২২ ফেব্ৰুৱাৰী
তাৰিখ
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ||||
২০২৩ |
২২ ফেব্ৰুৱাৰী (ইংৰাজী: 22 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৩তম (অধিবৰ্ষত ৫৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
- ১৯১৪ - দেৱকান্ত বৰুৱা, কলংপৰীয়া কবি নামেৰে আখ্যা পোৱা অসমীয়া কবি।
মৃত্যুসম্পাদনা কৰক
গুৰুজী বুলি খ্যাত অসমৰ বিশিষ্ট চিত্ৰশিল্পী আদ্য শৰ্মাৰ মৃত্যু (২০১৫) ।
সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱাৰ মৃত্যু ।
নন্দনতাত্বিক ত্ৰৈলোক্য নাথ গোস্বামীৰ মৃত্যু ।