অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু "সদৌ অসম গণ সংগ্ৰাম পৰিষদ"এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল,অহিংস হিচাপেই আৰম্ভ হোৱা এই আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ড[1]কে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তি মতে অসম আন্দোলনৰ অন্ত পৰে। এই আন্দোলনত অসমৰ ৮৫৫ গৰাকী লোক শ্বহীদ হৈছিল।
অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা
সম্পাদনা কৰকক্ৰমিক নং | শ্বহীদৰ নাম | ঠিকনা |
---|---|---|
১ | খৰ্গেশ্বৰ তালুকদাৰ | উজানবৰবড়ি, বৰপেটা |
২ | দিলীপ হুজুৰি | খাগ্ৰাবাৰী, নলবাৰী |
৩ | শুক্লেশ্বৰ কলিতা | সূতাৰকুছি, আদাবাৰী, নলবাৰী |
৪ | প্ৰমোদ কলিতা | পুৱ কছুকাটা, ডাক:লতাবাৰী, কামৰূপ |
৫ | বীৰেন দাস | খাতিকুচি, নলবাৰী |
৬ | গহীন ডেকা | হাহকাটা, ডাক:সাজদিয়া, নলবাৰী |
৭ | গোলক দাস | ঠালকুছি, ডাক:গেৰুৱা, নলবাৰী |
৮ | ধীৰেশ্বৰ কলিতা | বালিতাৰা, ঘগ্ৰাপাৰ, নলবাৰী |
৯ | বীৰেন্দ্ৰ নাৰায়ণ দাস | পিপলিবাৰী, নলবাৰী |
১০ | মহেশ তালুকদাৰ | পিপলিবাৰী, নলবাৰী |
১১ | প্ৰতাপ বৰ্মন | পিপলিবাৰি,নলবাৰী |
১২ | কান্ত বৰ্মন | গাওঁ - বৰী,নলবাৰী |
১৩ | কাঞাৰাম দাস | গাওঁ - বৰ্ণিবাৰী, নলবাৰী |
১৪ | পৰশুৰাম হালৈ | গাওঁ - পানীগাওঁ, নলবাৰী |
১৫ | প্ৰফুল্ল ডেকা | গাওঁ-মাখিবাহা, টিহু, নলবাৰী |
১৬ | উপেন কলিতা | গাওঁ-বাখানটাৰী, জলখানা, নলবাৰী |
১৭ | অমল ভট্টাচাৰ্য | গাওঁ - আৰংগমৌ, কমাৰকুছি, নলবাৰী |
১৮ | কৰুণা দাস | গাওঁ - পশ্চিম ন-খেতি গাওঁ, কমাৰকুছি, নলবাৰী |
১৯ | অনিল কলিতা | গাওঁ - সানেকুছি, নলবাৰী |
২০ | মহনুৰ আলি | গাওঁ - চামতা বাটাকুছি, নলবাৰী |
২১ | প্ৰবীন দাস | গাওঁ - চৰাইমাৰী,টিহু, নলবাৰী |
২২ | ভগৱান শৰ্মা | গাওঁ - খমনা, টিহু, নলবাৰী |
২৩ | ভুৱন গোস্বামী | গাওঁ - বেলশৰ,নলবাৰী |
২৪ | বগা কাকতি | গাওঁ - উত্তৰ গান্ধীবাৰী, নলবাৰী |
২৫ | ভদ্ৰেশ্বৰ ডেকা | গাওঁ - গান্ধীবাৰী,নলবাৰী |
২৬ | থানেশ্বৰ দাস | গাওঁ - গান্ধীবাৰী, নলবাৰী |
২৭ | পৰশুৰাম পাটোৱাৰী | গাওঁ - গান্ধীবাৰী, নলবাৰী |
২৮ | লোহিত পাঠক | কদমতল,বৰমা, নলবাৰী |
২৯ | চানীৰাম ৰাভা | ২নং কাটাচাৰা, খাৰুৱা, বাক্সা |
৩০ | ঘনশ্যাম তালুকদাৰ | কৰিয়া, নলবাৰী |
৩১ | সুভাষ শৰ্মা | চামতা,নলবাৰী |
৩২ | ভূপেন কলিতা | বিজুলীঘাট, কৰিয়া, নলবাৰী |
৩৩ | নবীন ডেকা | বাথান, বাইহাটা চাৰিআলি, ডুমুনীচকী, কামৰূপ |
৩৪ | সত্যনাথ দাস | বগটা, হাজো, কামৰূপ |
৩৫ | মহেশ বিশ্বাস | মালিটোপা, হাজো, কামৰূপ |
৩৬ | খগেন চন্দ্ৰ ভড়ালী | মাজৰকুৰি, ৰামদিয়া, কামৰূপ |
৩৭ | আব্দুল জলিল | ১নং ভেলকৰ, ভেলকৰ বজাৰ, হাজো, কামৰূপ |
৩৮ | আব্দুল ৰচিদ | ভেলকৰ বজাৰ, হাজো, কামৰূপ |
৩৯ | আব্দুল চাত্তাৰ | ভেলকৰ বজাৰ, হাজো, কামৰূপ |
৪০ | মতিউৰ ৰহমান | ভেলকৰ বজাৰ, হাজো, কামৰূপ |
৪১ | মঞ্জু মহন্ত | চমৰীয়া সত্ৰ, কামৰূপ |
৪২ | গংগা কলিতা | চমৰীয়া সত্ৰ, কামৰূপ |
৪৩ | খেখেৰী বৈশ্য | চমৰীয়া সত্ৰ, কামৰূপ |
৪৪ | দেবেশ্বৰ বৈশ্য | বোন্দাপাৰা, কামৰূপ |
৪৫ | ধনবাহাদুৰ চেত্ৰী | মৌমন বকো, কামৰূপ |
৪৬ | চবীন চন্দ্ৰ ৰাভা | ডালাডুবি, বামুণগাওঁ,কামৰূপ |
৪৭ | বটু কলিতা | নতুন কন্দলপাৰা, বকো,কামৰূপ |
৪৮ | ৰাজেন কুমাৰ | জামৰুতল, সদাগৰপাৰা, মিৰ্জা, কামৰূপ |
৪৯ | চন্দ্ৰধৰ কলিতা | লাচিত নগৰ, মিৰ্জা, কামৰূপ |
৫০ | সুনন্দ হালৈ | গৰিয়া কোঠ, ৰঙিয়া, কামৰূপ |
৫১ | বিনোদ শৰ্মা | ডিমু, ৰঙিয়া, কামৰূপ |
৫২ | যতিন কলিতা | তৰনি তুলসীবাৰী, কামৰূপ |
৫৩ | মাধৱ গোস্বামী | বালিসত্ৰ,কামৰূপ |
৫৪ | টংকেশ্বৰ ডেকা | বালিসত্ৰ,কামৰূপ |
৫৫ | প্ৰদীপ ৰাজবংশী | ৩নং ৰৌমাৰী,গোৰেশ্বৰ, কামৰূপ |
৫৬ | প্ৰফুল্ল কুমাৰ ৰাজবংশী | ৰামপুৰ, বেটনা, বাক্সা |
৫৭ | দীপক কৈৱৰ্ত্ত | পশ্চিম উমানন্দ, ওদালগুৰি |
৫৮ | মনিৰাম ডেকা | পুৱলকৰা, গোৰেশ্বৰ, বাক্সা |
৫৯ | কপিল কলিতা | বৰবাং, মাছখোৱা, বৰপেটা |
৬০ | ভুৱন দাস (ৰয়) | ২ং বাগডা, বনগাওঁ, বৰপেটা |
৬১ | অনিল ডেকা | দক্ষিণ শৰণীয়া, গুৱাহাটী, কামৰূপ |
৬২ | মতিউৰ ৰহমান | দক্ষিণ শৰণীয়া, গুৱাহাটী, কামৰূপ |
৬৩ | প্ৰফুল্ল বড়ো | ৰূপনগৰ, গুৱাহাটী, কামৰূপ |
৬৪ | দীলিপ চক্ৰৱৰ্ত্তী | বিৰুবাৰী, গুৱাহাটী, কামৰূপ |
৬৫ | নলিনী চৌধুৰী | দুৰ্গা সৰোৱৰ, কামৰূপ (মহানগৰ) |
৬৬ | ৰঞ্জনা গোস্বামী | চেনিকুঠী, কামৰূপ (মহানগৰ) |
৬৭ | জিতেন কলিতা | চন্দ্ৰপুৰ, কামৰূপ (মহানগৰ) |
৬৮ | কল্প ভট্টাচাৰ্য্য | দক্ষিণ শৰণীয়া, গুৱাহাটী, কামৰূপ |
৬৯ | বাবুল মজুমদাৰ | মৌৰামুৰি,কামৰূপ |
৭০ | ৰবীন হাজৰিকা | কাৰ্বি আংলং |
৭১ | উত্তম চন্দ্ৰ কোঁচ | চুনপুৰা, হাওৰাঘাট,কাৰ্বি আংলং |
৭২ | ভৱ চৌধুৰী | চুনপুৰা,বকলীয়াঘাট, কাৰ্বি আংলং |
৭৩ | গাওঁবুঢ়া তিচ | কাৰ্বি আংলং |
৭৪ | গাওঁবুঢ়া হাঞ্চে | ডালিমবাৰী, হামৰেন, কাৰ্বি আংলং |
৭৫ | হাৰসিং তেৰাং | বৰপানী, কাৰ্বি আংলং |
৭৬ | চাবুৰাং চেনাৰ | টুমপ্ৰপ ৰংপি, গাওঁ-হামৰেন, কাৰ্বি আংলং |
৭৭ | দেন তেৰাং | ছিনানি ইংলে, ডালিমবাৰী, হামৰেন, কাৰ্বি আংলং |
৭৮ | চাবুৰা ক্ৰ' | ডালিমবাৰী, বৈথালাংচু, হামৰেন, কাৰ্বি আংলং |
৭৯ | বুৰা তিমু | মহাজন, তিমুং, লাউপানী, কাৰ্বি আংলং |
৮০ | নাৰায়ন ৰংহাং | মিদৈমাৰী, লাউপানী, হামৰেন, কাৰ্বি আংলং |
৮১ | সম্বৰ পাতৰ | মিদৈমাৰী, লাউপানী, হামৰেন, কাৰ্বি আংলং |
৮২ | চিন ঠাং ক্ৰ' | বৈথালাংচু, মিতৈমাৰী,কাৰ্বি আংলং |
৮৩ | চন্দ্ৰ বৰা | ২ং কৈৰীগাওঁ, নাওজান, সৰুথাৰ, গোলাঘাট |
৮৪ | ছাম ইংতি ক্ৰ' | বৈথালাংচু, কাৰ্বি আংলং |
৮৫ | দুৰ্গেশ্বৰ বৰা | হাওৰাঘাট, ডিফু (পাৰখোৱা) কাৰ্বি আংলং |
৮৬ | লক্ষ্মীকান্ত বৰিক | ১ং বেলশৰ, হাওৰাঘাট (ৰজাপথাৰ)কাৰ্বি আংলং |
৮৭ | অক্ষেন্দ্ৰ তালুকদাৰ | বামাখাতা, পাঠশালা, বৰপেটা |
৮৮ | প্ৰভাত পাটগিৰি | বামাখাতা, পাঠশালা,বৰপেটা |
৮৯ | মুনিন বৰুৱা | খটবৰ সাদেৰী,বৰপেটা |
৯০ | ধীৰেন বড়ো | শালবাৰী, বৰপেটা |
৯১ | গোবিন্দ দাস | সহুগুৰি, বাঘমাৰ বজাৰ, বৰপেটা |
৯২ | গিৰিশ সুত | কুণ্ডৰগাওঁ, সহুগুৰি, বৰপেটা |
৯৩ | উপেন দাস | বৰপেটা |
৯৪ | জ্যোতিষ চৌধুৰী | নিত্যানন্দ, বৰপেটা |
৯৫ | অমল চন্দ্ৰ পাটোৱাৰী | লাচিত নগৰ, গুৱাহাটী, কামৰূপ |
৯৬ | সুনন্দলাল বৰদলৈ | হাতীগাওঁ, বশিষ্ঠপুৰ ৱাহাটী, কামৰূপ |
৯৭ | মহেন্দ্ৰ হালৈ | পাহাৰকুছি, সৰ্থেবাৰী,বৰপেটা |
৯৮ | উপেন কলিতা | টিহু, নলবাৰী, বাথানটাৰী |
৯৯ | চিদানন্দ ডেকা | সৰ্থেবাৰী, বৰপেটা |
১০০ | মহেন্দ্ৰ তালুকদাৰ | বৰঘোলা, নলবাৰী] |
১০১ | নুৰুল ইছলাম | ভেলা, বৰপেটা |
১০২ | মনোৱাৰ আলি | বনবৰিয়া, ভেলা, বৰপেটা |
১০৩ | ললিত ৰয় | সাউদৰ ভিঠা, বৰপেটা |
১০৪ | ৰেনুবালা নাথ | সাউদৰ ভিঠা, বৰপেটা |
১০৫ | তাৰীনীবালা নাথ | সাউদৰ ভিঠা, বৰপেটা |
১০৬ | ৰজনীবালা নাথ | সাউদৰ ভিঠা, বৰপেটা |
১০৭ | অমিয় নাথ | বায়নপাৰা, সৰভোগ, বৰপেটা |
১০৮ | হৰপতি তালুকদাৰ | দুৰামাৰী, সৰভোগ, বৰপেটা |
১০৯ | মধু বৈশ্য | কালাজাৰ, হাউলি, বৰপেটা |
১১০ | ৰজত ইজাদ্দাৰ | পাটবাউসী, বৰপেটা |
১১১ | অতুল কলিতা | বৰাজোল, ঘগ্ৰাপাৰ,নলবাৰী |
১১২ | নৃপেন মালাকৰ | সন্ধা, নলবাৰী |
১১৩ | কমলেশ্বৰ দাস | ইচ্ছাপুৰহাটী, বৰপেটা |
১১৪ | মহানন্দ দাস | ফাটাহাটী, বৰপেটা |
১১৫ | ঠাকুৰ ওজা | ফাটাহাটী, বৰপেটা |
১১৬ | খৰ্গেশ্বৰ পাঠক | গান্ধীনগৰ, বৰপেটা |
১১৭ | জগদীশ মজুমদাৰ | গান্ধীনগৰ, বৰপেটা |
১১৮ | অৰবিন্দ ডেকা | চুতিয়াপাৰা, ভেল্লা, বৰপেটা |
১১৯ | প্ৰনৱ কুমাৰ তালুকদাৰ | শান্তিপুৰ, গুৱাহাটী, কামৰূপ |
১২০ | প্ৰশান্ত কুমাৰ বৰুৱা | গুৱাহাটী |
১২১ | ভবেন ৰয় | ২নং বাগৰা, বনগাওঁ, বৰপেটা |
১২২ | যোগেশ শৰ্মা | গৰমৌ, ৰঙিয়া, কামৰূপ |
১২৩ | ইমতিয়াজুদ্দিন আহমেদ | সোণাৰি, শিৱসাগৰ |
১২৪ | পুতুল গগৈ | কাকতিবাৰী, শিৱসাগৰ |
১২৫ | পোৱাল দাস | পথলিয়াল, টিয়ক যোৰহাট |
১২৬ | প্ৰবীন ভট্টাচাৰ্য | দামুৰীচোৰ, সৰু চৰাই, যোৰহাট |
১২৭ | বিপিন বৰা | পৰ্বতীয়া গাওঁ যোৰহাট |
১২৮ | প্ৰদীপ বৰা | দলগাওঁ, টিয়ক যোৰহাট |
১২৯ | ৰভাই বৰা | দলগাওঁ, টিয়ক যোৰহাট |
১৩০ | জীৱন পূজাৰী | বামুণপুখুৰী বৰাগাওঁ, যোৰহাট |
১৩১ | নবীন গগৈ | মগ্ৰৈ যোৰহাট |
১৩২ | দ্বিজেন দত্ত | চকীহাট, যোৰহাট |
১৩৩ | হেমন্ত দত্ত | চকীহাট, যোৰহাট |
১৩৪ | দন্দেশ্বৰ কলিতা | ইকৰানী বৰহলা,যোৰহাট |
১৩৫ | সুনন্দ বৰদলৈ | যোৰহাট |
১৩৬ | গাওঁবুঢ়া হান্সে | কাৰ্বি আংলং |
১৩৭ | হিতেশ ভূঞা | তিতাবৰ, যোৰহাট |
১৩৮ | আটাউৰ ৰহমান | বেঙেনাখোৱা, তিতাবৰ যোৰহাট |
১৩৯ | তৰুণ গগৈ | বিৰিনা, সায়েক, তিতাবৰ যোৰহাট |
১৪০ | তিখৰ চন্দ্ৰ বৰুৱা | কানাইঘাট, পঙ্কা, গোলাঘাট |
১৪১ | ৰাজীৱ হাজৰিকা | তিতাবৰ যোৰহাট |
১৪২ | চাদিৰুল আমিন | বেবেজীয়া, তিতাবৰ যোৰহাট |
১৪৩ | ইন্দ্ৰজিত চাংকাকতি | তৰাজান, যোৰহাট |
১৪৪ | জিতেন শইকীয়া | পংকা কানাইঘাট, গোলাঘাট |
১৪৫ | মনি শইকীয়া | পংকা কানাইঘাট, গোলাঘাট |
১৪৬ | ৰমেন হাজৰিকা | পালেঙিচক, তিতাবৰ যোৰহাট |
১৪৭ | মদন গগৈ | মেলেঙ, পাখিমাৰা, টিয়ক,যোৰহাট |
১৪৮ | দেৱেশ্বৰ বৰা | নাওজান, সৰুপথাৰ, গোলাঘাট |
১৪৯ | অনিল বৰা | কুঁৱৰীগাওঁ, গোলাঘাট |
১৫০ | দন্দিৰাম ভড়ালী | মেৰকাটি, শিৱসাগৰ গোলাঘাট |
১৫১ | হৰেন শইকীয়া | পংকা, কানাইঘাট, গোলাঘাট |
১৫২ | ভদ্ৰেশ্বৰ শইকীয়া | পংকা কানাইঘাট, গোলাঘাট |
১৫৩ | নেকিবুদ্দিন আহমেদ | কেন্দুগুৰি শিৱসাগৰ |
১৫৪ | দীপচান্দ ৰাজখোয়া | কুমাৰকাটা,লক্ষীমপুৰ |
১৫৫ | ধৰ্মকান্ত দত্ত | পদুমনি ঘাট, লক্ষীমপুৰ |
১৫৬ | অবলা দাস | নকাৰিগাওঁ, লক্ষীমপুৰ |
১৫৭ | কৰ্নেশ্বৰ নাথ | খগাগাওঁ, লক্ষীমপুৰ |
১৫৮ | মহেন্দ্ৰ নাথ | খগাথাওঁ, লক্ষীমপুৰ |
১৫৯ | ভৱ শইকীয়া | নিজৰাপাৰ, নাওবৈছা,লক্ষীমপুৰ |
১৬০ | গণেশ বৰুৱা | জামুগুৰি বদতি বিহপুৰীয়া, লক্ষীমপুৰ |
১৬১ | বাবুৰাম বৰুবা | শিমলুগুৰি, বিহপুৰীয়া, লক্ষীমপুৰ |
১৬২ | ত্ৰৈলোক্য গগৈ | বৰদলনি,ধেমাজি |
১৬৩ | লোহিত গোহাঁই | গোহাঁইগাওঁ,ধেমাজি |
১৬৪ | ফণিধৰ গোহাঁই | গোহাঁইগাওঁ,ধেমাজি |
১৬৫ | ভূধৰ হাজৰিকা | গোহাঁইচাপৰি, ধেমাজি |
১৬৬ | ভদ্ৰেশ্বৰ গগৈ | শালমাৰি, ধেমাজি |
১৬৭ | অকন গগৈ | দেউৰী বৰব্মা, ধেমাজি |
১৬৮ | অনুকূল চৌধুৰী | নাৰায়ণপুৰ, লক্ষীমপুৰ |
১৬৯ | কলিয়া বৰা | কচুৱা, বিহপুৰীয়া,লক্ষীমপুৰ |
১৭০ | টেপুৰাম গগৈ | বাঘনোৱা, ৰঙতি, বিহপুৰীয়া,লক্ষীমপুৰ |
১৭১ | মোহন গগৈ | বাঘনোৱা, ৰঙতি, বিহপুৰীয়া,লক্ষীমপুৰ |
১৭২ | শিৱনাথ বৰুৱা | পুখুৰীপৰিয়া, লালুক,লক্ষীমপুৰ |
১৭৩ | গোলাপ বসুমতাবি | লক্ষীমপুৰ |
১৭৪ | দুৰ্গেশ্বৰ শইকীয়া | কচুবা, লক্ষীমপুৰ |
১৭৫ | কনক হাজৰিকা | বনগুৰি, বিহপুৰীয়া, লক্ষীমপুৰ |
১৭৬ | ৰমাকান্ত বৰুৱা | ভোগপুৰিয়া,লক্ষীমপুৰ |
১৭৭ | আপতি দাস | জামুগুৰি পাচঁআলি,ধেমাজি |
১৭৮ | কমল বৰা | জামুগুৰি পাঁচআলি, ধেমাজি |
১৭৯ | মিলাৰাম বৰুবা | বনপুৰৈ বিহপুৰীয়া,লক্ষীমপুৰ |
১৮০ | জুৰমন টায়ে | চিলাপথাৰ, ধেমাজি |
১৮১ | কুলবাহাদুৰ চেত্ৰী | চিলাপথাৰ, ধেমাজি |
১৮২ | ভগীৰথ পেগু | বৰঘুলি, চিলাপথাৰধেমাজি |
১৮৩ | সুৰেন বৰুৱা | ধেমাজি |
১৮৪ | ধনঞ্জয় লেটুম | চিলাপথাৰ,জোনাই ধেমাজি |
১৮৫ | পোৱাল গগৈ | বগীনদী, লক্ষীমপুৰ |
১৮৬ | পদ্মবাহাদুৰ চেত্ৰী | আমগুৰি, লক্ষীমপুৰ |
১৮৭ | মফিজুৰ ৰহমান | কুলিজান,ধেমাজি |
১৮৮ | সৰুকন হাজৰিকা | চিচিব, ধেমাজি |
১৮৯ | খগেন ঠাকুৰীয়া | ধৰমগাওঁ |
১৯০ | প্ৰফুল্ল বৰুৱা | আটাবাৰী, কচুৱা, লক্ষীমপুৰ |
১৯১ | বিনু দাস | ফুকন নগৰ, শিৱসাগৰ |
১৯২ | প্ৰভাত চেতিয়া | নামটি চাৰিআলি, শিৱসাগৰ |
১৯৩ | পুহেশ্বৰ বড়া | বিমলপুৰ,সাপেখাইটি, ডিব্ৰুগড় |
১৯৪ | হৰেন ফুকন | নঙলামৰা, নিমুগুৰি, শিৱসাগৰ |
১৯৫ | বিমল গগৈ | নগাহাট, সাপেখাইটি, ডিব্ৰুগড় |
১৯৬ | সত্যজিত হাজৰিকা | সাউদগাওঁ, শিমলুগুৰি, শিৱসাগৰ |
১৯৭ | আকাশ বৰুৱা | খৰাহাট,শিৱসাগৰ |
১৯৮ | চন্দ্ৰ বুঢ়াগোহাঁই | মৰাণ, শিৱসাগৰ |
১৯৯ | অনুকূল কাকতি | কাকজান, তিনিকুৰিয়া, যোৰহাট |
২০০ | বেব শইকীয়া | কানাইঘাট, পংকা, গোলাঘাট |
২০১ | মফিজুদ্দিন আহমেদ | পানীগাওঁ, নগাওঁ |
২০২ | উমাকান্ত দাস | নগাওঁ |
২০৩ | কমলা বৰা | মৰিকলং, নগাওঁ |
২০৪ | পুষ্পেন্দ্ৰ চুবেদাৰ | বালিগাওঁ, ৰহা, নগাওঁ |
২০৫ | কনক বৰা | কঠীয়াতলি,নগাওঁ |
২০৬ | আতব আলি | জাগীৰোড, মৰিগাওঁ |
২০৭ | ধ্ৰুৱজ্যোতি নাথ | ডুমডূমীয়া সত্ৰ, ধিং-নগাওঁ |
২০৮ | সৰ্বানন্দ শইকীয়া | আউনিআটি, আইভেটী, নগাওঁ |
২০৯ | জয়ৰাম ভৰালী | ডুমডূমিয়া সত্ৰ, ধিং-নগাওঁ |
২১০ | মিতাম্বৰ নাথ | ধিং-ভকতগাওঁ, নগাওঁ |
২১১ | ডালি শইকীয়া | ধিং চহৰ, নগাওঁ |
২১৩ | দেউৰাম বৰুৱা | বৰদোৱা, বটদ্ৰৱা, নগাওঁ |
২১৩ | লোকনাথ শইকীয়া | ব্ৰহ্মচাৰী সত্ৰ, কলংপাৰ, নগাওঁ |
২১৪ | ৰাজীৱ ৰাজকুমাৰ | ডিমৌ, কোকৰাবাহী, নগাওঁ |
২১৫ | নৰেন্দ্ৰ নাথ | পূৰ-শালমাৰা, ৰহা, নগাওঁ |
২১৬ | ভূধৰ ডেকা | পূব-শালমাৰা, ৰহা, নগাওঁ |
২১৭ | হেম কলিতা | কঠীয়াতলি, নগাওঁ |
২১৮ | অতুল মুক্তিয়াৰ | ভেলৌগুৰি, চামুগুৰি, নগাওঁ |
২১৯ | সুচেন গগৈ | কলিয়াবৰ, নগাওঁ |
২২০ | চাৰু শইকীয়া | কলিয়াবৰ, নগাওঁ |
২২১ | ফুলমাই বৰকটকী | বাজিয়াগাওঁ, চামুগুৰি, নগাওঁ |
২২২ | আইতী তামোলী | ননৈ, পানীগাওঁ, নগাওঁ |
২২৩ | মণ্টু শইকীয়া | ননৈ পানীগাওঁ, নগাওঁ |
২২৪ | শংকৰ কটকী | আমোলাপাট্টী, নগাওঁ |
২২৫ | পৰোজ বৰা | আমোলাপাট্টী, নগাওঁ |
২২৬ | মঘা বাংঠাই | গৰমাৰি, মৰিগাওঁ |
২২৭ | ৰঙমনি, বাংঠাই | গৰমাৰি,মৰিগাওঁ |
২২৮ | সম্ভু পাল | পচতিয়া, মৰিগাওঁ |
২২৯ | ইলভা কোঁৱৰ | গৰমাৰি, মৰিগাওঁ |
২৩০ | ৰঙধৰ গগৈ | ঘগুৱা,মৰিগাওঁ |
২৩১ | নৱকান্ত বৰদলৈ | কটহগুৰি, মৰিগাওঁ |
২৩২ | নেৰিয়া কোঁৱৰ | কটহগুৰি, মৰিগাওঁ |
২৩৩ | লক্ষ্মী ডেকা | ডোঙাবড়ী, জাগীৰোড, মৰিগাওঁ |
২৩৪ | কেৰপাই পাটৰ | ৰজাবাৰী, মৰিগাওঁ |
২৩৫ | শুক্লেশ্বৰ বৰদলৈ | জাজাৰি, নগাওঁ |
২৩৬ | মনু পাটৰ | নাঙলকুছি, জাগিভকত গাওঁ, মৰিগাওঁ |
২৩৭ | তুলাৰাম পাটৰ | মিকিৰ ভেটা, মৰিগাওঁ |
২৩৭ | অনন্ত শইকীয়া | সৰুকুলৈ জাগিভকতগাওঁ, মৰিগাওঁ |
২৩৯ | চন্দন সিং | বগলাজান, নগাওঁ |
২৪০ | মহেন্দ্ৰ দাস | ৰাইদঙীয়া, নগাওঁ |
২৪১ | লম্বোদৰ ডেকা | দন্দুৱা, মৰিগাওঁ |
২৪২ | লোচন বৰুৱা | দন্দুৱা, মৰিগাওঁ |
২৪৩ | তপন বৰুৱা (ওৰফে তৰুণ) | দন্দুৱা, মৰিগাওঁ |
২৪৪ | যুতীকা বৰুৱা (দেবী) | দন্দুৱা, মৰিগাওঁ |
২৪৫ | মতিৰাম কাকতি | নাওকটা, মৰিগাওঁ |
২৪৬ | পৰিক্ষিত মণ্ডল | ভোঙাবড়ী জাগীৰোড, মৰিগাওঁ |
২৪৭ | মহিম মণ্ডল | ভোঙাবড়ী জাগীৰোড, মৰিগাওঁ |
২৪৮ | নিপেন ৰাম বৰদলৈ | কুশতলী, মৰিগাওঁ |
২৪৯ | হীৰা পাটৰ | কুশতলী, মৰিগাওঁ |
২৫০ | নৰকান্ত পাটৰ | ঔগুৰি, মৰিগাওঁ |
২৫১ | পুৱাৰাম বৰদলৈ | বালিপাৰা, ৰহা, নগাওঁ |
২৫২ | খগেন ডেকা | চুৰতাবৰি, মিকিৰভেটা, মৰিগাওঁ |
২৫৩ | পুৰ্নেশ্বৰ ডেকা | চুৰতাবৰি, মিকিৰভেটা, মৰিগাওঁ |
২৫৪ | লোহিত দাস | ধিং, নগাওঁ |
২৫৫ | নকুৰাম বৰদলৈ | গড়মাৰি, মৰিগাওঁ |
২৫৬ | ফনীধৰ পাটৰ | মাজৰবৰি, মৰিগাওঁ |
২৫৭ | ভুলিৰাম পাটৰ | হাবি বৰঙাবাৰী, মৰিগাওঁ |
২৫৮ | নেৰিয়া নাথ | হাবি বৰঙাবাৰী, মৰিগাওঁ |
২৫৯ | খহুবা ডেকা | হাবি বৰঙাবাৰী, মৰিগাওঁ |
২৬০ | প্ৰসন্ন নাথ (বুবুল) | হাবি বৰঙাবাৰী, মৰিগাওঁ |
২৬১ | ৰামপদ ডেকা | হাবি বৰঙাবাৰী, মৰিগাওঁ |
২৬২ | প্ৰথমী ডেকা | কাহিবাৰী, মিকিৰভেটা, মৰিগাওঁ |
২৬৩ | হেমন্ত কুমাৰ শইকীয়া | লাহৰিঘাট, মৰিগাওঁ |
২৬৪ | আহাৰাম পাটৰ | লাহৰিঘাট, কুশতলী, মৰিগাওঁ |
২৬৫ | পাহাৰাম বৰদলৈ | লাওভেৰোংগা, লাহৰিঘাট, মৰিগাওঁ |
২৬৬ | হলঙা কোঁৱৰ | ভুৰবন্ধা, মৰিগাওঁ |
২৬৭ | আনন্দ দাস | ৰহা, নগাওঁ |
২৬৮ | হেমেন্দ্ৰ বৰদলৈ | সোণাৰুগুৰি |
২৬৯ | নেফৰ বৰদলৈ | বৰঙণি, মৰিগাওঁ |
২৭০ | সুকোমল বৰা | লাহৰিঘাট, মৰিগাওঁ |
২৭১ | সঞ্জুৰাম বৰা | মৰিগাওঁ |
২৭২ | খহুলী ডেকা | আজাৰবৰী, মৰিগাওঁ |
২৭৩ | সুব্ৰী (চবিন) পাটৰ | আটিগাওঁ, ধৰমতুল, মৰিগাওঁ |
২৭৪ | ভগীৰথ ডেকা | আঁহতগুৰি, মৰিগাওঁ |
২৭৫ | লক্ষপতি দাস | আহঁতগুৰি, মৰিগাওঁ |
২৭৬ | বাবুলাল ডেকা | আহঁতগুৰি, মৰিগাওঁ |
২৭৭ | চেনিৰাম কাকতি | কুম্ভিৰডুবি, বাৰপুজিয়া, যমুনামুখ, নগাওঁ |
২৭৮ | নীলকান্ত বৰা | বৰপুঠিয়া, কামপুৰ, নগাওঁ |
২৭৯ | চন্দ্ৰ ডেকা | ভূইয়াগুৰি, কুশতলি, লাহৰিঘাট, মৰিগাওঁ |
২৮০ | নন্দেশ্বৰ ডেকা | ভূইয়াগুৰি, কুশতলি, লাহৰিঘাট, মৰিগাওঁ |
২৮১ | নগেন ডেকা | বাৰুকটা, মৰিগাওঁ |
২৮২ | লক্ষ্মীনন্দন মান্তা | ধৰমতুল, মৰিগাওঁ |
২৮৩ | প্ৰভাত পাটৰ | ধৰমতুল, মৰিগাওঁ |
২৮৪ | সাদিৰাম দাস | ধৰমতুল, বৰবাৰী, মৰিগাওঁ |
২৮৫ | জলেশ্বৰ দাস | দেওবালি, মৰিগাওঁ |
২৮৬ | ফুলচিং দাস | দেৱনাৰী কলি, কামপুৰ, নগাওঁ |
২৮৭ | গণেশ দাস | দেৱনাৰি কলি, কামপুৰ, নগাওঁ |
২৮৮ | বাবুল পাটৰ | ধৰমতুল, মৰিগাওঁ |
২৮৯ | আঘোনা মেধি | গছৰগুৰি, (দুৱনি), মৰিগাওঁ |
২৯০ | জৱহাবলাল পাটৰ | গোহালীগাওঁ, ধৰমতুল, মৰিগাওঁ |
২৯১ | মহেশ্বৰ কোঁৱৰ | দহালিগাও, নেলী, মৰিগাওঁ |
২৯২ | বেদেলা বৰদলৈ | গোহালীগাওঁ, ধৰমতুল, মৰিগাওঁ |
২৯৩ | অনিল চৰকাৰ | হোজাই |
২৯৪ | সঞ্জয় বৰা | হাওবাঘাট, কাৰ্বি আংলং |
২৯৫ | হেমেন্দ্ৰ বৰদলৈ | ৰজাবাৰি, মৰিগাওঁ |
২৯৬ | বেথাৰাম পাটৰ | ৰজাবাবি, মৰিগাওঁ |
২৯৭ | তাৰসিং পাটৰ | ৰজাবাৰি, মৰিগাওঁ |
২৯৮ | তুলাৰাম পাটৰ | ৰজাবাৰি, মৰিগাওঁ |
২৯৯ | মৃণাল ভৌমিক | শিমলুগুৰি, কামপুৰ, নগাওঁ |
৩০০ | বিৰিঞ্চি নাথ | এৰগাওঁ, মৰিগাওঁ |
৩০১ | পদ্ম বৰা | মাটিপৰ্বত, ধৰমতুল, মৰিগাওঁ |
৩০২ | গোপাল ডেকা | জাগী ভকতগাওঁ, জাগীৰোড, মৰিগাওঁ |
৩০৩ | তিলক নাথ | নতুৱাগাওঁ, মৰিগাওঁ |
৩০৪ | ধীৰেণ বৰা | যমুনামুখ, নগাওঁ |
৩০৫ | প্ৰফুল্ল দাস | পচতিয়া, হীৰাগাওঁ, মৰিগাওঁ |
৩০৬ | ভৱ ডেকা | পচতিয়া, মৰিগাওঁ |
৩০৭ | টংকেশ্বৰ নাথ | দিঘলদৰী ৰহা, নগাওঁ |
৩০৮ | মোহন নাথ | দীঘলদৰী, ৰহা, নগাওঁ |
৩০৯ | মুদ্ৰা পাটৰ | সিধাবাৰী, মৰিগাওঁ |
৩১০ | কিৰণ নাথ | সিধাবাৰী, মৰিগাওঁ |
৩১১ | হেমকান্ত টেৰন | ধৰমতুল, মৰিগাওঁ |
৩১২ | হেম ইংতি | সোণাৰীবাৰী, আমছৈ, মৰিগাওঁ |
৩১৩ | অকন বৰা | ওপৰ ওজৰা গাওঁ, আমছৈ, মৰিগাওঁ |
৩১৪ | উপেন হীৰা | ধৰমতুল, মৰিগাওঁ |
৩১৫ | অতুল বৰা | কামপুৰ, নগাওঁ |
৩১৬ | প্ৰদীপ বৰদলৈ | ডিমো বেবেজীয়া, নগাওঁ |
৩১৭ | সেৱক ডেকা | মিকিৰ গাওঁ, মৰিগাওঁ |
৩১৮ | কিনাৰাম শইকীয়া | বাৰপুজীয়া, ৰহা, নগাওঁ |
৩১৯ | দেওবৰ বৰা | হাবিবৰঙাবাৰী, মিকিৰভেটা, মৰিগাওঁ |
৩২০ | সুভাষ ডেকা | হাবিবৰঙাবাৰী, মিকিৰভেটা, মৰিগাওঁ |
৩২১ | ৰাজেন পাটৰ | মাজৰকৰি, মৰিগাওঁ |
৩২২ | উমাৰাম বৰকাকতি | বাজিয়াগাওঁ, চামুগুৰি, নগাওঁ |
৩২৩ | নিৰ্মালী বৰকাকতি | বাজিয়াগাওঁ, চামুগুৰি, নগাওঁ |
৩২৪ | হলধৰ বৰা | বাজিয়াগাওঁ, চামুগুৰি, নগাওঁ |
৩২৫ | দধিৰাম বৰা | বাজিয়াগাওঁ, চামুগুৰি, নগাওঁ |
৩২৬ | পোনাৰাম বৰা | পুৰণিগুদাম, নগাওঁ |
৩২৭ | লক্ষ্মীৰাম বৰা | কলংপথাৰ, চামুগুৰি, নগাওঁ |
৩২৮ | নিমাতী নাথ | গেৰুৱাআটি বজাৰ, চামুগুৰি, নগাওঁ |
৩২৯ | শ্ৰীকান্ত মেধি | শিমলুগুৰি, ৰঙাবাৰী, মৰিগাওঁ |
৩৩০ | হগলা শইকীয়া | বৰঙাতলি, চামুগুৰি, নগাওঁ |
৩৩১ | ইলাৰাম শইকীয়া | ৩নং কাকি, নগাওঁ |
৩৩২ | চিন্তা বৰদলৈ | তিতাতলা, লাহৰিঘাট, মৰিগাওঁ |
৩৩৩ | বহি শইকীয়া (ভোলাই) | লতাবোৱা, নগাওঁ |
৩৩৪ | মান সিং ক্যাপ | মহখুলী, আমছৈ, মৰিগাওঁ |
৩৩৫ | কৰম সিং (কানু) | বৰকোলা, নগাওঁ |
৩৩৬ | হৰিকান্ত হীৰা | পূৱ-গুইমাৰী কামপুৰ, নগাওঁ |
৩৩৭ | হৰেশ্বৰ হীৰা | পূৱ-গুইমাৰী কামপুৰ, নগাওঁ |
৩৩৮ | মমত হীৰা | পূৱ-গুইমাৰী কামপুৰ, নগাওঁ |
৩৩৯ | খৰ্গেশ্বৰ কোঁৱৰ | কটহগুৰি, ৰহা, নগাওঁ |
৩৪০ | চন্দ্ৰকান্ত হীৰা (লস্কৰ) | পূৱ-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৪১ | পোনাসিং হীৰা | পূৱ-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৪২ | বংশী বায়ন (হীৰা) | পূৱ-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৪৩ | বিভূতি ভূষণ নাথ | দীঘলদাৰী, ৰহা, কাকতিগাওঁ, নগাওঁ |
৩৪৪ | মহিম নাথ | দীঘলদাৰী, ৰহা, নগাওঁ |
৩৪৫ | কুশৰাম হীৰা | পূৱ-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৪৬ | ডম্বৰু লস্কৰ | পূৱ-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৪৭ | দুলন শইকীয়া | পুৱ-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৪৮ | গম্ভীৰ বৰা | পুৱ-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৪৯ | টিমুং গাওঁবুঢ়া | টিমুংগাওঁ, কাৰ্বি আংলং |
৩৫০ | ৰাজেন শইকীয়া | পূৱ-গুইমাৰী, নগাওঁ |
৩৫১ | দীনেশ মণ্ডল | চাঙেগাওঁ, পুঠিমাৰী, কাৰ্বি আংলং |
৩৫২ | মহেন্দ্ৰ দাস | দেওৱালি, ৰহা, নগাওঁ |
৩৫৩ | মাধব দাস | দেওৱালি, ৰহা, নগাওঁ |
৩৫৪ | নোমল চন্দ্ৰ দাস | দেওৱালি, ৰহা, নগাওঁ |
৩৫৫ | বিমল দাস | দেওৱালি, ৰহা, নগাওঁ |
৩৫৬ | প্ৰহ্লাদ ডেকা | কটহগুৰি, ৰহা, নগাওঁ |
৩৫৭ | ধনীৰাম দাস | কটহগুৰি, ৰহা, নগাওঁ |
৩৫৮ | চন্দ্ৰমোহন দাস | কটহগুৰি, ৰহা, নগাওঁ |
৩৫৯ | মেলেঙ পাটৰ | মিলনপুৰ, লাওপানী, নগাওঁ |
৩৬০ | প্ৰভাত কোঁৱৰ | দেৱাগুৰি, ৰহা, নগাওঁ |
৩৬১ | টিকেন নাথ | দগাওঁ, কামপুৰ, নগাওঁ |
৩৬২ | থানেশ্বৰ দাস | দেওৱালি, ৰহা, নগাওঁ |
৩৬৩ | টিলখং ক্ৰু | ডালিমবাৰী, কাৰ্বি আংলং |
৩৬৪ | মদন মল্লিক | ডালিমবাৰী, কাৰ্বি আংলং |
৩৬৫ | ডেন টেৰন | ডালিমবাৰী, কাৰ্বি আংলং |
৩৬৬ | মনেশ্বৰ নাথ | দীঘলদৰী, নগাওঁ |
৩৬৭ | সম্ভুকুমাৰ পাটৰ | কটহগুৰি, ৰহা, নগাওঁ |
৩৬৮ | হলিৰাম নাথ | কাকতিগাওঁ, ৰহা, নগাওঁ |
৩৬৯ | ভূপেন্দ্ৰ নাথ | কাকতিগাওঁ, ৰহা, নগাওঁ |
৩৭০ | ডিম্বেশ্বৰ কোঁৱৰ | কটহগুৰি, ৰহা, নগাওঁ |
৩৭১ | গিৰিশ নাথ | গৰৈমাৰি, দীঘলদৰী, ৰহা, নগাওঁ |
৩৭২ | সৰুবালা সেনাপতি | দীঘলদাৰি, ৰহা, নগাওঁ |
৩৭৩ | নিৰন ডেকা | কটহগুৰি, ৰহা, নগাওঁ |
৩৭৪ | শান্তিৰাম দাস | ফুলগুৰি, ৰহা, নগাওঁ |
৩৭৫ | শশীকান্ত দাস | জাকৰুৱা, ৰহা, নগাওঁ |
৩৭৬ | চাও বুঢ়াক্ৰ' | হামৰেন, কাৰ্বি আংলং |
৩৭৭ | শুক্লেশ্বৰ কোঁৱৰ | কটহগুৰি, ৰহা, নগাওঁ |
৩৭৮ | ঘনশ্যাম দাস | ফুলগুৰি, ৰহা, নগাওঁ |
৩৭৯ | উমাকান্ত দাস | ফুলগুৰি, ৰহা, নগাওঁ |
৩৮০ | ইছমাইল কোঁৱৰ | ফুলগুৰি, ৰহা, নগাওঁ |
৩৮১ | দাৰিকা দাস | ফুলগুৰি, ৰহা, নগাওঁ |
৩৮২ | দিলীপ দেউৰী | জৰাবাৰী, কামপুৰ, নগাওঁ |
৩৮৩ | আনন্দ বৰদলৈ | জৰাবাৰী, কামপুৰ, নগাওঁ |
৩৮৪ | সুনীল বৰ্মন | ফুলগুৰি, ৰহা, নগাওঁ |
৩৮৫ | প্ৰদীপ লস্কৰ | মাজগাওঁ, কামপুৰ, নগাওঁ |
৩৮৬ | মনবৰ পাটৰ | কাৰ্বি আংলং |
৩৮৭ | গোপাল বৰা | ফুলগুৰি, ৰহা, নগাওঁ |
৩৮৮ | বীৰেন হাজৰিকা | ফুলগুৰি, ৰহা, নগাওঁ |
৩৮৯ | ডিম্বেশ্বৰ শৰ্মা | চামতা, গামেৰীমুৰী, নলবাৰী |
৩৯০। | গহন হীৰা | নিজ-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৯১ | অতুল বৰদলৈ | ৰহা,নগাওঁ |
৩৯২ | হেমকান্ত বৰদলৈ | ৰহা, পূব সৰাগাওঁ, নগাওঁ |
৩৯৪ | অতুল নাথ | পূব-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৯৫ | হলিৰাম বৰুৱা | পূব-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৯৬ | প্ৰদীপ নাথ | পূব-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৯৬ | ঘনকান্ত বৰা | পূব-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৯৭ | নাৰায়ণ ইংতি | কাৰ্বি আংলং |
৩৯৮ | ব্ৰজেন বৰা | পূব-গুইমাৰী, কামপুৰ, নগাওঁ |
৩৯৯ | হোমেশ্বৰ নাথ | আমতলা, পূব-গুইমাৰী, কামপুৰ, নগাওঁ |
৪০০ | বলিন্দ্ৰ মজুমদাৰ | পমিলা, শিমলুগুৰি, কামপুৰ, নগাওঁ |
৪০১ | ডিম্বেশ্বৰ বৰদলৈ | ২নং পমিলা, পমিলা, শিমলুগুৰি, কামপুৰ, নগাওঁ |
৪০২ | পিলিঙা লস্কৰ ওৰফে(ব্ৰজমোহন ডেকা) | শিমলুগুৰি, কামপুৰ, নগাওঁ |
৪০৩ | তিলমাই লস্কৰ | নং পমিলা, শিমলুগুৰি, কামপুৰ, নগাওঁ |
৪০৪ | মিলাই বৰদলৈ | ২নং পমিলা, শিমলুগুৰি, কামপুৰ, নগাওঁ |
৪০৫ | লীলা ডেকা | ২নং পমিলা, শিমলুগুৰি, কামপুৰ, নগাওঁ |
৪০৬ | মনমোহন নাথ | পিপৰাগাওঁ, পূব-গুইমাৰী, কামপুৰ, নগাওঁ |
৪০৭ | ভদ্ৰহীৰা মেধি | পিপৰাগাওঁ, পূব-গুইমাৰী, কামপুৰ, নগাওঁ |
৪০৮ | প্ৰফুল্ল দাস | পিপৰাগাওঁ, পূব-গুইমাৰী, কামপুৰ, নগাওঁ |
৪০৯ | মহেন্দ্ৰ গোস্বামী | আমোলাপট্টী, বিদ্যাবৰুৱা পথ, নগাওঁ |
৪১০ | শুভসিং ডেকা | বৰচলা, মৰিগাওঁ |
৪১১ | ধনবৰ তিচ্ছ | কাৰ্বি আংলং |
৪১২ | চানবুঢ়া চেনাৰ | কাৰ্বি আংলং |
৪১৩ | হেমেন তেৰণ | কাৰ্বি আংলং |
৪১৪ | চন্দলচাং মাজী | টোপাকুছী, দোমাই হাগী, দৰাপাৰ, নগাওঁ |
৪১৫ | জুৰমন লস্কৰ | আতি গাওঁ (পমিলাগড়) শিমলুগুৰি, কামপুৰ, নগাওঁ |
৪১৬ | টঙ্কেশ্বৰী ডেকা | বৰকোৰহা, জালুগুটি,মৰিগাওঁ |
৪১৭ | গিৰিবালা ডেকা | বৰকোৰহা, জালুগুটি,মৰিগাওঁ |
৪১৮ | কুসুম বালা ডেকা | বৰকোৰহা, জালুগুটি, মৰিগাওঁ |
৪১৯ | সীলাকান্ত ডেকা | বৰকোৰহা, জালুগুটি, মৰিগাওঁ |
৪২০ | ফণীধৰ ডেকা | গোহাঁইবৰি, জালুগুটী, মৰিগাওঁ |
৪২১ | মনেশ্বৰ বৰদলৈ | শিলপুখুৰী |
৪২২ | দিলীপ বৰা | সূতাৰগাওঁ,(পানীখোৱা চ'ক) বৰতঙালি, চামগুৰি, নগাওঁ |
৪২৩ | গজেন হাজৰিকা | সোণাৰী, কলিয়াবৰ, নগাওঁ |
৪২৪ | চন্দ্ৰকান্ত শইকীয়া | ধিং, নগাওঁ |
৪২৫ | বীৰেন কোঁচ | ধিং, নগাওঁ |
৪২৬ | ভুবন গোস্বামী | নগাওঁ |
৪২৭ | মাণিক ডেকা | বিলমৰা, আৰগাওঁ,মৰিগাওঁ |
৪২৮ | বিমল শইকীয়া | পিপলপুখুৰী, লঙ্কা, নগাওঁ |
৪২৯ | খগেশ্বৰ ৰায় | উত্তৰখৰা, নয়াগাওঁ, অভয়াপুৰী, বঙাইগাওঁ |
৪৩০ | আশুতোষ দেবনাথ | চৌতাৰা, চৌতাৰা গোহাই, কোকৰাঝাৰ |
৪৩১ | দেবেন গয়াৰী | ধুলউবা খৰ্গপুৰ,বঙাইগাওঁ |
৪৩২ | গোপাল মেধি | আৰেয়াৰঝাৰ চাপৰ,ধুবুৰী |
৪৩৩ | হৰেন দাস | আৰেয়াৰঝাৰ চাপৰ,ধুবুৰী |
৪৩৪ | ৰুদ্ৰমোহন ৰায় (জণ্টু) | ভোটগাওঁ, কাশীপাৰা, কোকৰাঝাৰ |
৪৩৫ | বাহোটীয়া ৰাম ৰায় | উত্তৰ শালমাৰা,বঙাইগাওঁ |
৪৩৬ | জলৰাম সূত্ৰধৰ | উত্তৰ শালমাৰা (সূত্ৰধৰপাৰা), বঙাইগাওঁ |
৪৩৭ | ক্ষীৰোদ বাহাদুৰ তামাং | উত্তৰ শালমাৰা (সূত্ৰধৰপাৰা), বঙাইগাওঁ |
৪৩৮ | কলিয়া সূত্ৰধাৰ | উত্তৰ শালমাৰা (সূত্ৰধৰপাৰা), বঙাইগাওঁ |
৪৩৯ | বেদেকা ৰাভা | ঘিলাগুৰি, নয়াগাওঁ, বঙাইগাওঁ |
৪৪০ | লুটুবাম ৰায় | টুলুঙীয়া, উত্তৰ শালমাৰা,বঙাইগাওঁ |
৪৪১ | ধৰণী ৰায় | আমতলা, উত্তৰ শালমাৰা,বঙাইগাওঁ |
৪৪২ | বনমালি সিংহ | টেঙইগাওঁ, শিমলুগুৰি, কোকৰাঝাৰ |
৪৪৩ | মনিকান্ত ৰায় | ডাকৰতিতা, বঙাইগাওঁ |
৪৪৪ | পীৰেন ৰায় | ঢালিগাওঁ, কোকৰাঝাৰ |
৪৪৫ | নবকুমাৰ ৰায় | টোকৰাপাৰা, গোৱালপাৰা |
৪৪৬ | অনিল বৰুৱা | দোলাইগাওঁ, বঙাইগাওঁ |
৪৪৭ | তগৰ সূত্ৰধাৰ | দোলাইগাওঁ,বঙাইগাওঁ |
৪৪৮ | কুপেন ৰায় | দোলাইগাওঁ, বঙাইগাওঁ |
৪৪৯ | প্ৰভাত বৰ্মন | পদ্যবিল, চালেকাটি, কোকৰাঝাৰ |
৪৫০ | ভবাণী সূত্ৰধাৰ | উত্তৰ বিদ্যাপুৰ, বিদ্যাপুৰ,ধুবুৰী |
৪৫১ | উমেশ দাস | বিজয় গাওঁ, কচুগাওঁ, কোকৰাঝাৰ |
৪৫২ | মুকুলীবালা ৰায় | নয়াপাৰা, খৰ্গপুৰ, গোৱালপাৰা |
৪৫৩ | বিষাদু নমসূত্ৰ | বালাকেৰখাল, হাটীপোটা, ধুবুৰী |
৪৫৩ | পূৰ্ণ বিশ্বাস | নুনমাটী, হাটীপোতা, ধুবুৰী |
৪৫৪ | সোমেন বৰ্মন | নুনমাটী, হাটীপোতা, ধুবুৰী |
৪৫৬ | তৰণী নাথ | মহিমবাথান, ঢিলাপাৰা, ধুবুৰী |
৪৫৭ | ভবেন্দ্ৰ নাথ | মহিমবাথান, ঢিলাপাৰা, ধুবুৰী |
৪৫৮ | যুগুসু ৰায় | পলাসকান্দি,ৰাণীগঞ্জ বিলাসীপাৰা,ধুবুৰী |
৪৫৯ | কবিন্দ্ৰ বৰ্মন | পলাসকান্দি,ৰাণীগঞ্জ বিলাসীপাৰা,ধুবুৰী |
৪৬০ | যোগেশ নাথ | লুচাপাৰা,লক্ষ্মীগঞ্জ,বিলাসীপাৰা,ধুবুৰী |
৪৬১ | বিপুল চন্দ্ৰ ৰায় | তলাগাওঁ বহলপুৰ,ধুবুৰী |
৪৬২ | চেপাতু বৰ্মন | সষ্টৰ, চিজনগ্ৰাম, ধুবুৰী |
৪৬৩ | নৰেশ্বৰ দাস | আমগুৰি, চিজনগ্ৰাম, বঙাইগাওঁ |
৪৬৪ | কবিদ্ৰ ৰায় | পাতিলাজহা, বঙাইগাওঁ |
৪৬৫ | সাধুৰাম ৰায় | বিজনী, বঙাইগাওঁ |
৪৬৬ | নৰেশ্বৰ ৰায় | টেঙাগাওঁ, বিজনী, বঙাইগাওঁ |
৪৬৭ | হৰেশ্বৰ ৰায় | টেঙাগাওঁ, বিজনী, বঙাইগাওঁ |
৪৬৮ | পৰিমল ৰায় | টেঙাগাওঁ, বিজনী, বঙাইগাওঁ |
৪৬৯ | ডম্বৰুধৰ ৰায় | ডেউহাটী, অভয়াপুৰী, বঙাইগাওঁ |
৪৭০ | ডিম্বেশ্বৰ ফুকন | নেৰিয়াপথাৰ, মেৰুমুখ, ডিক্ৰং, লক্ষীমপুৰ |
৪৭১ | গোপাল চন্দ্ৰ ৰাভা | আমগুৰি, বৰদামাল, আগিয়া, গোৱালপাৰা |
৪৭২ | সুবেন্দ্ৰ ৰাভা | দৰণী, গোৱালপাৰা |
৪৭৩ | গজেন্দ্ৰ বিজয়ী ৰাভা | বামুণ ডাঙা, গোৱালপাৰা |
৪৭৪ | পৰমেশ্বৰ ৰাভা | বামুণ ডাঙা, গোৱালপাৰা |
৪৭৫ | জেলপক ৰাভা | দৰণী, গোৱালপাৰা |
৪৭৬ | চায়লা ৰাভা | আমগুৰি, বালাৱাৰা, গোৱালপাৰা |
৪৭৭ | লুদ্ৰোমোহন ৰাভা | দৰণী, উজানপাৰা, গোৱালপাৰা |
৪৭৮ | গণেশ নাথ | টোকৰাপাৰা, গোৱালপাৰা |
৪৭৯ | বিকাৰু ৰাম নাথ | মুৰুলিঝাৰ, গোৱালপাৰা |
৪৮০ | হিৰেন্দ্ৰ কুমাৰ ৰাভা | গজাপাৰা, দ্বাৰকা, গোৱালপাৰা |
৪৮১ | উমাচৰণ ৰাভা | ছাট্টাবাৰী, গোৱালপাৰা |
৪৮২ | কৰ্ণ ৰাভা | কাছমাৰী, গোৱালপাৰা |
৪৮৩ | খাম চাখেং ৰাভা | ননঙ্গা, গোৱালপাৰা |
৪৮৪ | ফাগুনা ৰাভা | খাৰানাৰা বৰদামাল,গোৱালপাৰা |
৪৮৫ | বাজাৰু ৰাম কলিতা | জয়পুৰ, বৰদামাল, গোৱালপাৰা |
৪৮৬ | গোকলং ৰাভা | নলঙ্গাপাহাৰতলী, বৰদামাল, গোৱালপাৰা |
৪৮৭ | নবীন বৰুৱা | চৌতাক, উত্তৰ শালমাৰা, অভয়াপুৰী |
৪৮৮ | মালতী দাস | বৰদামাল, কৰাইখোৱা, গোৱালপাৰা |
৪৮৯ | নৰেশ্বৰ দাস | বৰদামাল, কৰাইখোৱা, গোৱালপাৰা |
৪৯০ | জ্যোৎস্না মেধি | বৰদামাল, কৰাইখোৱা, গোৱালপাৰা |
৪৯১ | ৰিজাক ৰাভা | মালাধৰা, গোৱালপাৰা |
৪৯২ | নৰেন্দ্ৰ নাথ | টোক্ৰাপাৰা, আগিয়া, গোৱালপাৰা |
৪৯৩ | পুলেন্দ্ৰ চন্দ্ৰ মৰান | দহোতিয়া,ডিব্ৰুগড় |
৪৯৪ | হৰেশ্বৰ ফুকন | বিৰাগী ৰত গাওঁ, লঙলাপাৰা, শিৱসাগৰ |
৪৯৫ | ৰামধন কাকতি | খোৱাং। চামুগুৰি, ডিব্ৰুগড় |
৪৯৬ | শুক্ৰেশ্বৰ কাকতি | খোৱাং চামুগুৰি, ডিব্ৰুগড় |
৪৯৭ | ভবেশ কাকতি | খোৱাং চামুগুৰি, ডিব্ৰুগড় |
৪৯৮ | অঞ্জন বৰঠাকুৰ | টিপাম চাহ বাগিচা, ডিগবৈ, তিনিচুকীয়া |
৪৯৯ | হেমচন্দ্ৰ বৰপাত্ৰগোঁহাই | পাণবাৰী,ডিগবৈ, তিনিচুকীয়া |
৫০০ | প্ৰকাশ ৰঞ্জন বৰা | বাপাপুং, ডিগবৈ,তিনিচুকীয়া |
৫০১ | অজিত নেওগ | চাচনি, শান্তিপুৰ, নাহৰকটীয়া, ডিব্ৰুগড় |
৫০২ | প্ৰমোদ বৰা | চাচনি, শান্তিপুৰ, নাহৰকটীয়া,ডিব্ৰুগড় |
৫০৩ | নগেন ডেকা | চাচনি, হুদুপাৰা, নাহৰকটীয়া, ডিব্ৰুগড় |
৫০৪ | পূৰ্ণকান্ত নিৰ্মলীয়া | চেঙেলীজান, কলীয়াপানী, নাহৰকটীয়া, ডিব্ৰুগড় |
৫০৫ | বগেশ্বৰ গগৈ | চাবুৱা, দেওধাই গাওঁ চাবুৱা, ডিব্ৰুগড় |
৫০৬ | গহীন চুতীয়া | দিনজয় চাবুৱা, ডিব্ৰুগড় |
৫০৭ | নিবাৰণ গোঁহাই | ৰহসৰীয়া বৰুগাওঁ, চাবুবা, ডিব্ৰুগড় |
৫০৮ | গোপেন বৰুবা | ৰহসৰীয়া বৰুগাওঁ, চাবুবা, ডিব্ৰুগড় |
৫০৯ | ভালুকা গোহাঁই | ৰাজিপথাৰ, খোৱাং, ডিব্ৰুগড় |
৫১০ | মোলোকা গোহাঁই | ৰাজিপথাৰ, খোৱাং, ডিব্ৰুগড় |
৫১১ | কুলদা কৰ্ম্মী | বৰবিল, কোকাহোলা, খোৱাং,ডিব্ৰুগড় |
৫১২ | কুমুদ গগৈ | দুলীয়াজান, চলাকটকী, ডিব্ৰুগড় |
৫১৩ | নৃপেন বৰা | ভাদৈ পাঁচ আলি দুলীয়াজান, ডিব্ৰুগড় |
৫১৪ | হেমন্ত সোণোৱাল | ধাধুংগাওঁ, লক্ষ্মীপথাৰ, ডিগবৈ, তিনিচুকীয়া |
৫১৫ | সুভাষ গোহাঁই | চাবুৱা, দুলীয়াজান, ডিব্ৰুগড় |
৫১৬ | মুনীন্দ্ৰ গোহাঁই | লাইপুলি, পানীতোলা,তিনিচুকীয়া |
৫১৭ | পুণ্যলতা গোঁহাই | লাইপুলি, পানীতোলা,তিনিচুকীয়া |
৫১৮ | কেশৰ শইকীয়া | নাজিৰা, শিৱসাগৰ |
৫১৯ | প্ৰিয় কুকুৰাচোৱা | কাকপথাৰ ডুমডুমা,তিনিচুকীয়া |
৫২০ | ইচমাইল আনচাৰী | কাকপথাৰ ডুমডুমা,তিনিচুকীয়া |
৫২১ | ভৰত ভূমিজ | লাইনা চাহ-বাগিচা, শদিয়া, ডিব্ৰুগড় |
৫২২ | ৰেবত শৰ্মা | দক্ষিণ চুবুৰী,ছিপাঝাৰ, দৰং |
৫২৩ | মুকুন্দ বড়ো | কলাইগাওঁ তেজিয়ালপাৰা, দৰং |
৫২৪ | বাৰ্বণা ওৰাং | দলগাওঁ, দৰং |
৫২৫ | প্ৰবীণ মহন্ত | দলঘাট, দৰং |
৫২৬ | চন্দ্ৰ ডেকা | পাটি দকং, দেওঘৰনৈ,দৰং |
৫২৭ | ধীৰেন বৰুবা | বৰংগাবাৰী খাগৰা দৰং |
৫২৮ | যোগেশ্বৰ নাথ | আঠিয়াবাৰী, বৰদ'লগুৰি, ছিপাঝাৰ, দৰং |
৫২৯ | পৰেশ বৰা | ৰাজাপুখুৰী, গৰুখুটি, দৰং |
৫৩০ | নীলাৰাম দাস | মাৰৈ, বিজুলীবাৰী, ছিপাঝাৰ, দৰং |
৫৩১ | উমাৰাম নাথ | হাতীমুৰীয়া, ছিপাঝাৰ,দৰং |
৫৩২ | শিবু দাস | ঘাটৰ আগ, গৰুখুটী, দৰং |
৫৩৩ | বাপন হাজৰিকা | দক্ষীণ চুবুৰী,ছিপাঝাৰ, দৰং |
৫৩৪ | যাদব নাথ | আঠীয়াবাৰী, ছিপাঝাৰ, দৰং |
৫৩৫ | নীলধৰ নাথ | কৱেচুবা বৰদৌলগুৰী,ছিপাঝাৰ, দৰং |
৫৩৬ | ৰামচন্দ্ৰ নাথ | বৰদৌলগুৰি, ছিপাঝাৰ, দৰং |
৫৩৭ | গজেন শৰ্মা | বৰদৌলগুৰী, ছিপাঝাৰ, দৰং |
৫৩৮ | কণ্ঠীৰাম মেধি | বৰদৌলগুৰি, ছিপাঝাৰ, দৰং |
৫৩৯ | লোহিত চন্দ্ৰ নাথ | বৰদৌলগুৰি, ছিপাঝাৰ, দৰং |
৫৪০ | চিত্ৰ কুমাৰ বৰুৱা | ভুক্তাবাৰী, ছিপাঝাৰ, দৰং |
৫৪১ | তপন বৰুৱা | ভুক্তাবাৰী,ছিপাঝাৰ, দৰং |
৫৪২ | ডিম্বেশ্বৰ ডেকা | হাজৰিকাপাৰা, ছিপাঝাৰ , দৰং |
৫৪৩ | কাহিৰাম ডেকা | কামাৰপাৰা, ছিপাঝাৰ , দৰং |
৫৪৪ | থানেশ্বৰ শৰ্মা | হাজৰিকাপাৰা, ছিপাঝাৰ, দৰং |
৫৪৫ | হৰগোবিন্দ গোস্বামী | দেৱনন্দ সত্ৰ, ছিপাঝাৰ,দৰং |
৫৪৬ | ভবাণী গোস্বামী | দেৱনন্দ সত্ৰ, ছিপাঝাৰ,দৰং |
৫৪৭ | ক্ষিতেই ডেকা | দেৱনন্দ সত্ৰ, ছিপাঝাৰ, দৰং |
৫৪৮ | মুজাৰাম বৰা | দেৱনন্দ সত্ৰ, ছিপাঝাৰ, দৰং |
৫৪৯ | ৰজনীকান্ত নাথ | হাতীমুৰীয়া, ছিপাঝাৰ, দৰং |
৫৫০ | উমা শইকীয়া | বৰাচুবা, হাজৰিকাপাৰা, দৰং |
৫৫১ | প্ৰহ্লাদ শৰ্মা | বৰমপুৰ,দৰং |
৫৫২ | কুলেন্দ্ৰ শৰ্মা | দুনী,দৰং |
৫৫৩ | দ্বীপেন শৰ্মা (দয়া) | বৰঠেকেৰাবাৰী, ৰঙামাটি, দৰং |
৫৫৪ | বুদ্ধি চহৰীয়া | বৰঠেকেৰাবাৰী, ৰঙামাটি, দৰং |
৫৫৫ | যতীন চহৰীয়া | ভালুকখোৱাপাৰা, বংগাখাট,দৰং |
৫৫৬ | অৰুণ কুমাৰ বৰা | বৰঠেকেৰাবাৰী, ৰঙামাটী,দৰং |
৫৫৭ | কাদিৰ আলি | কলিয়াপাৰা, আউলাচ'ক, দৰং |
৫৫৮ | নাউমাই দেবী | ঠেকেৰাবাৰী ধুলা, দৰং |
৫৫৯ | শলিয়া নাথ | ঠেকেৰাবাৰী ধুলা, দৰং |
৫৬০ | পুৱাৰাম নাথ | ঠেকেৰাবাৰী ধুলা, দৰং |
৫৬১ | শান্তিৰাম নাথ | ঠেকেৰাবাৰী ধুলা, দৰং |
৫৬২ | ফুলেশ্বৰী দেবী | ঠেকেৰাবাৰী, ধুলা,দৰং |
৫৬৩ | ধনবৰ দাস | কুৰুৱা, দৰং |
৫৬৪ | হৰেন্দ্ৰ শৰ্মা | কেন্দুগুৰি, দৰং |
৫৬৫ | নকুল চন্দ্ৰ নাথ | ঠেকেৰাবাৰী, ধুলা, দৰং |
৫৬৬ | ৰবিৰাম নাথ | ঠেকেৰাবাৰী, ধুলা, দৰং |
৫৬৭ | জিনাৰাম নাথ | ঠেকেৰাবাৰী, ধুলা, দৰং |
৫৬৮ | জয়ৰাম নাথ | ঠেকেৰাবাৰী, ধুলা, দৰং |
৫৬৯ | দিলীপ বৰুৱা | ঠেকেৰাবাৰী, ধুলা, দৰং |
৫৭০ | খৰ্গেশ্বৰ বৰুৱা | ঠেকেৰাবাৰী, ধুলা, দৰং |
৫৭১ | লোকনাথ বৰুৱা | ঠেকেৰাবাৰী, ধুলা, দৰং |
৫৭২ | ৰবিৰাম নাথ | ঠেকেৰাবাৰী, ধুলা,দৰং |
৫৭৩ | কান্তিৰাম নাথ | ঠেকেৰাবাৰী, ধুলা, দৰং |
৫৭৪ | নৰেন নাথ | ঠেকেৰাবাৰী, ধুলা, দৰং |
৫৭৫ | লীলাকান্ত নাথ | পনীয়া ঘাট, ধুলা,দৰং |
৫৭৬ | ৰূপহী নাথ | পনীয়া ঘাট, ধুলা,দৰং |
৫৭৭ | ৰমণী নাথ | পনীয়া ঘাট, ধুলা,দৰং |
৫৭৮ | হৰি নাথ | পনীয়া ঘাট, ধুলা, দৰং |
৫৭৯ | ৰচিকা নাথ | পনীয়া ঘাট, ধুলা,দৰং |
৫৮০ | দময়ন্তী নাথ | পনীয়া ঘাট, ধুলা,দৰং |
উৎস
সম্পাদনা কৰক- ↑ নিউজ, প্ৰাগ (১৮-২-২০২২). [pragnews.com "নেলী ১৯৮৩; ন্যায়-অন্যায়ৰ দোমোজাত ইতিহাসৰ এটা অবিস্মৰণীয়, ৰক্তৰঞ্জিত অধ্যায়"]. প্ৰাগনিউজ. pragnews.com। আহৰণ কৰা হৈছে: ৪-১১-২০২৪.