১. প্ৰতিভাবান নবাগত লেখক পদক: আগষ্ট, ২০১৪

প্ৰতিভাবান নবাগত লেখক পদক
প্ৰাণী, জগৎ (জীৱবিজ্ঞান), পৰ্ব (জীৱবিদ্যা) শীৰ্ষক প্ৰবন্ধ সৃষ্টি তথা অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়ালৈ আপুনি যি অৱদান আগবঢ়াইছে, তাৰ স্বীকৃতি স্বৰূপে আপোনালৈ এই সামান্য পদক আগবঢ়োৱা হ'ল। আশা কৰোঁ, অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰিবলৈ আপুনি নিৰন্তৰ সেৱা আগবঢ়াই যাব। বাবুল বৈশ্য 15:48, 16 আগষ্ট 2014 (UTC)

২. অক্লান্ত কৰ্মী পদক: নৱেম্বৰ, ২০১৪

অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া 11:20, 5 নৱেম্বৰ 2014 (UTC)

৩. এই মাহৰ ৱিকিপিডিয়ান: নৱেম্বৰ, ২০১৪

এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে নৱেম্বৰ, ২০১৪ মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে- অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

৪. এই মাহৰ ৱিকিপিডিয়ান: মাৰ্চ, ২০১৫

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


৫. বিশেষ বঁটা (শলাগনি): জুন, ২০১৫

বিশেষ বঁটা
শেহতীয়া ভাবে আপুনি ইমান কাম কৰি আছে যে আপোনাক ধন্যবাদ নজনাই নোৱাৰিলোঁ। আশাকৰোঁ আপোনাৰ এই উদ্যম অক্ষুণ্ন থাকিব। প্রভাকৰ শৰ্মা নেওগ (talk) 14:49, 24 জুন 2015 (UTC)

৬. এই মাহৰ ৱিকিপিডিয়ান: জুন, ২০১৫

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ



৭. অনুপ্ৰাণিত ৱিকিপিডিয়ান: আগষ্ট, ২০১৫

অনুপ্ৰাণিত ৱিকিপিডিয়ান


অসমীয়া ৱিকিপিডিয়াত তোমাৰ একাণপতিয়া অৱদান দেখি আমি অভিভূত হৈছোঁ। তোমাৰ নিস্বাৰ্থ অৱদানৰ বাবে এই সামান্য উপহাৰ আগবঢ়ালোঁ"
প্রভাকৰ শৰ্মা নেওগ (talk) 09:07, 12 August 2015 (UTC)

৮. এই মাহৰ ৱিকিপিডিয়ান: অক্টোবৰ, ২০১৫

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


৯. জীৱবিজ্ঞানৰ ভোটাতৰা পদক: অক্টোবৰ, ২০১৫

জীৱবিজ্ঞানৰ ভোটাতৰা
জীৱবিজ্ঞান সম্পৰ্কীয় ভালেমান উপযুক্ত প্ৰবন্ধৰে অসমীয়া ৱিকিক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালো৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ জলি বৰা (talk) 22:45, 29 October 2015 (ইউ.টি.চি.)

১০. The Asian Month Barnstar: ডিচেম্বৰ, ২০১৫

The Asian Month Barnstar
Thanks for your great contribution in Wikipedia Asian Month 2015! AddisWang (talk) 04:16, 2 December 2015 (ইউ.টি.চি.)

১১. অক্লান্ত কৰ্মী পদক: মে' ২০১৬

অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়া আৰু ৱিকিউৎসত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্প দুটাক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব। — গীতাৰ্থ বৰদলৈ (talk) 18:51, 31 মে' 2016 (ইউ.টি.চি.)

১২. ফটোগ্ৰাফাৰৰ পদক: মাৰ্চ, ২০১৯

ফটোগ্ৰাফাৰৰ পদক
যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহৰ বাবে উপযোগী বহুতো মূল্যৱান চিত্ৰ যোগ দি আপুনি আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে এই পদক প্ৰদান কৰিলো৷ আগলৈকে একেই উৎসাহেৰে কাম কৰি যাব বুলি আশা ৰাখিছোঁ৷-- জলি বৰা (talk) 17:40, 31 March 2019 (ইউ.টি.চি.)

১৩. কাৰিকৰী পদক: মে', ২০১৯

কাৰিকৰী বিশেষজ্ঞ পদক
'অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ_
— গীতাৰ্থ বৰদলৈ (talk) 09:09, 31 May 2019 (ইউ.টি.চি.)

১৪. ফুলকোঁৱৰ পদক: জুন, ২০১৯

ফুলকোঁৱৰ পদক
ফুল সম্পৰ্কীয় ভালেমান উপযুক্ত প্ৰবন্ধৰে অসমীয়া ৱিকিক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অজয় দাস (বাৰ্তা) 11:37, 21 June 2019 (ইউ.টি.চি.)

১৫. টাইগাৰ প্ৰবন্ধকাৰ পদক: জানুৱাৰী, ২০২০

টাইগাৰ প্ৰবন্ধকাৰ পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি বাঘৰ দৰে উদ্দ্যমেৰে ২৭ টা প্ৰবন্ধ যোগ দি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ৷ অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয়। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে ২০৫ টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 10:57, 21 January 2020 (ইউ.টি.চি.)

১৬. ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰ: এপ্ৰিল, ২০২০

ৱিকি লাভ্‌ছ ৱুমেন পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ৷ আপোনাক জনাব পাই সুখী হৈছোঁ যে এই সম্পাদনা মেলাত আপোনাৰ দৰে ৯ গৰাকী স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীয়ে ১৩৫ টা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া ভঁৰাল টনকিয়াল কৰিলে। আশা ৰাখিছোঁ আগলৈয়ো একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 04:43, 3 April 2020 (ইউ.টি.চি.)

১৭. কাৰিকৰী বিশেষজ্ঞ পদক: মে', ২০২০

কাৰিকৰী বিশেষজ্ঞ পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ - চাণক্য (বাৰ্তা) 04:45, 30 May 2020 (ইউ.টি.চি.)

১৮. Wiki Loves Women South Asia Barnstar Award

Greetings!

Thank you for contributing to the Wiki Loves Women South Asia 2020. We are appreciative of your tireless efforts to create articles about Women in Folklore on Wikipedia. We are deeply inspired by your persistent efforts, dedication to bridge the gender and cultural gap on Wikipedia. Your tireless perseverance and love for the movement has brought us one step closer to our quest for attaining equity for underrepresented knowledge in our Wikimedia Projects. We are lucky to have amazing Wikimedians like you in our movement. Please find your Wiki Loves Women South Asia postcard here. Kindly obtain your postcards before 15th July 2020.

Keep shining!

Wiki Loves Women South Asia Team

১৯. বিশিষ্ট লেখক পদক

বিশিষ্ট লেখক পদক।
ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

২০. পঞ্চশতক তাৰকা পদক

পঞ্চশতক তাৰকা পদক
অসমীয়া ৱিকিপিডিয়াত ৫০০+ প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়াক সমৄদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে আপোনালৈ এই পদক আগবঢ়াবলৈ পাই অত্যন্ত সুখী আৰু গৌৰৱবোধ কৰিছোঁ। আশাকৰোঁ আপুনি এনেদৰেই আপোনাৰ বলিষ্ঠ সম্পাদনাৰে ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকিব। -  অজয়  আহক আলোচনা কৰোঁ 03:19, 19 October 2020 (ইউ.টি.চি.)

২১. এই মাহৰ ৱিকিপিডিয়ান: ছেপ্টেম্বৰ, ২০২০

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


২২. দ্যা ভিন্সি বঁ‌টা

দ্যা ভিন্সি বঁ‌টা
নমস্কাৰ! আপোনাক এই ক্ষুদ্ৰ পদকটি আগবঢ়াবলৈ পাই সুখী অনুভৱ কৰিছো। অসমীয়া ৱিকিপিডিয়া তথা ৱিকি উৎসৰ এজন প্ৰশাসক হিচাপে আপোনাৰ দক্ষতা প্ৰশংসনীয়। নিজ চেষ্টা আৰু কষ্টৰে তৈয়াৰ কৰা সঁজুলি সমূহৰ সংযোগৰে ৱিকিৰ কাম কাজ সমূহ সুলভ কৰি তোলাৰ বাবেও আপুনি প্ৰশংসাৰ পাত্ৰ। এইদৰে অসমীয়া ৱিকিপিডিয়া সমাজ খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনাৰ অৱদান নমস্য হৈ ৰ'ব। কৃতজ্ঞতাৰে -Nayan j Nath (talk) 20:10, 29 December 2020 (ইউ.টি.চি.)

