২৪ ফেব্ৰুৱাৰী
তাৰিখ
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | |||||
২০২২ |
২৪ ফেব্ৰুৱাৰী (ইংৰাজী: 24 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৫তম (অধিবৰ্ষত ৫৬তম) দিন। বছৰ শেষ হ'বলৈ ৩১০ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
জন্মসম্পাদনা কৰক
- ১৯৬১ চনৰ আজিৰ দিনটোত অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক তথা সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- ২০১৮ চনৰ আজিৰ দিনটোত বলীউদৰ অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যু হৈছিল।
- ২০১৫ চনৰ আজিৰ দিনটোতে বিশিষ্ট ভূগোল বিজ্ঞানী ডঃ মহম্মদ তাহেৰৰ মৃত্যু হৈছিল ।
অন্যান্যসম্পাদনা কৰক
- ১৮২৬ চনৰ আজিৰ দিনটোত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল।