৮ ডিচেম্বৰ
তাৰিখ
৮ ডিচেম্বৰ (ইংৰাজী: 8 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪২ তম (অধিবৰ্ষত ৩৪৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
- ১৯৪৪ চনৰ আজিৰ দিনটোত অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- অসমৰ ক্ৰীড়া জগতৰ এক উজ্জ্বল তাৰকা তথা আন্তৰ্জাতিক এথলীট জুনুমণি শইকীয়াৰ মৃত্যু হয় ২০০২ চনৰ আজিৰ দিনটোতে।
দিৱসসম্পাদনা কৰক
- জাপানত বুদ্ধ ধৰ্মাৱলম্বী সকলে আজি বুদ্ধ দিৱস (ব'ধি দিৱস)।
- আজি ৰোমানিয়াৰ সংবিধান দিৱস।
- আজি উজবেকিস্তানৰ সংবিধান দিৱস।
- আজি এলবেনিয়াৰ ৰাষ্ট্ৰীয় যুৱক দিৱ্স।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৮ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |