Reminder: Wikipedia 20th celebration "the way I & my family feels"সম্পাদনা কৰক

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 15:20, 1 January 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ফটোগ্ৰাফাৰৰ পদকসম্পাদনা কৰক

  ফটোগ্ৰাফাৰৰ পদক
বন্ধুবৰ,
ৱিকিপিডিয়ালৈ দিয়া আপোনাৰ অমূল্য ফটোসমূহৰ মূল্য দিবলৈ আমাৰ ওচৰত একো নাই। গতিকে এই সামান্য সন্মান আগবঢ়ালোঁ।
-- দিব্য দত্ত  (বাৰ্তা) 15:33, 27 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
অশেষ ধন্যবাদ জনালোঁ। --Chandan Chiring Phukon Chat 03:22, 28 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Universal Code of Conduct consultationসম্পাদনা কৰক

Hi Chiring chandan,

Hope you are well. I would like to invite you to participate in the Universal Code of Conduct consultation on Assamese Wikipedia. It is closing soon. You can easily participate by making your opinion, support/oppose here: ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)#Universal Code of Conduct consultation on Assamese Wikipedia or you can also email me. As an active member of the community, your participation is very important. I hope you would consider it. Thank you! Wikitanvir (WMF) (বাৰ্তা) 15:44, 27 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সুলেখিত প্ৰবন্ধকাৰ পদকসম্পাদনা কৰক

  সুলেখিত প্ৰবন্ধকাৰ পদক
প্ৰিয় সতীৰ্থ, নিত্য-নতুন নিটোল গাঁ‌থনি আৰু নিখুঁ‌ত ভাষাশৈলীৰ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে ইয়াৰ মান বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ।  – Nayan j Nath (বাৰ্তা) 02:35, 1 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
আপোনাৰ লগতে সতীৰ্থ ৱিকিযোদ্ধাসকললৈ অশেষ ধন্যবাদ। --Chandan Chiring Phukon Chat 15:20, 1 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Wikimedia Foundation Community Board seats: Call for feedback meetingসম্পাদনা কৰক

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সহায় কৰকচোনসম্পাদনা কৰক

মোৰ সদস্য পৃষ্ঠাৰ আখৰবোৰ মোবাইল সংস্কৰণত অধিক বাঁওফালে গুচি গৈছে। মাজত ৰৈ থকা নাই। তাৰ বাবে স্ক্ৰীণৰ বাহিৰলৈ আখৰবোৰ গুচি গৈছে। কি উপায়েৰে ঠিক কৰিব পৰা হ'ব সময় পালে জনাবচোন। Debasish Buragohain Ghilamara (বাৰ্তা) 23:27, 14 মে' 2021 (ইউ.টি.চি.)Debasish Buragohain Ghilamara

বিষয়টো সমাধান হ'ল। আপুনি লক্ষ্য নকৰিলেও হ'ব এতিয়া। Debasish Buragohain Ghilamara (বাৰ্তা) 00:17, 15 মে' 2021 (ইউ.টি.চি.)Debasish Buragohain Ghilamara

@Debasish Buragohain Ghilamara: ভাল বাৰু। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 04:00, 15 মে' 2021 (ইউ.টি.চি.)

গ্ৰীক কিংবদন্তি পদকসম্পাদনা কৰক

  গ্ৰীক কিংবদন্তি পদক
প্ৰিয় সতীৰ্থ, সুখপাঠ্য অনুবাদ আৰু নিখুঁ‌ত ভাষাশৈলীৰ গ্ৰীক কিংবদন্তিৰ ভালে সংখ্যক প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে ইয়াৰ মান বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ। - Nayan j Nath (বাৰ্তা) 07:55, 29 মে' 2021 (ইউ.টি.চি.)
@Nayan j Nath: অশেষ ধন্যবাদ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 09:25, 29 মে' 2021 (ইউ.টি.চি.)

এই মাহৰ ৱিকিপিডিয়ান: মে' ২০২১সম্পাদনা কৰক

  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ

এয়া মোৰ বাবে স্বৰ্ণপদকস্বৰূপ। এই সন্মানৰ যোগ্য বুলি গণ্য কৰাৰ কাৰণে অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দলৈ আন্তৰিক ধন্যবাদ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 17:27, 31 মে' 2021 (ইউ.টি.চি.)

কচবা উপজিলাসম্পাদনা কৰক

মই অসমীয়া ৱিকিপিডিয়াত "কচবা উপজিলা" প্ৰবন্ধটো সম্পূৰ্ণ কৰিছোঁ। কিন্তু মই অসমীয়া ভাষাৰ বানানত অভিজ্ঞ নহয়। গতিকে মই আপোনাক বানানটো সংশোধন কৰিবলৈ অনুৰোধ জনাইছো। MS Sakib (বাৰ্তা) 10:46, 3 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

হাবুংসম্পাদনা কৰক

@Chiring chandan: I have removed all unverifiable and unreliable information from the Habung article. If you have some proper citations, you are welcome to add them. But, dinot try to corrupt the page by adding propaganda material. Wikipedia is not for propaganda.Ananya Taye (বাৰ্তা)

@Ananya Taye: I am requesting you to help improve the article by adding some reliable citation and putting {{cn}} wherever needed. Please stop removing parts of a page with numerois primary as well as secodary sources. --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 13:18, 6 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বানসম্পাদনা কৰক

প্ৰিয় Chiring chandan/আৰ্কাইভ,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for votersসম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communitiesসম্পাদনা কৰক

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখি অনুষ্ঠানসম্পাদনা কৰক

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখি হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক। বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

পদকসম্পাদনা কৰক

  ৰামায়ণ কথকতা পদক
প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ আপুনি হিন্দু কিংবদন্তি, ৰামায়ণ বিষয়ক ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ সাৱলীল অনুবাদেৰে অসমীয়া ৱিকিপিডিয়াক অনন্য মাত্ৰা প্ৰদান কৰিছে। ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ- 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 08:44, 1 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
@Kuldhar Rabha: প্ৰিয় সতীৰ্থ কুলধৰ, পদকটিৰ বাবে অশেষ ধন্যবাদ জনালোঁ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 16:29, 1 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Feedback for Mini edit-a-thonsসম্পাদনা কৰক

Dear Wikimedian,

Hope everything is fine around you. If you remember that A2K organised a series of edit-a-thons last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link here. You can fill the form by 31 August because your feedback is precious for us. Thank you MediaWiki message delivery (বাৰ্তা) 18:58, 16 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছেসম্পাদনা কৰক

প্ৰিয় Chiring chandan/আৰ্কাইভ,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাছনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Wiki Loves Women South Asia 2021 Newsletter #1সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021view details!
Thank you for organizing the Wiki Loves Women South Asia 2021 edition locally in your community. For the convenience of communication and coordination, the information of the organizers/judges is being collected through a Google form, we request you to fill it out.

This message has been sent to you because you are listed as a local organizer/judge in Metawiki. If you have changed your decision to remain as an organizer/judge, update the list.

Regards,
Wiki Loves Women Team 00:49, 28 August 2021 (ইউ.টি.চি.)

মোৰ অসমীয়া ভাষাত কম জ্ঞান আছে। গতিকে আপুনি যদি এই প্ৰবন্ধটোত ভুলবোৰ উল্লেখ কৰে তেন্তে মই লাভান্বিত হ'লোহেঁতেন। ধন্যবাদ। MS Sakib (বাৰ্তা) 18:35, 1 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

@Chiring chandan: মই কিছু সংশোধন কৰিলোঁ। অনুগ্ৰহ কৰি চাওক এইটো ঠিক আছে নেকি। MS Sakib (বাৰ্তা) 21:24, 1 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
@MS Sakib: প্ৰবন্ধটোত ব্যকৰণগত ভুল আৰু সামঞ্জস্য নথকা বাক্যৰ পয়োভৰ দেখি পৰীক্ষা কৰি চোৱাত দেখা পালোঁ‌ আপুনি অনুবাদকৰ সহায়ত প্ৰবন্ধটো যান্ত্ৰিকভাৱে অনুবাদ কৰিছে আৰু এনে কৰোঁতে প্ৰথম দফাটোৰ সামান্যতমো সালসলনি ঘটোৱা নাই। ফলস্বৰূপে বাক্যগাঁ‌থনিৰ আসোঁৱাহ স্পষ্ট ৰূপত ফুটি উঠিছে। প্ৰবন্ধটোত কৰা সংশোধনসমূহ চাবলৈ এই লিংকটো খুলি চাব। শুভেচ্ছা থাকিল। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 04:56, 2 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
@Chiring chandan: প্ৰবন্ধটোৰ ভুলবোৰ সংশোধন কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ। এতিয়া প্ৰতিযোগিতাখনত প্ৰবন্ধটো গ্ৰহণ কৰা হ'বনে? MS Sakib (বাৰ্তা) 16:45, 2 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
@MS Sakib:   কৰা নহ'ল। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 17:02, 2 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
@Chiring chandan কিন্তু কিয়? মই প্ৰবন্ধটোৰ বেছিভাগ কাম কৰিছিলো। গতিকে মই ভাবো প্ৰবন্ধটো গ্ৰহণ কৰা উচিত। MS Sakib (বাৰ্তা) 18:02, 2 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

@MS Sakib: অনুগ্ৰহ কৰি আপুনি আপোনাৰ বাৰ্তাৰ উত্তৰত ওপৰত লিখা কথাখিনি এবাৰ ভালদৰে পঢ়ি চাওক। যান্ত্ৰিক অনুবাদৰ গাত ভেঁ‌জা দি সৃষ্টি কৰা বাৰেপাচি ভুল বাক্য গাঁ‌থনিৰ প্ৰবন্ধ একোটাত স্বাভাৱিকতে অৰ্থৰ ব্যাপক তাৰতম্য ঘটে। ভাষাৰ সাৱলীলতা আৰু কালৰ ধাৰাবাহিকতাৰ ছন্দপতনেও প্ৰবন্ধটোৰ সৌন্দৰ্য্যত মোক্ষম আঘাত হানে। উপৰোক্ত প্ৰবন্ধটোত ইয়াৰেই স্বাভাৱিক প্ৰকাশ ঘটিছে। ইয়াৰ ফলত অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি ব্যৱহাৰকাৰীসকলৰ বিৰাগ ওপজাৰ লগতে তেওঁলোকৰ মাজত ৱিকিপিডিয়াৰ গ্ৰহণযোগ্যতা মুঠেই নোহোৱা হয়। তদুপৰি আপোনাকে দেখি অন্য প্ৰতিযোগীসকলেও এনে কাৰ্য কৰিবলৈ ল'লে অসমীয়া ৱিকিপিডিয়াৰ বাবে এই প্ৰতিযোগিতাৰ গুৰুত্ব আৰু মৰ্যাদা নিশ্চয়কৈ হ্ৰাস পাব। আশাকৰোঁ‌ আপুনি বুজি পাইছে। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 18:30, 2 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

মধুমিতা ৰাউতসম্পাদনা কৰক

ভাইয়া, মই প্ৰবন্ধটো ঠিক কৰিছো। এতিয়া ৩০০+ শব্দ আছে। MS Sakib (বাৰ্তা) 14:16, 8 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

@Chiring chandan: মই আশা কৰোঁ প্ৰতিযোগিতাৰ টক পেজত এই ছাইট নোটিচখন চোৱাৰ পিছত আপুনি "মধুমিতা ৰাউত" প্ৰবন্ধটো গ্ৰহণ কৰিবলৈ কোনো আপত্তি নকৰিব। ≈ MS Sakib    «কওক...» 14:48, 20 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
@MS Sakib:   কৰা নহ'ল আপুনি প্ৰতিযোগিতাৰ মাধ্যমেৰে যি দুটা প্ৰবন্ধৰে সাংখ্যিক হিচাপত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ ভঁ‌ৰাল টনকিয়াল কৰিছে সেই প্ৰবন্ধ দুটা মোৰ লগতে অন্য সম্পাদকসকলে হাত ফুৰাই নিটোল কৰি তুলিছে যদিও ব্যাকৰণ আৰু ভাষাশৈলী সম্বন্ধীয় আসোঁৱাহৰ অনুৰণন ইয়াত বিদ্যমান হৈ আছে। সেইবাবেই মধুমিতা ৰাউত শীৰ্ষক প্ৰবন্ধৰ কথনশৈলীত যান্ত্ৰিকতাৰ পৰশ স্পন্দিত হৈ আছে। অসমীয়া ভাষাজ্ঞানৰ ক্ষেত্ৰত আপোনাৰ সীমাবদ্ধতা আপুনি নিজেই বাৰম্বাৰ স্বীকাৰ কৰিছে আৰু যান্ত্ৰিক অনুবাদৰ গাত ভেঁ‌জা দিয়েই প্ৰবন্ধ ৰচনাত নিমগ্ন হৈ পৰিছে। গতিকে এই প্ৰবন্ধটো প্ৰতিযোগিতাৰ বাবে গ্ৰহণ কৰা নহ'ব। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 15:25, 20 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

ভাৰতৰ কৃষিক্ষেত্ৰত মহিলাসম্পাদনা কৰক

@Chiring chandan: ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা প্ৰবন্ধটিত আপুনি কোৱা মতে প্ৰথম বাক্যটো সলনি কৰি তথ্যৰ সৈতে নতুন বাক্য যোগ দিলো। ইতিবাচক প্ৰতিক্ৰিয়াৰ বাবে ধন্যবাদ। -- Jonali Baruah September 23, 2021 9:52 PM CST
@JonaliB: আদৰিছোঁ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 11:52, 24 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Mahatma Gandhi 2021 edit-a-thon to celebrate Mahatma Gandhi's birth anniversaryসম্পাদনা কৰক

 
Mahatma Gandhi 2021 edit-a-thon

Dear Wikimedian,

Hope you are doing well. Glad to inform you that A2K is going to conduct a mini edit-a-thon to celebrate Mahatma Gandhi's birth anniversary. It is the second iteration of Mahatma Gandhi mini edit-a-thon. The edit-a-thon will be on the same dates 2nd and 3rd October (Weekend). During the last iteration, we had created or developed or uploaded content related to Mahatma Gandhi. This time, we will create or develop content about Mahatma Gandhi and any article directly related to the Indian Independence movement. The list of articles is given on the event page. Feel free to add more relevant articles to the list. The event is not restricted to any single Wikimedia project. For more information, you can visit the event page and if you have any questions or doubts email me at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 17:32, 28 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

বিচাৰক পদকসম্পাদনা কৰক

  বিচাৰক পদক
প্ৰিয় অগ্ৰজ, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১ প্ৰবন্ধ লিখন প্ৰতিযোগিতাখনক নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিলে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়ালে, সেইসমূহৰ কৃতজ্ঞতা স্বৰূপে আয়োজক হিচাপে আপোনালোকলৈ এই সামান্য পদক এটি আগবঢ়ালো। -Nayan j Nath (বাৰ্তা) 15:46, 1 October 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
অশেষ ধন্যবাদ। 𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 17:15, 1 October 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

WLWSA-2021 Newsletter #6 (Request to provide information)সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:25, 17 November 2021 (ইউ.টি.চি.)

বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২১)সম্পাদনা কৰক

  বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২১)
গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ৰ ৱিকিসুলভ মানদণ্ডৰে ২০২১ বৰ্ষটোত আপোনাৰ দ্বাৰা সম্পাদিত প্ৰবন্ধ সমূহে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -চাণক্য (বাৰ্তা) 05:18, 1 January 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
নতুন বছৰৰ প্ৰথম দিনটোতে এনে এক আশাতীত সন্মান লাভ কৰি অভিভূত হৈছোঁ‌। অশেষ ধন্যবাদ যাচিলোঁ। ---Chandan Chiring Phukon Chat 12:39, 1 January 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

Congrats for organizing Feminism and Folklore 2022 now whats next ?সম্পাদনা কৰক

Dear Organizers,

Congratulations on successfully organizing Feminism and Folklore 2022 on your local Wikipedia language. Here are few things that you need to look around during the contest.Make sure that all submissions follow the set of rules as mentioned below and are related to the theme of the project.

  1. The expanded or new article should have a minimum 3000 bytes or 300 words.
  2. The article should not be purely machine translated.
  3. The article should be expanded or created between 1 February and 31 March.
  4. The article should be within theme feminism or folklore.Articles will be accepted if it either belongs to Folklore or Feminism.
  5. No copyright violations and must have proper reference as per Wikipedia notability guidelines.

Please refer to the set of rules and guidelines from here. During the contest if you face any issue or have queries regarding the project please feel free to reach out on Contact Us page. Feminism and Folklore team will be assisting you throughout the contest duration. We thank you for your numerous efforts which you have put in for making this project successful.

Best wishes

Rockpeterson

MediaWiki message delivery (বাৰ্তা) 05:52, 12 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

International Mother Language Day 2022 edit-a-thonসম্পাদনা কৰক

Dear Wikimedian,

CIS-A2K announced International Mother Language Day edit-a-thon which is going to take place on 19 & 20 February 2022. The motive of conducting this edit-a-thon is to celebrate International Mother Language Day.

This time we will celebrate the day by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource, items that need to be created on Wikidata [edit Labels & Descriptions], some language-related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about languages or related to languages. Anyone can participate in this event and editors can add their names here. Thank you MediaWiki message delivery (বাৰ্তা) 13:13, 15 February 2022 (ইউ.টি.চি.) উত্তৰ দিয়ক[উত্তৰ দিয়ক]

On behalf of User:Nitesh (CIS-A2K)

Wikipedia Asian Month 2021 Postcardসম্পাদনা কৰক

Dear Participants,

Congratulations!

It's Wikipedia Asian Month's honor to have you all participated in Wikipedia Asian Month 2021, the seventh Wikipedia Asian Month. Your achievements were fabulous, and all the articles you created make the world can know more about Asia in different languages! Here we, the Wikipedia Asian Month International team, would like to say thank you for your contribution also cheer for you that you are eligible for the postcard of Wikipedia Asian Month 2021. Please kindly fill the form, let the postcard can send to you asap!

This form will be closed at March 15.

Cheers!

Thank you and best regards,

Wikipedia Asian Month International Team, 2022.02

জুতি-বুধি পদকসম্পাদনা কৰক

অভিনন্দন!

জুতি-বুধি সম্পৰ্কীয় ভালেমান ৱিকিসুলভ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ ধন্যবাদেৰে। — চাণক্য (বাৰ্তা) 17:44, 28 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

@-chanakyakdas Valar Morghulis! -Chandan Chiring Phukon Chat 14:59, 1 March 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
@Chiring chandan Valar Dohaeris! — চাণক্য (বাৰ্তা) 16:48, 1 March 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

International Women's Month 2022 edit-a-thonসম্পাদনা কৰক

Dear Wikimedians,

Hope you are doing well. Glad to inform you that to celebrate the month of March, A2K is to be conducting a mini edit-a-thon, International Women Month 2022 edit-a-thon. The dates are for the event is 19 March and 20 March 2022. It will be a two-day long edit-a-thon, just like the previous mini edit-a-thons. The edits are not restricted to any specific project. We will provide a list of articles to editors which will be suggested by the Art+Feminism team. If users want to add their own list, they are most welcome. Visit the given link of the event page and add your name and language project. If you have any questions or doubts please write on event discussion page or email at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 12:53, 14 March 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

On behalf of User:Nitesh (CIS-A2K)

