৫ আগষ্ট

তাৰিখ
(০৫ আগষ্টৰ পৰা পুনঃনিৰ্দেশিত)
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

৫ আগষ্ট (ইংৰাজী: 5 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৭তম (অধিবৰ্ষত ২১৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৮টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


  • ১৬৬৯ - আলাবৈৰ ৰণত (শৰাইঘাটৰ যুদ্ধ) ১০,০০০ আহোম সেনাই প্ৰাণ দিছিল।
  • ১৭৭৫ - মহাৰজা নন্দকুমাৰক ভুৱা অভিযোগত ইংৰাজে কলিকতাত ফাঁচি দিছিল। মহাৰজা নন্দকুমাৰ এজন ইংৰাজৰ দেৱান আছিল আৰু ইংৰাজে ফাঁচি দিয়া প্ৰথম ভাৰতীয় আছিল।
  • ১৯৯১ - ন্যায়াধীশ লীলা চেঠ হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ ৰূপে অধিষ্ঠিত হৈ যিকোনো ৰাজ্য়িক উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য় ন্যায়াধীশ হিচাপে পৰিগণিত হয়।
  • ২০১২ - চনত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিকৰ মুষ্টিযুদ্ধ খেলত মেৰী কমে পোলেণ্ডৰ কেৰলিনা মিচেলচ্‌জাক (Karolina Michalczuk)-ক ১৯-১৪ -ত পৰাস্ত কৰে।
  • ১৮৫০ - দ্য মোপাছাঁ, ফৰাচী লেখক।
  • ১৯১৫ - শিৱমংগল সিং, প্ৰসিদ্ধ ভাৰতীয় কবি।
  • ১৯৩০ - নীল আৰ্মষ্ট্ৰং, প্ৰখ্যাত আমেৰিকাৰ মহাকাশচাৰী। তেওঁ চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ আছিল। (মৃত্যু: ২৫ আগষ্ট, ২০১২)
  • ১৯৬৬ - কবিতা কেইন, ভাৰতীয় পৌৰাণিক কল্পকাহিনী লেখক।
  • ১৯৭৪ - কাজল দেৱগন, বলিউদৰ অভিনেত্ৰী।
  • ১৯৮৮ - ৰণজিত সিংহ ডিচলে, ভাৰতীয় শিক্ষক তথা প্ৰযুক্তিবিদ।
  • ১৯৯৪ - বৈশালী মহান্তি, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিকল্পক, লেখক, স্তম্ভ লেখক আৰু বিদেশী তথা জননীতিৰ বিশ্লেষক।
  • ১৭৯২ - ফেড্ৰিক নৰ্থ বা লৰ্ড নৰ্থ, গ্ৰেট ব্ৰিটেইন প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ১৮৯৫ - ফ্ৰিড্ৰিচ এংগেল্‌ছ, জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী।
  • ১৯৫০ - গোপীনাথ বৰদলৈ, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। (জন্ম:৬ জুন ১৮৯০)
  • ১৯৬২ - মেৰিলিন মন্‌ৰ', আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল।
  • ১৯৯৮ - কেশৱ চন্দ্ৰ গগৈ, অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। (জন্ম: ২৯ আগষ্ট, ১৯২৫)
  • ২০০০ - লালা অমৰনাথ, ভাৰতৰ এজন প্ৰখ্যাত ক্ৰিকেটাৰ।
  • ২০১৪ - প্ৰাণ কুমাৰ শৰ্মা, ভাৰতৰ এজন কাৰ্টুননিষ্ট কমিক্‌ছ শিল্পী৷ চাচা চৌধৰী নামৰ বিখ্য়াত কমিক্‌ছ চৰিত্ৰটো তেঁও সৃষ্টি কৰিছিল।
  • ২০১৬ - মহিম বৰা, অসমীয় গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ।
  • ২০১৯ - টনি মৰিছন, আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক।
  • কৰ্মচাৰী দিৱস (অসম)
  • স্বাধীনতা দিৱস (বাৰ্কিনা ফাছো)
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ পঞ্চম দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

তথ্যসূত্ৰ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক