১৭ ফেব্ৰুৱাৰী
তাৰিখ
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
১৭ ফেব্ৰুৱাৰী (ইংৰাজী: 17 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৭টা দিন (অধিবৰ্ষত ৩১৮ দিন) বাকী থাকে।
জন্ম
সম্পাদনা কৰক- ৬২৪ - উ জেতিয়ান, চীনৰ ঝাউ ৰাজবংশৰ সম্ৰাজ্ঞী।
- ১৮৯৯ - জীবনানন্দ দাস, বাংলা ভাষাৰ উল্লেখযোগ্য কবি।
- ১৯৫১ - মীনা আলেকজেণ্ডাৰ, ভাৰতীয় কবি, চিন্তাবিদ আৰু লেখক।
- ১৯৫৫ - মো য়েন, চীনা ঔপন্যাসিক আৰু চুটি গল্প লেখক।
- ১৯৫৯ - মিহিৰ দাস, ওড়িয়া চলচ্চিত্ৰৰ অভিনেতা।
- ১৯৯১ - পূজা ৰাণী বুৰা, ভাৰতীয় মিডলৱেইট বক্সাৰ।
মৃত্যু
সম্পাদনা কৰক- ১৯৯৩ - ৰাণী গাইডিনলিউ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ২০০৮ - শীলা ভাটিয়া, ভাৰতীয় কবি, নাট্যকাৰ।
- ২০১৪ - অমৰকান্ত, ভাৰতীয় সাহিত্যিক।
- ২০১৫ - আশ্ৰাফুল হক, ভাৰতীয় অভিনেতা।