১৭ আগষ্ট
তাৰিখ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২২ |
১৭ আগষ্ট (ইংৰাজী: 17 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৯তম (অধিবৰ্ষত ২৩০তম) দিন। বছৰ শেষ হ'বলৈ ১৩৬ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলীসম্পাদনা কৰক
- ১৯৪৭ - জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
- ১৯৪৭ - ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়াৰ স্বদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰে।
- ১৯৪৭ - ভাৰত বিভাজনৰ সীমাৰেখা ৰেডক্লিফ লাইন নিদ্ধাৰণ ঘোষনা কৰে।
- ১৯৬০ - আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে।
- ১৯৯৯ - তুৰস্কত হোৱা এক প্ৰচণ্ড ভূমিকম্পৰ ফলত চৰকাৰী তথ্যমতে ১২,০০০ লোক নিহত, ছয় লাখ লোক গৃহহীন হয়।
জন্মসম্পাদনা কৰক
- ১৭৬১ - উইলিয়াম কেৰী, ইংৰাজ ধৰ্মযাজক জনৰ জন্ম হৈছিল।
- ১৯৩২ - ভি. এচ্. নাইপল, নোবেল বিজয়ী ভাৰতীয় মূলৰ সাহিত্যিক।
- ১৯৪২ - খগেন মহন্ত, অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ আছিল।
- ১৯৬০ - ড॰ ৰীতা চৌধুৰী, অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা আৰু ‘‘মাকাম’’ৰ স্ৰষ্টা আছিল।
মৃত্যুসম্পাদনা কৰক
- ১৯০৯ - মদন লাল ধিঙৰা, স্বাধীনতা সংগ্ৰামী, ইংৰাজে ফাঁচি দিছিল।
- ১৯৬৯ - অটষ্টাৰ্ন, নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী আছিল।
- ১৯৮৮ - জিয়াউল হক, পাকিস্তানৰ ৰাষ্ট্ৰপতি, এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
দিৱসসম্পাদনা কৰক
- ইন্দোনেছিয়াৰ স্বাধীনতা দিৱস।
- গেবনৰ স্বাধীনতা দিৱস।
অনান্যসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৭ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |