২৮ ফেব্ৰুৱাৰী
তাৰিখ
(ফেব্ৰুৱাৰী ২৮ৰ পৰা পুনঃনিৰ্দেশিত)
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
২৮ ফেব্ৰুৱাৰী (ইংৰাজী: 28 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৬টা দিন (অধিবৰ্ষত ৩০৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী
সম্পাদনা কৰক- ১৯২৮ - ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰামনে ৰমন পৰিঘটনাৰ আৱিষ্কাৰ কৰিছিল।
- ১৯৫৩ - জীৱবিজ্ঞানী ৱাটছন আৰু ক্ৰিকৰ দ্বাৰা "ডি.এন.এ."ৰ "দ্বৈত হেলিক্স" গাঠনিৰ আৱিষ্কাৰৰ কথা আনুষ্ঠানিক ঘোষণা।
জন্ম
সম্পাদনা কৰক- ১৯৪৪ - ৰবীন্দ্ৰ জৈন, ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী।
- ১৯৪৮ - বিনেশ্বৰ ব্ৰহ্ম, অসমীয়া সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
মৃত্যু
সম্পাদনা কৰক- ১৯৩৬ - কমলা নেহৰু, ভাৰতৰ স্বাধীনতা যুঁজাৰু।
- ১৯৪৮ - ছেমছন ছিং ইংতি, ভাৰতীয় লেখক আৰু সমাজ সংস্কাৰক।
- ১৯৬৩ - ৰাজেন্দ্ৰ প্ৰসাদ, সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি।
- ১৯৮৭ - আব্দুছ ছাত্তাৰ, অসমীয়া কবি, জীৱনীকাৰ, প্ৰবন্ধকাৰ, সমালোচক, ভাষা-তত্ত্বৰ গৱেষক আৰু শিক্ষাবিদ।
- ১৯৯১ - চক্ৰেশ্বৰ শইকীয়া, অসমীয়া শিক্ষাবিদ, সমাজকৰ্মী আৰু সাহিত্যিক।
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৮ ফেব্ৰুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |