২৮ আগষ্ট
তাৰিখ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২২ |
২৮ আগষ্ট (ইংৰাজী: 28 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪০তম (অধিবৰ্ষত ২৪১তম) দিন। বছৰ শেষ হ'বলৈ ১২৫ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলীসম্পাদনা কৰক
- ১৬০৯ - ইংৰাজ অভিযাত্ৰী হেনৰী হাডছনে ডেলাৱেৰ বে' আৱিষ্কাৰ কৰিছিল। [1]
- ১৭৮৯ - ৱিলিয়াম হাৰ্ছেলৰ দ্বাৰা শনি গ্ৰহৰ ষষ্ঠটো উপগ্ৰহ এনেচলাডুছ (Enceladus) আৱিষ্কাৰ হয়।
- ১৮৩৩ - ব্ৰিটেইনৰ সংসদত ব্ৰিটিছ ঔপনিবেশিক অঞ্চলত দাস প্ৰথা বিলুপ্তি কৰিবলৈ আইন গৃহীত হয়।
- ১৯০৪ - কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী অনুষ্ঠিত হয়।
- ১৯১১ - এলমাৰ এ স্পেৰিৰ দ্বাৰা জাইৰ’ কম্পাছ নিৰ্মাণ হয়।
- ১৯৭২ - ভাৰতৰ সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
- ১৯৯০ - কুৱেইটক ইৰাকৰ ১৯তম প্ৰদেশ ৰূপে ঘোষণা কৰা হয়।
- ২০০২ - অসমৰ ৰাজ্যপাল ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যপাল এছ. কে. সিনহাক মনোনীত কৰা হয়।
- ২০০২ - দেশৰ ভিতৰতে প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন কৰা হয়।
জন্মসম্পাদনা কৰক
- ১৭৪৯ - জ'হান ৱল্ফগাং ভন গ'থে (ইং:Johann Wolfgang von Goethe [2] জাৰ্মান: [ˈjoːhan ˈvɔlfɡaŋ fɔn ˈɡøːtə] ( শুনক)), জাৰ্মান সাহিত্যিক।
- ১৮৯৬ - ফিৰাক গোৰখপুৰী, উৰ্দু কবি।
- ১৯২৮ - এম জি কে মেনন, ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু মহাকাশ অনুসন্ধান সংগঠনৰ ভূতপূৰ্ব অধ্যক্ষ।
- ১৯২৮ - বিলায়ত খান (খাঁ), ভাৰতৰ প্ৰসিদ্ধ চেতাৰবাদক।
- ১৯৬১ - দীপক তিজুৰী, বলীউডৰ অভিনেতা।
- ১৯৬৯ - চেৰিল চেণ্ডবাৰ্গ, ফেচবুক বা ফেইচবুকৰ চি অ' অ'(Chief Operating Officer; COO)।
- ১৯৮৩ - লাচিথ মালিংগা, শ্ৰীলংকাৰ জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ।
- ১৯৯৯ - জিতুমণি কলিতা, অসমৰ এজন নৃত্যশিল্পী। জি. টিভি. (Zee TV)ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, (Dance India Dance Li'l Masters) ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল।
মৃত্যুসম্পাদনা কৰক
- ৪৩০ - চেইণ্ট আগাষ্টিন বা আগাষ্টিন অৱ হিপ্প', নামিবিয়াৰ দাৰ্শনিক।
- ১৬৬৭ - জয় সিংহ - প্ৰথম, অম্বৰৰ ৰজা (মিৰ্জা ৰজা) তথা মোগল সেনাপতি আছিল।
- ১৮৩৯ - ৱিলিয়াম স্মিথ, ইংৰাজ ভূ-তত্ত্ববিদ।
- ১৮৬৩ - আইলহাৰ্ড মিটছাৰলিক (Eilhard Mitscherlich), জাৰ্মান ৰসায়ন বিজ্ঞনী।
- ২০২০ - চেডৱিক ব'ছমেন, হলীউডৰ অভিনেতা।
দিৱসসম্পাদনা কৰক
অন্যান্যসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৮ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
পাদটীকাসম্পাদনা কৰক
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ Henry Hudson, discovers and explores Delaware Bay. Mintage World. https://www.mintageworld.com/media/detail/7460-henry-hudson-discovers-and-explores-delaware-bay/.
- ↑ Wells, John (2008). Longman Pronunciation Dictionary (3rd সম্পাদনা). Pearson Longman. ISBN 978-1-4058-8118-0.