অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু "সদৌ অসম গণ সংগ্ৰাম পৰিষদ"এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল,অহিংস হিচাপেই আৰম্ভ হোৱা এই আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ড[1]কে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তি মতে অসম আন্দোলনৰ অন্ত পৰে। এই আন্দোলনত অসমৰ ৮৫৫ গৰাকী লোক শ্বহীদ হৈছিল।
অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা
সম্পাদনা কৰকক্ৰমিক নং | শ্বহীদৰ নাম | ঠিকনা |
---|---|---|
১ | খৰ্গেশ্বৰ তালুকদাৰ | উজানবৰবড়ি, বৰপেটা |
২ | দিলীপ হুজুৰি | খাগ্ৰাবাৰী, নলবাৰী |
৩ | শুক্লেশ্বৰ কলিতা | সূতাৰকুছি, আদাবাৰী, নলবাৰী |
৪ | প্ৰমোদ কলিতা | পুৱ কছুকাটা, ডাক:লতাবাৰী, কামৰূপ |
৫ | বীৰেন দাস | খাতিকুচি, নলবাৰী |
৬ | গহীন ডেকা | হাহকাটা, ডাক:সাজদিয়া, নলবাৰী |
৭ | গোলক দাস | ঠালকুছি, ডাক:গেৰুৱা, নলবাৰী |
৮ | ধীৰেশ্বৰ কলিতা | বালিতাৰা, ঘগ্ৰাপাৰ, নলবাৰী |
৯ | বীৰেন্দ্ৰ নাৰায়ণ দাস | পিপলিবাৰী, নলবাৰী |
১০ | মহেশ তালুকদাৰ | পিপলিবাৰী, নলবাৰী |
১১ | প্ৰতাপ বৰ্মন | পিপলিবাৰি, নলবাৰী |
১২ | কান্ত বৰ্মন | গাওঁ - বৰী, নলবাৰী |
১৩ | কাঞাৰাম দাস | গাওঁ - বৰ্ণিবাৰী, নলবাৰী |
১৪ | পৰশুৰাম হালৈ | গাওঁ - পানীগাওঁ, নলবাৰী |
১৫ | প্ৰফুল্ল ডেকা | গাওঁ-মাখিবাহা, টিহু, নলবাৰী |
১৬ | উপেন কলিতা | গাওঁ-বাখানটাৰী, জলখানা, নলবাৰী |
১৭ | অমল ভট্টাচাৰ্য | গাওঁ - আৰংগমৌ, কমাৰকুছি, নলবাৰী |
১৮ | কৰুণা দাস | গাওঁ - পশ্চিম ন-খেতি গাওঁ, কমাৰকুছি, নলবাৰী |
১৯ | অনিল কলিতা | গাওঁ - সানেকুছি, নলবাৰী |
২০ | মহনুৰ আলি | গাওঁ - চামতা বাটাকুছি, নলবাৰী |
২১ | প্ৰবীন দাস | গাওঁ - চৰাইমাৰী, টিহু, নলবাৰী |
২২ | ভগৱান শৰ্মা | গাওঁ - খমনা, টিহু, নলবাৰী |
২৩ | ভূৱন গোস্বামী | গাওঁ - বেলশৰ, নলবাৰী |
২৪ | বগা কাকতি | গাওঁ - উত্তৰ গান্ধীবাৰী, নলবাৰী |
২৫ | ভদ্ৰেশ্বৰ ডেকা | গাওঁ - গান্ধীবাৰী, নলবাৰী |
২৬ | থানেশ্বৰ দাস | গাওঁ - গান্ধীবাৰী, নলবাৰী |
২৭ | পৰশুৰাম পাটোৱাৰী | গাওঁ - গান্ধীবাৰী, নলবাৰী |
২৮ | লোহিত পাঠক | কদমতল ,বৰমা, নলবাৰী |
২৯ | চানীৰাম ৰাভা | ২নং কাটাচাৰা, খাৰুৱা, বাক্সা |
৩০ | ঘনশ্যাম তালুকদাৰ | কৰিয়া, নলবাৰী |
৩১ | সুভাষ শৰ্মা | চামতা, নলবাৰী |
৩২ | ভূপেন কলিতা | বিজুলীঘাট, কৰিয়া, নলবাৰী |
৩৩ | নবীন ডেকা | বাথান, বাইহাটা চাৰিআলি, ডুমুনীচকী, কামৰূপ |
৩৪ | সত্যনাথ দাস | বগটা, হাজো, কামৰূপ |
৩৫ | মহেশ বিশ্বাস | মালিটোপা, হাজো, কামৰূপ |
৩৬ | খগেন চন্দ্ৰ ভড়ালী | মাজৰকুৰি, ৰামদিয়া, কামৰূপ |
৩৭ | আব্দুল জলিল | ১নং ভেলকৰ, ভেলকৰ বজাৰ, হাজো, কামৰূপ |
৩৮ | আব্দুল ৰচিদ | ভেলকৰ বজাৰ, হাজো, কামৰূপ |
৩৯ | আব্দুল চাত্তাৰ | ভেলকৰ বজাৰ, হাজো, কামৰূপ |
৪০ | মতিউৰ ৰহমান | ভেলকৰ বজাৰ, হাজো, কামৰূপ |
৪১ | মঞ্জু মহন্ত | চমৰীয়া সত্ৰ, কামৰূপ |
৪২ | গংগা কলিতা | চমৰীয়া সত্ৰ, কামৰূপ |
৪৩ | খেখেৰী বৈশ্য | চমৰীয়া সত্ৰ, কামৰূপ |
৪৪ | দেবেশ্বৰ বৈশ্য | বোন্দাপাৰা, কামৰূপ |
৪৫ | ধনবাহাদুৰ চেত্ৰী | মৌমন বকো, কামৰূপ |
৪৬ | চবীন চন্দ্ৰ ৰাভা | ডালাডুবি, বামুণগাওঁ, কামৰূপ |
৪৭ | বটু কলিতা | নতুন কন্দলপাৰা, বকো, কামৰূপ |
৪৮ | ৰাজেন কুমাৰ | জামৰুতল, সদাগৰপাৰা, মিৰ্জা, কামৰূপ |
৪৯ | চন্দ্ৰধৰ কলিতা | লাচিত নগৰ, মিৰ্জা, কামৰূপ |
৫০ | সুনন্দ হালৈ | গৰিয়া কোঠ, ৰঙিয়া, কামৰূপ |
৫১ | বিনোদ শৰ্মা | ডিমু, ৰঙিয়া, কামৰূপ |
৫২ | যতিন কলিতা | তৰনি তুলসীবাৰী, কামৰূপ |
৫৩ | মাধৱ গোস্বামী | বালিসত্ৰ,কামৰূপ |
৫৪ | টংকেশ্বৰ ডেকা | বালিসত্ৰ,কামৰূপ |
৫৫ | প্ৰদীপ ৰাজবংশী | ৩নং ৰৌমাৰী, গোৰেশ্বৰ, কামৰূপ |
৫৬ | প্ৰফুল্ল কুমাৰ ৰাজবংশী | ৰামপুৰ, বেটনা, বাক্সা |
৫৭ | দীপক কৈৱৰ্ত্ত | পশ্চিম উমানন্দ, ওদালগুৰি |
৫৮ | মনিৰাম ডেকা | পুৱলকৰা, গোৰেশ্বৰ, বাক্সা |
৫৯ | কপিল কলিতা | বৰবাং, মাছখোৱা, বৰপেটা |
৬০ | ভূৱন দাস (ৰয়) | ২ং বাগডা, বনগাওঁ, বৰপেটা |
৬১ | অনিল ডেকা | দক্ষিণ শৰণীয়া, গুৱাহাটী, কামৰূপ |
৬২ | মতিউৰ ৰহমান | দক্ষিণ শৰণীয়া, গুৱাহাটী, কামৰূপ |
৬৩ | প্ৰফুল্ল বড়ো | ৰূপনগৰ, গুৱাহাটী, কামৰূপ |
৬৪ | দীলিপ চক্ৰৱৰ্ত্তী | বিৰুবাৰী, গুৱাহাটী, কামৰূপ |
৬৫ | নলিনী চৌধুৰী | দুৰ্গা সৰোৱৰ, কামৰূপ(মহানগৰ) |
৬৬ | ৰঞ্জনা গোস্বামী | চেনিকুঠী, কামৰূপ(মহানগৰ) |
৬৭ | জিতেন কলিতা | চন্দ্ৰপুৰ, কামৰূপ(মহানগৰ) |
৬৮ | কল্প ভট্টাচাৰ্য্য | দক্ষিণ শৰণীয়া, গুৱাহাটী, কামৰূপ |
৬৯ | বাবুল মজুমদাৰ | মৌৰামুৰি,কামৰূপ |
৭০ | ৰবীন হাজৰিকা | কাৰ্বি আংলং |
৭১ | উত্তম চন্দ্ৰ কোঁচ | চুনপুৰা, হাওৰাঘাট, কাৰ্বি আংলং |
৭২ | ভৱ চৌধুৰী | চুনপুৰা,বকলীয়াঘাট, কাৰ্বি আংলং |
৭৩ | গাওঁবুঢ়া তিচ | কাৰ্বি আংলং |
৭৪ | গাওঁবুঢ়া হাঞ্চে | ডালিমবাৰী, হামৰেন, কাৰ্বি আংলং |
৭৫ | হাৰসিং তেৰাং | বৰপানী, কাৰ্বি আংলং |
৭৬ | চাবুৰাং চেনাৰ | টুমপ্ৰপ ৰংপি, গাওঁ-হামৰেন, কাৰ্বি আংলং |
৭৭ | দেন তেৰাং | ছিনানি ইংলে, ডালিমবাৰী, হামৰেন, কাৰ্বি আংলং |
৭৮ | চাবুৰা ক্ৰ' | ডালিমবাৰী, বৈথালাংচু, হামৰেন, কাৰ্বি আংলং |
৭৯ | বুৰা তিমু | মহাজন, তিমুং, লাউপানী, কাৰ্বি আংলং |
৮০ | নাৰায়ন ৰংহাং | মিদৈমাৰী, লাউপানী, হামৰেন, কাৰ্বি আংলং |
৮১ | সম্বৰ পাতৰ | মিদৈমাৰী, লাউপানী, হামৰেন, কাৰ্বি আংলং |
৮২ | চিন ঠাং ক্ৰ' | বৈথালাংচু , মিতৈমাৰী,কাৰ্বি আংলং |
৮৩ | চন্দ্ৰ বৰা | ২ং কৈৰীগাওঁ, নাওজান, সৰুথাৰ, গোলাঘাট |
৮৪ | ছাম ইংতি ক্ৰ' | বৈথালাংচু, কাৰ্বি আংলং |
৮৫ | দুৰ্গেশ্বৰ বৰা | হাওৰাঘাট, ডিফু (পাৰখোৱা) কাৰ্বি আংলং |
৮৬ | লক্ষীকান্ত বৰিক | ১ং বেলশৰ, হাওৰাঘাট (ৰজাপথাৰ) কাৰ্বি আংলং |
৮৭ | অক্ষেন্দ্ৰ তালুকদাৰ | বামাখাতা, পাঠশালা , বৰপেটা |
৮৮ | প্ৰভাত পাটগিৰি | বামাখাতা, পাঠশালা , বৰপেটা |
৮৯ | মুনিন বৰুৱা | খটবৰ সাদেৰী, বৰপেটা |
৯০ | ধীৰেন বড়ো | শালবাৰী, বৰপেটা |
৯১ | গোবিন্দ দাস | সহুগুৰি, বাঘমাৰ বজাৰ, বৰপেটা |
৯২ | গিৰিশ সুত | কুণ্ডৰগাওঁ, সহুগুৰি, বৰপেটা |
৯৩ | উপেন দাস | বৰপেটা |
৯৪ | জ্যোতিষ চৌধুৰী | নিত্যানন্দ, বৰপেটা |
৯৫ | অমল চন্দ্ৰ পাটোৱাৰী | লাচিত নগৰ, গুৱাহাটী , কামৰূপ |
৯৬ | সুনন্দলাল বৰদলৈ | হাতীগাওঁ, বশিষ্ঠপুৰ ৱাহাটী, কামৰূপ |
৯৭ | মহেন্দ্ৰ হালৈ | পাহাৰকুছি, সৰ্থেবাৰী , বৰপেটা |
৯৮ | উপেন কলিতা | টিহু, নলবাৰী, বাথানটাৰী |
৯৯ | চিদানন্দ ডেকা | সৰ্থেবাৰী , বৰপেটা |
১০০ | মহেন্দ্ৰ তালুকদাৰ | বৰঘোলা, নলবাৰী |
১০১ | নুৰুল ইছলাম | ভেলা, বৰপেটা |
১০২ | মনোৱাৰ আলি | বনবৰিয়া, ভেলা, বৰপেটা |
১০৩ | ললিত ৰয় | সাউদৰ ভিঠা, বৰপেটা |
১০৪ | ৰেনুবালা নাথ | সাউদৰ ভিঠা, বৰপেটা |
১০৫ | তাৰীনীবালা নাথ | সাউদৰ ভিঠা, বৰপেটা |
১০৬ | ৰজনীবালা নাথ | সাউদৰ ভিঠা, বৰপেটা |
১০৭ | অমিয় নাথ | বায়নপাৰা, সৰভোগ, বৰপেটা |
১০৮ | হৰপতি তালুকদাৰ | দুৰামাৰী, সৰভোগ, বৰপেটা |
১০৯ | মধু বৈশ্য | কালাজাৰ, হাউলি, বৰপেটা |
১১০ | ৰজত ইজাদ্দাৰ | পাটবাউসী, বৰপেটা |
১১১ | অতুল কলিতা | বৰাজোল, ঘগ্ৰাপাৰ, নলবাৰী |
১১২ | নৃপেন মালাকৰ | সন্ধা, নলবাৰী |
১১৩ | কমলেশ্বৰ দাস | ইচ্ছাপুৰহাটী, বৰপেটা |
১১৪ | ||
১১৫ | ||
১১৬ | ||
১১৭ | ||
১১৮ | ||
১১৯ | ||
১২০ | ||
১২১ | ||
১২২ | ||
১২৩ | ||
১২৪ | ||
১২৫ | ||
১২৬ | ||
১২৭ | ||
১২৮ | ||
১২৯ | ||
১৩০ | ||
১৩১ | ||
১৩২ | ||
১৩৩ | ||
১৩৪ | ||
১৩৫ | ||
১৩৬ | ||
১৩৭ | ||
১৩৮ | ||
১৩৯ | ||
১৪০ | ||
১৪১ | ||
১৪২ | ||
১৪৩ | ||
১৪৪ | ||
১৪৫ | ||
১৪৬ |
উৎস
সম্পাদনা কৰক- ↑ নিউজ, প্ৰাগ (১৮-২-২০২২). [pragnews.com "নেলী ১৯৮৩; ন্যায়-অন্যায়ৰ দোমোজাত ইতিহাসৰ এটা অবিস্মৰণীয়, ৰক্তৰঞ্জিত অধ্যায়"]. প্ৰাগনিউজ. pragnews.com। আহৰণ কৰা হৈছে: ৪-১১-২০২৪.