চুবিণ্‌ফা

(চুবিন্‌ফাৰ পৰা পুনঃনিৰ্দেশিত)


চুবিণ্‌ফা বা চাওলুং চ্যু-বিণ্‌-ফা (আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇𑜡) আহোম ৰাজ্যৰ তৃতীয়জন স্বৰ্গদেউ (চাওফা) আছিল। তেখেত চাওলুং চুতেওফাৰ বৰ পুতেক আছিল। তেখেত ১২৮১ চনত ৰাজপাটত বহে।

চুবিণ্‌ফা
চাওলুং আহোম ভাষা
অসম ৰাজ্য বা মুঙ দুন চুন খামৰ তৃতীয়জন চাওফা
চুখাংফা
সম্পূৰ্ণ নাম
চাওলুং চ্যু-বিণ্‌-ফা
থলুৱা নাম 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇𑜡চাও-লুং চ্যু-বিন-ফা
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

চুবিনফাই ৰাজ্যৰ প্ৰজাক বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ অধীনলৈ দুটা ভাগত নি ৰাজ্যৰ শাসন-কাৰ্য অধিক কাৰ্য্যক্ষম আৰু সুচল কৰে। চুবিনফাই ত্যাওকাংবণ্ডুকা নাম মিচিং সম্প্ৰদায়ৰ ব্যক্তি এজনৰ কন্যা হিঙ্গুলীক বিয়া কৰাই আৰু বৰকুঁৱৰীৰ মৰ্য্যদা দিয়ে।

এইজনা স্বৰ্গদেউৰ দিনতেই সাতঘৰীয়া আহোমৰ সৃষ্টি হয়।

চুবিনফাৰ দিনত থাওৰুৰু বুঢ়াগোঁহাই আৰু চাওপাংবণ্ডুক বৰগোঁহাই আছিল।