১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

২৪ ফেব্ৰুৱাৰী (ইংৰাজী: 24 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৫তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১০টা দিন (অধিবৰ্ষত ৩১১ দিন) বাকী থাকে।

  • ১৩০৪ - ইবন বটুতা, চুন্নী মুছলিম পৰ্যটক, চিন্তাবিদ আৰু ধৰ্মতাত্ত্বিক।
  • ১৯২৭ - কামিনী কৌশল, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক।
  • ১৯৪৮ - জয়ললিতা, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিজ্ঞ।
  • ১৯৫৫ - ষ্টীভ জব্‌ছ, আমেৰিকান কম্পিউটাৰ ব্যৱসায়ী আৰু আৱিষ্কাৰক।
  • ১৯৬১ - পৰাগ কুমাৰ দাস, অসমীয়া সাংবাদিক, মানৱ অধিকাৰ কৰ্মী।
  • ১৯৭২ - পূজা ভাট, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, ভয়ছ অভাৰ শিল্পী, মডেল আৰু ছবি-নিৰ্মাতা।
  • ১৯৭৬ - য়ুভাল নোৱাহ হাৰাৰী, ইজৰাইলী ইতিহাসবিদ আৰু লেখক।
  • ১৯৭৬ - তৰুণ শইকীয়া, মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা প্ৰথম অসমীয়া।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক