মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা

(মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ পৰা পুনঃনিৰ্দেশিত)


মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা (ইংৰাজী: Major Dhyan Chand Khel Ratna Award) হৈছে ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান। পূৰ্বতে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা নামেৰে জনাজাত এই বঁটাটোক প্ৰসিদ্ধ ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ নামেৰে ২০২১ চনত পুনঃনামকৰণ কৰা হয়।[1][2] ২০২০ চনৰ তথ্য অনুসৰি, এই বঁটা বিজয়ী সকলক এটি পদক, এখন সন্মান পত্ৰ আৰু নগদ ২৫ লাখ টকাৰে সন্মানিত কৰা হয়।[টোকা 1] ১৯৯১-৯২ চনত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল।

মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা
Major Dhyan Chand Khel Ratna Award
ভাৰত গণৰাজ্যৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান

বিৰাট কোহলীয়ে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ২০১৮ চনত খেল ৰত্ন বঁটা গ্ৰহণ কৰি থকাৰ মুহূৰ্ত
প্ৰদান কৰা হয় ক্ৰীড়াত বিশিষ্টতা
পৃষ্ঠপোষক ভাৰত চৰকাৰ
স্থান ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী
দেশ ভাৰত
প্ৰদান কৰোঁতা ভাৰতৰৰাষ্ট্ৰপতি
যোগ্যতা ভাৰতীয় ক্ৰীড়া ব্যক্তিত্ব
আয়োজক ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
পূৰ্বৰ নাম ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা (১৯৯২-২০২১)
পুৰস্কাৰ পদক আৰু ২৫ লাখ টকা
স্থিতি বৰ্তমান সক্ৰিয়
প্ৰতিষ্ঠা ১৯৯২
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল ১৯৯১–৯২
শেষবাৰলৈ প্ৰদান কৰা হৈছিল ২০২৩
শেহতীয়া বিজয়ী সৱিক্ষাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টী
শ্ৰেষ্ঠাংশ
এতিয়ালৈকে প্ৰদান কৰা হৈছে ৬০বাৰ
প্ৰথমগৰাকী বিজেতা বিশ্বনাথন আনন্দ
পূৰ্বৱৰ্তিতা
পৰৱৰ্তী  (নিম্ন) অৰ্জুন বঁটা

বঁটা বিজয়ীসকলৰ তালিকা

সম্পাদনা কৰক
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ক্ৰীড়াবিদ বিশ্বনাথন আনন্দ হৈছে ভাৰতৰ প্ৰথম দবা খেলৰ গ্ৰেণ্ডমাষ্টাৰ আৰু পাঁচ বাৰ বিশ্ব দবা চেম্পিয়নশ্বিপ বিজয়ী[8]
পঙ্কজ আদৱানী হৈছে একমাত্ৰ ক্ৰীড়াবিদ যি দুটা ভিন্ন ক্ৰীড়াক্ষেত্ৰৰ (বিলিয়াৰ্ড আৰু স্নুকাৰ) বাবে এই বঁটা লাভ কৰিছে
বক্সাৰ মেৰী কম হৈছে এই বঁটা লাভ কৰা উত্তৰ-পূব ভাৰতৰ দ্বিতীয়গৰাকী ক্ৰীড়াবিদ, প্ৰথমগৰাকী হৈছে কুঞ্জৰাণী দেৱী
বৰ্ষ বিজয়ী ক্ৰীড়াক্ষেত্ৰ উদ্ধৃতি
১৯৯১-১৯৯২ বিশ্বনাথন আনন্দ দবা [9]
১৯৯২–১৯৯৩ গীত শেঠী বিলিয়াৰ্ড [9]
