৩ ফেব্ৰুৱাৰী
তাৰিখ
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ||||
২০২৩ |
৩ ফেব্ৰুৱাৰী (ইংৰাজী: 3 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩১টা দিন (অধিবৰ্ষত ৩৩২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৯৭১ - তৃতীয়টো মানৱবাহী চন্দ্ৰ অভিযান "এপ'ল' ১৪"ৰ অংশ হিচপে মহকাশচাৰী এলেন শ্বেপাৰ্ড আৰু এডগাৰ কলিন্সে চন্দ্ৰৰ বুকুত অৱতৰণ কৰে।
- ২০০৬ - ইজিপ্তৰ এখন যাত্ৰীবাহী ফেৰী ৰঙা সাগৰ (ৰেড ছী)ত দুৰ্ঘটনাগ্ৰস্থ হয় য'ত কমেও ১০০০জন লোকে প্ৰাণ হেৰুৱাই।
জন্মসম্পাদনা কৰক
- ১৮৭৩ - অতীন্দ্ৰনাথ বসু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৩৮ - ৱাহীদা ৰহমান, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯৬ - দূতী চান্দ, ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী।
মৃত্যুসম্পাদনা কৰক
- ১৪৬৮ - জোহানেছ গুটেনবাৰ্গ, জাৰ্মান উদ্ভাৱক, চলনশীল ছপাশালৰ উদ্ভাৱক।
- ২০১৭ - জ্যোতিপ্ৰসাদ মেধি, অসমীয়া পৰিসংখ্যাবিদ।
দিৱসসম্পাদনা কৰক
- প্ৰৱীন দিৱস (থাইলেণ্ড)।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩ ফেব্ৰুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |