২৩ ফেব্ৰুৱাৰী
তাৰিখ
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ||||
২০২৩ |
২৩ ফেব্ৰুৱাৰী (ইংৰাজী: 23 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১১টা দিন (অধিবৰ্ষত ৩১২ দিন) বাকী থাকে।
জন্ম সম্পাদনা কৰক
- ১৯১১ - তীৰ্থনাথ শৰ্মা, অসমীয়া শিক্ষাবিদ আৰু সাহিত্যিক।
- ১৯৫৭ - মামাং দাই, ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক।
- ১৯৫৮ - নাজনীন, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬০ - নাৰুহিট', জাপানৰ সম্ৰাট।
- ১৯৬৬ - ডিডিয়াৰ কুয়েলজ, ছুইছ জ্যোতিৰ্বিজ্ঞানী।
- ১৯৬৭ - অনুপমা চোপ্ৰা, ভাৰতীয় ছবি সমালোচক, লেখক আৰু সাংবাদিক।
- ১৯৬৯ - ভাগ্যশ্ৰী পটৱৰ্ধন, ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী।
- ১৯৮২ - কৰন সিং গ্ৰোভাৰ, ভাৰতীয় টেলিভিছনৰ অভিনেতা আৰু মডেল।
- ১৯৯৪ - তৃপ্তি ডিমৰি, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু সম্পাদনা কৰক
- ১৮২১ - জন কীটছ, ইংৰাজ কবি।
- ১৮৫৫ - কাৰ্ল ফ্ৰিডৰিখ গাউছ, জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী।
- ১৯৫২ - কীৰ্তিনাথ শৰ্মা বৰদলৈ, অসমীয়া সংগীতজ্ঞ।
- ১৯৬৯ - মধুবালা, ভাৰতীয় অভিনেত্ৰী।
দিৱস সম্পাদনা কৰক
- ৰাষ্ট্ৰীয় দিৱস (ব্ৰুনেই)।
- সশস্ত্ৰ বাহিনী দিৱস (তাজিকিস্তান)।