৰ্ষত ৩৫৭ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৯৮৯ চনৰ আজিৰ দিনটোত সুদীৰ্ঘ ৩০ বছৰৰ মূৰত বাৰ্লিনৰ প্ৰসিদ্ধ ব্ৰেদেনবাৰ্গ গেট মুকলি কৰা হ্য়।
- ২০০০ চনৰ আজিৰ দিনটোত পপ তাৰকা মেড'না চিত্ৰ নিৰ্দেশক গাই ৰিত্চিৰ সৈতে বিবাহপাশত আবদ্ধ হ্য়।
- ১৮৫১ চনৰ আজিৰ তাৰিখত ভাৰতৰ প্ৰথম মালবাহী ৰে'ল সেৱা ৰুৰকীত আৰম্ভ কৰা হ্য়।
জন্মসম্পাদনা কৰক
- ১৯২৪ চনৰ আজিৰ দিনটোত অসমৰ স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হৈছিল।
- শিখ গুৰু গোবিন্দ্ সিংৰ আজি ওপজাদিন। তেওঁ ১৬৬৬ চনত জন্ম গ্ৰহণ কৰিছিল।
- ১৮৮৭ চনৰ আজিৰ দিনটোত বিশ্বপ্ৰসিদ্ধ ভাৰতীয় গাণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
দিৱসসম্পাদনা কৰক
- আজি ভাৰতীয় গণিত দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২২ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |