১৭ আগষ্ট
তাৰিখ
(আগষ্ট ১৭ৰ পৰা পুনঃনিৰ্দেশিত)
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৪ |
১৭ আগষ্ট (ইংৰাজী: 17 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৯তম (অধিবৰ্ষত ২৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৪৭ - জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
- ১৯৪৭ - ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়াৰ স্বদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰে।
- ১৯৪৭ - ভাৰত বিভাজনৰ সীমাৰেখা ৰেডক্লিফ লাইন নিদ্ধাৰণ ঘোষনা কৰে।
- ১৯৬০ - আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে।
- ১৯৯৯ - তুৰস্কত হোৱা এক প্ৰচণ্ড ভূমিকম্পৰ ফলত চৰকাৰী তথ্যমতে ১২,০০০ লোক নিহত, ছয় লাখ লোক গৃহহীন হয়।
জন্ম
সম্পাদনা কৰক- ১৭৬১ - উইলিয়াম কেৰী, ইংৰাজ ধৰ্মযাজক জনৰ জন্ম হৈছিল।
- ১৯৩২ - ভি. এচ্. নাইপল, নোবেল বিজয়ী ভাৰতীয় মূলৰ সাহিত্যিক।
- ১৯৪২ - খগেন মহন্ত, অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ আছিল।
- ১৯৬০ - ড॰ ৰীতা চৌধুৰী, অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা আৰু ‘‘মাকাম’’ৰ স্ৰষ্টা আছিল।
মৃত্যু
সম্পাদনা কৰক- ১৯০৯ - মদন লাল ধিঙৰা, স্বাধীনতা সংগ্ৰামী, ইংৰাজে ফাঁচি দিছিল।
- ১৯৬৯ - অটষ্টাৰ্ন, নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী আছিল।
- ১৯৮৮ - জিয়াউল হক, পাকিস্তানৰ ৰাষ্ট্ৰপতি, এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
- ২০২০ - পণ্ডিত যশৰাজ, ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতশিল্পী।
দিৱস
সম্পাদনা কৰক- ইন্দোনেছিয়াৰ স্বাধীনতা দিৱস।
- গেবনৰ স্বাধীনতা দিৱস।
অনান্য
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৭ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |