২৯ ফেব্ৰুৱাৰী
তাৰিখ
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
২৯ ফেব্ৰুৱাৰী (ইংৰাজী: 29 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ অধিবৰ্ষত ৬০তম দিন। বছৰ শেষ হ'বলৈ ৩০৬ দিন বাকী থাকে। ফেব্ৰুৱাৰী মাহ সাধাৰণতে ২৮ দিনীয়া হয় যদিও প্ৰতি ৪ বছৰৰ মূৰে মূৰে এই মাহ ২৯ দিনীয়া হয়। তেতিয়া ইয়াক লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হয়।
ঘটনাৱলী
সম্পাদনা কৰক- ১৯২০ - হাঙ্গেৰীত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়।
- ১৯৫৬ - পাকিস্তানৰ সংবিধান গৃহীত হয়। দেশখনক ইছলামিক গণতন্ত্ৰৰূপে ঘোষণা কৰা হয় আজিৰ দিনটোতে।
জন্ম
সম্পাদনা কৰক- ১৮৯২ - আগষ্টা ছেভেজ, আমেৰিকাল ভাস্ক্যৰ্য শিল্পী।
- ১৮৯৬ - মোৰাৰজী দেশাই, ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী।
- ১৯০৪ - ৰুক্মিণী দেৱী অৰুণ্ডেল, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক।
- ১৯৮৪ - ডাৰেন এমব্ৰ’ছ, ইংৰাজ ফুটবলাৰ।
- ১৯৮৮ - মুনমী ফুকন, অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯৬৪ - ফ্ৰেংক এলবাৰ্টছন, আমেৰিকান অভিনেতা।
- ২০০৮ - ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ, অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ।
- ২০১২ - পি. কে. নাৰায়ণ পানিকৰ, ভাৰতীয় সমাজকৰ্মী।
দিৱস
সম্পাদনা কৰক- অবিবাহিত পুৰুষৰ দিৱস (আয়াৰলেণ্ড)।
- বিৰল ব্যাধি দিৱস।