২৮ ফেব্ৰুৱাৰী
তাৰিখ
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ||||||
২০২১ |
২৮ ফেব্ৰুৱাৰী (ইংৰাজী: 28 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৭টা দিন (অধিবৰ্ষত ৩০৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৯৫৩ খৃ: - জীৱবিজ্ঞানী ৱাটছন আৰু ক্ৰিকৰ দ্বাৰা "ডি.এন.এ."ৰ "দ্বৈত হেলিক্স" গাঠনিৰ আৱিষ্কাৰৰ কথা আনুষ্ঠানিক ঘোষণা।
জন্মসম্পাদনা কৰক
দিৱসসম্পাদনা কৰক
- আজি ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৮ ফেব্ৰুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |