৮ ফেব্ৰুৱাৰী
তাৰিখ
<< | ফেব্ৰুৱাৰী | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ||||||
২০২১ |
৮ ফেব্ৰুৱাৰী (ইংৰাজী: 8 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬টা দিন (অধিবৰ্ষত ৩২৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
জন্মসম্পাদনা কৰক
- ১৮২৮ –ফ্ৰান্সৰ কবি, সাহিত্যিক আৰু চিত্ৰনাট্য লেখক জুল ভাৰ্ণেৰ জন্ম হৈছিল (মৃত্যু ১৯০৫)
- ১৮৯৭ –ভাৰতৰ ৩য় প্ৰধানমন্ত্ৰী, শিক্ষাবিদ আৰু ৰাজনৈতিক নেতা জাকিৰ হুছেইনৰ জন্ম হৈছিল (মৃত্যু ১৯৬৯)
- ১৯৪১ –ভাৰতৰ বিখ্যাত গায়ক-গীতিকাৰ জগজিৎ সিঙৰ জন্ম হৈছিল (মৃত্যু ২০১১)
মৃত্যুসম্পাদনা কৰক
- ২০১৭ –ইংলেণ্ডৰ ন'বেল পুৰস্কাৰ প্ৰাপ্ত চিকিৎসক পিটাৰ মেন্সফিল্ডৰ মৃত্যু হৈছিল (জন্ম ১৯৩৩)
অন্যান্যসম্পাদনা কৰক
- পৰিনিৰ্ৱান দিৱস (কিছু মহাযান বৌদ্ধ পৰম্পৰাত প্ৰায়ে ১৫ ফেব্ৰুৱাৰীত পালন কৰা হয়)
- প্ৰিছেৰেণ দিৱস (শ্লভেনিয়াৰ ৰাষ্ট্ৰীয় কবি ফ্ৰেন্স প্ৰিছেৰেশৰ মৃত্যুবাৰ্ষিকী)
- প্ৰেম-প্ৰস্তাৱ দিৱস (Propose Day)
- ২০০৫ চনৰ আজিৰ দিনটোত গুগল মেপ্চৰ আৰম্ভণি কৰা হৈছিল।