নিপন নিয়ৰ শেনছোৱা
নমস্কাৰ, নিপন নিয়ৰ শেনছোৱা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
নতুনকৈ সৃষ্টি কৰা প্ৰবন্ধ
সম্পাদনা কৰকৱিকিপিডিয়াত আপোনাৰ আগ্ৰহ আৰু অৱদানৰ বাবে ধন্যবাদ! একাণপতীয়া চেষ্টাৰে আপুনি ৱিকিৰ কাম-কাজ শিকি থকা দেখি সুখী হৈছোঁ। আপুনি শেহতীয়াকৈ সৃষ্টি কৰা কিছু প্ৰৱন্ধত অধিক তথ্য সংযোগ আৰু অন্য কিছু প্ৰবন্ধৰ ভাষা ৱিকিসুলভ (অৰ্থাৎ নিৰপেক্ষ আৰু কোনোধৰণৰ নিজাববীয়া প্ৰশংসাসূচক মন্তব্য নথকা) কৰাৰ প্ৰয়োজন। সময়-সুবিধা অনুসৰি চেষ্টা কৰি চাবচোন। কিবা অসুবিধা পালে জনাব- সহায় কৰিম।
- পোখালি বা আধৰুৱা প্ৰবন্ধ: লংগিনায়, ফিলিপ ছিদানি,বেন জনছন,এলবাৰ্ট কেমু, জন ফ্ৰেদাৰিক হাৰ্বাট, এডিছন
- ৱিকিসুলভ ভাষাৰ প্ৰয়োজন হোৱা প্ৰবন্ধ: প্লটিনাছ,দ্ৰাইদেন, জন লক, এডমাণ্ড বাৰ্ক,জ্যা পল ছাট্টে, ইমানুৱেল কাণ্ট, হেগেল, অতীতৰ কথা, এডগাৰ এলান পো, কোলেৰিজ
ধন্যবাদ! -Joli Rumi (বাৰ্তা) 13:37, 16 November 2024 (ইউ.টি.চি.)
এছিয়ান মাহৰ সহযোগী
সম্পাদনা কৰকএছিয়ান মাহৰ সহযোগী | ||
হে ৱিকিসতীৰ্থ,
শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়াই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাত আগভাগ লোৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। আশা কৰোঁ এইবেলিৰ দৰে অহাবছৰো এইখিনি সময় আপুনি আমাৰ সৈতে সাহস হৈ থাকিব। ধন্যবাদেৰে,
|