২৩. নিকাকৰণ পদক

নিকাকৰণ পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সন্নিৱিষ্ট নৱতম প্ৰবন্ধসমূহৰ বিভিন্ন খুটি-নাটিসমূহত চকু ফুৰাই উল্লেখনীয় সংশোধনেৰে অসমীয়া ৱিকিপিডিয়াক নিকা কৰি তোলাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -Nayan j Nath (বাৰ্তা) 06:37, 29 মে' 2021 (ইউ.টি.চি.)

২৪. কাৰিকৰী পদক

কাৰিকৰী পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ - -𝕂𝕦𝕝𝕕𝕙𝕒𝕣 ℝ𝕒𝕓𝕙𝕒𝕋𝕒𝕝𝕜- 14:25, 1 October 2021 (ইউ.টি.চি.)

২৫. অক্লান্ত কৰ্মী পদক

অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অক্লান্ত অৱদানৰ বাবে কৃতজ্ঞতা জনাই এই পদক আগবঢ়ালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব। ধন্যবাদেৰে। — চাণক্য (বাৰ্তা) 05:07, 1 January 2022 (ইউ.টি.চি.)

২৬. এই মাহৰ ৱিকিপিডিয়ান: জানুৱাৰী ২০২২

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


২৭. বিচাৰক পদক

বিচাৰক পদক
প্ৰিয় অগ্ৰজ, যোৱা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হৈ যোৱা নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২ প্ৰবন্ধ লিখন প্ৰতিযোগিতাখন নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিলে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়ালে, তাৰেই কৃতজ্ঞতা স্বৰূপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদক এটি আগবঢ়ালো। --Chandan Chiring Phukon  Chat 16:01, 29 April 2022 (ইউ.টি.চি.)

২৮. প্ৰশাসনীয় মেজৰ সম্পাদক

প্ৰশাসনীয় মেজৰ সম্পাদক
হে অগ্ৰজ, অসমীয়া ৱিকিপিডিয়াৰ এগৰাকী প্ৰশাসকৰ দায়িত্ব সক্ৰিয়তাৰে পালন কৰাৰ লগতে সাধাৰণ সম্পাদনা আৰু নতুন প্ৰবন্ধৰ সৃষ্টিও আপুনি নিয়মিতভাৱে কৰি আহিছে। ইয়াৰে কৃতজ্ঞতাস্বৰূপে ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ সন্মান আগবঢ়ালোঁ। -Chandan Chiring Phukon Chat 17:28, 27 July 2022 (ইউ.টি.চি.)

২৯. ৱিকিপত্ৰিকা পদক

ৱিকিপত্ৰিকা পদক
মাহেকীয়াভাৱে প্ৰকাশিত ৱিকিপত্ৰিকাৰ প্ৰস্তুতি আৰু উন্নীতকৰণৰ বাবে আপুনি আগবঢ়াই অহা অমূল্য অৱদান আৰু নিৰলস প্ৰচেষ্টাৰ শলাগ লৈছোঁ। ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদকটি আগবঢ়ালোঁ। - অনামিকা(চুমু) বড়া (বাৰ্তা) 15:58, 1 December 2022 (ইউ.টি.চি.)

৩০. অমূল্য অৱদান পদক (২০২২)

অমূল্য অৱদান পদক
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয় আৰু প্ৰেৰণাৰ উৎস। ২০২২ বৰ্ষত আপুনি অসমীয়া ৱিকিপিডিয়ালৈ যোগোৱা বৰঙণিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছোঁ। -Nayan j Nath (বাৰ্তা) 05:42, 1 January 2023 (ইউ.টি.চি.)

৩১. বিচাৰক পদক

বিচাৰক পদক
মাননীয় ৱিকিসতীৰ্থ, বৰ্তমান চলি থকা নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ শীৰ্ষক প্ৰবন্ধ লিখন প্ৰতিযোগিতাখনক নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিছে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়াইছে, সেইসমূহৰ কৃতজ্ঞতা স্বৰূপে আয়োজক হিচাপে আপোনালৈ এই সামান্য পদক আগবঢ়ালোঁ। ধন্যবাদেৰে -Chandan Chiring Phukon Chat 05:59, 26 March 2023 (ইউ.টি.চি.)