১৯৯৩-১৯৯৪  হ'মী মতিৱালা য়াচটিঙ (দলীয়) [10]
১৯৯৩-১৯৯৪  পুষ্পেন্দ্ৰ কুমাৰ গাৰ্গ য়াচটিঙ (দলীয়) [10]
১৯৯৪-১৯৯৫ কৰ্ণম মালেশ্বৰী‎ ভাৰাত্তোলন [9]
১৯৯৫-১৯৯৬ কুঞ্জৰাণী দেৱী ভাৰাত্তোলন [9]
১৯৯৬-১৯৯৭ লিয়েণ্ডাৰ পেজ লন টেনিছ [9]
১৯৯৭-১৯৯৮ শচীন তেণ্ডুলকাৰ ক্ৰিকেট [9]
১৯৯৮-১৯৯৯ জ্যোতিৰ্ময়ী শিকদাৰ এথলেটিকছ [3]
১৯৯৯-২০০০ ধনৰাজ পিল্লাই হকী [4][9]
২০০-২০০১ পুল্লেলা গোপীচান্দ বেডমিণ্টন [11]
২০০১ অভিনৱ বিন্দ্ৰা শ্বুটিং [5]
২০০২  কে. এম. বীণামোল এথলেটিকছ [12]
২০০২  অঞ্জলি ভাগৱত শ্বুটিং [12]
২০০৩ অঞ্জু ববী জৰ্জ এথলেটিকছ [13]
২০০৪ ৰাজ্যৱৰ্ধন সিং ৰাথোড় শ্বুটিং [14]
২০০৫ পঙ্কজ আদৱানী বিলিয়াৰ্ড আৰু স্নুকাৰ [15]
২০০৬ মনৱীত সিং সান্ধু শ্বুটিং [16]
২০০৭ মহেন্দ্ৰ সিং ধোনি ক্ৰিকেট [17]
২০০৮ বঁটা প্ৰদান কৰা হোৱা নাই[টোকা 2] [9]
২০০৯  মেৰী কম বক্সিং [6]
২০০৯  বিজেন্দ্ৰ সিং বক্সিং [6]
২০০৯  সুশীল কুমাৰ মল্লক্ৰীড়া [6]
২০১০ ছাইনা নেহৱাল বেডমিণ্টন [18]
২০১১ গগন নাৰং শ্বুটিং [19]
২০১২  বিজয় কুমাৰ শ্বুটিং [20]
২০১২  যোগেশ্বৰ দত্ত মল্লক্ৰীড়া [20]
২০১৩ ৰঞ্জন সোধী শ্বুটিং [21]
২০১৪ বঁটা প্ৰদান কৰা হোৱা নাই [22]
২০১৫ ছানিয়া মিৰ্জা লন টেনিছ [23]
২০১৬  পি. ভি. সিন্ধু বেডমিণ্টন [24]
২০১৬  দীপা কৰ্মকাৰ জিমনাষ্টিকচ [24]
২০১৬  জিতু ৰায় শ্বুটিং [24]
২০১৬  সাক্ষী মালিক মল্লক্ৰীড়া [24]
২০১৭  দেৱেন্দ্ৰ ঝাঝাৰীয়া পেৰালিম্পিক এথলেটিকছ [25]
২০১৭  চৰদাৰা সিং হকী [25]
২০১৮  সাইখোম মীৰাবাই চানু ভাৰাত্তোলন [26]
২০১৮  বিৰাট কোহলি ক্ৰিকেট [26]
২০১৯  দীপা মালিক পেৰালিম্পিক এথলেটিকছ [27]
২০১৯  বজৰং পুনিয়া মল্লক্ৰীড়া [27]
২০২০  ৰোহিত শৰ্মা ক্ৰিকেট [28]
২০২০  মাৰীয়াপ্পান থানগাভেলু পেৰালিম্পিক এথলেটিকছ [28]
২০২০  মণিকা বাত্ৰা টেবুল টেনিছ [28]
২০২০  বিনেশ ফোগাট মল্লক্ৰীড়া [28]
২০২০  ৰাণী ৰামপাল হকী [28]
২০২১  নীৰজ চোপ্ৰা এথলেটিকছ [28]
২০২১  ৰবি কুমাৰ দাহিয়া ফ্ৰীষ্টাইল মল্লযুঁজ [28]
২০২১  লাভলীনা বৰগোহাঁই বক্সিং [28]
২০২১  পি. আৰ. শ্ৰীজেশ হকী [28]
২০২১  অৱনী লেখাৰা পেৰালিম্পিক শ্বুটিং [28]
২০২১  সুমিত আন্তিল পেৰা-এথলেটিকছ [28]
২০২১  প্ৰমোদ ভগত পেৰা-বেডমিণ্টন [28]
২০২১  কৃষ্ণা নাগৰ পেৰা-বেডমিণ্টন [28]
২০২১  মনীষ নাৰৱাল পেৰালিম্পিক শ্বুটিং [28]
২০২১  মিতালী ৰাজ ক্ৰিকেট [28]
২০২১  সুনীল ছেত্ৰী ফুটবল [28]
২০২১  মনপ্ৰীত সিং হকী [28]
২০২২ অচন্ত শৰৎ কমল টেবুল টেনিছ [29]
২০২৩  চিৰাগ শেট্টী বেডমিণ্টন [30]
২০২৩  সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী বেডমিণ্টন [30]
  এই চিহ্নই সেই বছৰটোত যুটিয়াভাৱে বঁটা প্ৰদান কৰা সূচাইছে
  1. নগদ টকাৰ পৰিমাণটো কেইবাবাৰো সংশোধন কৰা হৈছে: ২০০০ চনত লাখ (১,৪০০ ডলাৰ)-ৰ পৰা লাখ (৪,২০০ ডলাৰ)-লৈ,[3][4] ২০০২ চনত লাখ (৭,০০০ ডলাৰ)-লৈ,[5] ২০০৯ চনত ৭.৫ লাখ (১০,৫০০ ডলাৰ)-লৈ,[6] আৰু ২০২০ চনত ২৫ লাখ (৩৫,১০০ ডলাৰ)-লৈ।[7]
  2. ২০০৮ চনত প্ৰদৰ্শনৰ বাবে এই বঁটাক ২০০৯ চনৰ বাবে বঁটা বুলি প্ৰেৰণ কৰা হৈছে।[9]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Aug 6, TIMESOFINDIA COM / Updated:; 2021; Ist, 14:29. "Dhyan Chand Award: Rajiv Gandhi Khel Ratna Award renamed Major Dhyan Chand Khel Ratna Award | India News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/india/rajiv-gandhi-khel-ratna-award-renamed-major-dhyan-chand-khel-ratna-award/articleshow/85093875.cms। আহৰণ কৰা হৈছে: 2021-08-06. 
  2. "Rajiv Gandhi Khel Ratna Award Renamed After Hockey Great Dhyan Chand". NDTV.com. https://www.ndtv.com/india-news/pm-narendra-modi-says-khel-ratna-award-will-now-be-called-major-dhyan-chand-khel-ratna-award-after-many-requests-from-citizens-2504086। আহৰণ কৰা হৈছে: 2021-08-06. 
  3. 3.0 3.1 "Arjun Awards 1998 announced Ms. Jyotirmoyee Sikdar gets Rajiv Gandhi Khel Ratna Award 1998–99" (Press release). Press Information Bureau, India. Archived from the original on 26 April 2016. http://pib.nic.in/archive/releases98/lyr99/l0899/r110899.html। আহৰণ কৰা হৈছে: 17 April 2016. 
  4. 4.0 4.1 "Arjuna Awards to be presented tomorrow" (Press release). Press Information Bureau, India. 30 August 2000. Archived from the original on 12 April 2009. http://pib.nic.in/archieve/lreleng/lyr2000/raug2000/r28082000.html। আহৰণ কৰা হৈছে: 17 April 2016. 
  5. 5.0 5.1 "President presents Rajiv Gandhi Khel Ratna, Arjuna and Dronacharya Awards" (Press release). Press Information Bureau, India. 29 August 2002. Archived from the original on 26 April 2016. http://pib.nic.in/archive/releases98/lyr2002/raug2002/29082002/r290820027.html। আহৰণ কৰা হৈছে: 17 April 2016. 
  6. 6.0 6.1 6.2 6.3 "Rajiv Gandhi Khel Ratna, Arjuna Awards and other Sports Awards Announced" (Press release). Press Information Bureau, India. 29 July 2009. Archived from the original on 26 April 2016. http://pib.nic.in/newsite/erelcontent.aspx?relid=51164। আহৰণ কৰা হৈছে: 17 April 2016. 
  7. "Khel Ratna awardees to receive 25 lakh, 15 lakh for Arjuna awardees". The Indian Express. 29 August 2020. https://www.newindianexpress.com/sport/other/2020/aug/29/khel-ratna-awardees-to-receive-25-lakh-15-lakh-for-arjuna-awardees-2189852.html। আহৰণ কৰা হৈছে: 29 August 2020. 
  8. "Why is Viswanathan Anand a chess legend?". NDTVSports. 22 November 2013. Archived from the original on 2015-11-17. https://web.archive.org/web/20151117032620/http://sports.ndtv.com/chess/news/217314-who-is-viswanathan-anand। আহৰণ কৰা হৈছে: 15 November 2015. 
  9. 9.0 9.1 9.2 9.3 9.4 9.5 9.6 9.7 9.8 "Rajiv Gandhi Khel Ratna Awards". Sports Authority of India. Archived from the original on 7 May 2016. http://www.sportsauthorityofindia.nic.in/tview3.asp?link_temp_id=553। আহৰণ কৰা হৈছে: 18 April 2016. 
  10. 10.0 10.1 "National Sports Awards". Yachting Association of India. Archived from the original on 10 June 2016. http://www.yai.org.in/national-sports-awards.html। আহৰণ কৰা হৈছে: 17 April 2016. 
  11. "President presents Rajiv Gandhi Khel Ratna, Arjuna and Dronacharya Awards" (Press release). Press Information Bureau, India. 29 September 2001. Archived from the original on 3 March 2016. http://pib.nic.in/archieve/lreleng/lyr2001/rsep2001/29092001/r290920012.html। আহৰণ কৰা হৈছে: 17 April 2016. 
  12. 12.0 12.1 "Arjuna Awards, Rajiv Gandhi Khel Ratna, Dhyan Chand and Dronacharya Awards given away" (Press release). Press Information Bureau, India. 29 August 2003. Archived from the original on 26 April 2016. http://pib.nic.in/archive/releases98/lyr2003/raug2003/29082003/r2908200311.html। আহৰণ কৰা হৈছে: 17 April 2016. 
  13. "President gives away Arjuna Awards and Dronacharya Awards" (Press release). Press Information Bureau, India. 21 September 2004. Archived from the original on 26 April 2016. http://pib.nic.in/newsite/PrintRelease.aspx?relid=3940। আহৰণ কৰা হৈছে: 17 April 2016. 
  14. "President gives away Arjuna Awards and Dronacharya Awards" (Press release). Press Information Bureau, India. 29 August 2005. Archived from the original on 26 April 2016. http://pib.nic.in/newsite/PrintRelease.aspx?relid=11669। আহৰণ কৰা হৈছে: 17 April 2016. 
  15. "Rajiv Gandhi Khel Ratna award, 2005, Arjuna awards 2005, Dhyan Chand awards, 2006 and Dronacharya awards for the year 2005 Announced" (Press release). Press Information Bureau, India. 23 August 2006. Archived from the original on 26 April 2016. http://pib.nic.in/newsite/PrintRelease.aspx?relid=20149। আহৰণ কৰা হৈছে: 17 April 2016. 
  16. "President gives away Arjuna Awards and Dronacharya Awards" (Press release). Press Information Bureau, India. 29 August 2007. Archived from the original on 26 April 2016. http://www.pib.nic.in/newsite/erelcontent.aspx?relid=30609। আহৰণ কৰা হৈছে: 17 April 2016. 
  17. "Rajiv Gandhi Khel Ratna & Arjuna Awards announced" (Press release). Press Information Bureau, India. 19 August 2008. Archived from the original on 26 April 2016. http://pib.nic.in/newsite/erelcontent.aspx?relid=41434। আহৰণ কৰা হৈছে: 17 April 2016. 
  18. "Sports Minister Gives away Rajiv Gandhi Khel Ratna Award to Saina Nehwal" (Press release). Press Information Bureau, India. 8 November 2010. Archived from the original on 26 April 2016. http://pib.nic.in/newsite/PrintRelease.aspx?relid=66811। আহৰণ কৰা হৈছে: 17 April 2016. 
  19. "Rajiv Gandhi Khel Ratna, Arjuna Awards and other Sports Awards Announced" (Press release). Press Information Bureau, India. 18 August 2011. Archived from the original on 26 April 2016. http://pib.nic.in/newsite/PrintRelease.aspx?relid=74755। আহৰণ কৰা হৈছে: 17 April 2016. 
  20. 20.0 20.1 "Rajiv Gandhi Khel Ratna Award and Arjuna Awards Announced" (Press release). Press Information Bureau, India. 19 August 2012. Archived from the original on 26 April 2016. http://pib.nic.in/newsite/PrintRelease.aspx?relid=86351। আহৰণ কৰা হৈছে: 17 April 2016. 
  21. "Rajiv Gandhi Khel Ratna and Arjuna Awards" (Press release). Press Information Bureau, India. 22 August 2013. Archived from the original on 26 April 2016. http://pib.nic.in/newsite/PrintRelease.aspx?relid=98548। আহৰণ কৰা হৈছে: 17 April 2016. 
  22. "National Sports Awards 2014" (Press release). Press Information Bureau, India. 21 August 2014. Archived from the original on 26 April 2016. http://pib.nic.in/newsite/PrintRelease.aspx?relid=108953। আহৰণ কৰা হৈছে: 17 April 2016. 
  23. "Rajiv Gandhi Khel Ratna 2015 and Arjuna Awards 2015" (Press release). Press Information Bureau, India. 14 August 2015. Archived from the original on 26 April 2016. http://pib.nic.in/newsite/PrintRelease.aspx?relid=126073। আহৰণ কৰা হৈছে: 17 April 2016. 
  24. 24.0 24.1 24.2 24.3 "National Sports Awards 2016" (Press release). Press Information Bureau, India. 22 August 2016. Archived from the original on 25 August 2016. http://pib.nic.in/newsite/PrintRelease.aspx?relid=149084। আহৰণ কৰা হৈছে: 23 August 2016. 
  25. 25.0 25.1 "National Sports Awards 2017" (Press release). Press Information Bureau, India. 22 August 2017. Archived from the original on 23 August 2017. http://pib.nic.in/newsite/PrintRelease.aspx?relid=170149। আহৰণ কৰা হৈছে: 22 August 2017. 
  26. 26.0 26.1 "National Sports Awards 2018 announced; Mirabai Chanu and Virat Kohli to get Rajiv Gandhi Khel Ratna" (PDF) (Press release). Press Information Bureau, India. 20 September 2018. https://yas.nic.in/sites/default/files/Press%20release%20for%20Sports%20Awards%202018.pdf। আহৰণ কৰা হৈছে: 20 September 2018. 
  27. 27.0 27.1 "Deepa Malik basks in Khel Ratna glory, Bajrang misses ceremony". The Economic Times. 2019-08-29. https://economictimes.indiatimes.com/news/sports/deepa-malik-basks-in-khel-ratna-glory-bajrang-misses-ceremony/articleshow/70896364.cms. 
  28. 28.00 28.01 28.02 28.03 28.04 28.05 28.06 28.07 28.08 28.09 28.10 28.11 28.12 28.13 28.14 28.15 28.16 "National Sports Awards 2020 announced – Rohit Sharma, Mariyappan T., Manik Batra, Ms Vinesh and Ms Rani bag the Khel Ratna" (Press release). Press Information Bureau, India. 21 August 2020. Archived from the original on 22 August 2020. https://web.archive.org/web/20200822113113/https://pib.gov.in/PressReleasePage.aspx?PRID=1647633। আহৰণ কৰা হৈছে: 21 August 2020. 
  29. "Ministry of Youth Affairs & Sports announces National Sports Awards 2022" (Press release). Press Information Bureau, India. 14 November 2022. https://pib.gov.in/PressReleasePage.aspx?PRID=1875896। আহৰণ কৰা হৈছে: 15 November 2022. 
  30. 30.0 30.1 "Ministry of Youth Affairs & Sports announces National Sports Awards 2023". pib.gov.in. https://pib.gov.in/pib.gov.in/Pressreleaseshare.aspx?PRID=1988607। আহৰণ কৰা হৈছে: 2023-12-20.