Feminism and Folklore 2022 ends soonসম্পাদনা কৰক

Feminism and Folklore 2022 which is an international writing contest organized at Wikipedia ends soon that is on 31 March 2022 11:59 UTC. This is the last chance of the year to write about feminism, women biographies and gender-focused topics such as folk festivals, folk dances, folk music, folk activities, folk games, folk cuisine, folk wear, fairy tales, folk plays, folk arts, folk religion, mythology, folk artists, folk dancers, folk singers, folk musicians, folk game athletes, women in mythology, women warriors in folklore, witches and witch hunting, fairy tales and more

Keep an eye on the project page for declaration of Winners.

We look forward for your immense co-operation.

Thanks Wiki Loves Folklore international Team MediaWiki message delivery (বাৰ্তা) 14:28, 26 March 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

WLWSA-2021 Newsletter #7 (Request to provide information)সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Unfortunately, your information has not reached us. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
13:37, 1 April 2022 (ইউ.টি.চি.)

Feminism and Folklore 2022 has ended, What's Next?সম্পাদনা কৰক

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Dear Chiring chandan/আৰ্কাইভ/2021,

Feminism and Folklore 2022 writing competition has ended. We thank you for organizing it on your local Wikipedia and help in document folk cultures and women in folklore in different regions of the world on Wikipedia. What's next?

  1. Please complete the jury on or before 25th April 2022.
  2. Email us on wikilovesfolklore@gmail.com the Wiki usernames of top three users with most accepted articles in local contest.
  3. You can also put the names of the winners on your local project page.
  4. We will be contacting the winners in phased manner for distribution of prizes.

Feel free to contact us via mail or talkpage if you need any help, clarification or assistance.

Thanks and regards

International Team
Feminism and Folklore

--MediaWiki message delivery (বাৰ্তা) 16:19, 6 April 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

সহায় বাবে অনুৰোধসম্পাদনা কৰক

ডাঙৰীয়া, মই আপোনাৰ বাৰ্তা সমুহ পাইছো পিছে ব‍্যৱহাৰ কৰিব নজনা বাবে উত্তৰ দিব পৰা নাই। অনুগ্ৰহ কৰি আপোনাৰ ইমেইলটো দিব নে। মোৰ abhijit_gu@yahoo.com whatsapp 9435012507. ইয়াত সুগৰী পহু বুলি খটিয়া পহুৰ হে কথা লিখিছে। তাৰোপৰি নাম টো সুগৰি পহু হে হব লাগে। এনে ভুল আৰু আছে। মোৰ নাম সলোৱা option দেখা নাই। হইতো অধিকাৰ নাই‌ english খনত আছে। বাৰ্তা কেনেকৈ দিয়া হয় জনালে বা ইমেইলটো দিলে উপকৃত হম। Abhijitsarma123 (বাৰ্তা) 14:00, 14 মে' 2022 (ইউ.টি.চি.)

@Abhijitsarma123 আপুনি যদিহে বেয়া নাপায় তেনেহ'লে আপোনাক আমাৰ ৱিকিৰ সদস্যসকলৰ হোৱাটছএপ গ্ৰুপ এটাত যোগ কৰিব বিচাৰিছোঁ। তাতে কিছু কথা নিশ্চয় শিকিব পাৰিব। মতামত জনাবচোন। -Chandan Chiring Phukon Chat 14:06, 14 মে' 2022 (ইউ.টি.চি.)

মোক যোগ কৰিব পাৰে Abhijitsarma123 (বাৰ্তা) 14:09, 14 মে' 2022 (ইউ.টি.চি.)

Feminism and Folklore 2022 Juryসম্পাদনা কৰক

Dear Chiring chandan, @ঈশান জ্যোতি বৰা, দিব্য দত্ত:

Hope you are well, I am messaging as a reminder of our previous conversation on your talkpage on 6th April 2022.

  1. Email us on wikilovesfolklore@gmail.com the Wiki usernames of top three users with most accepted articles in local contest.
  2. You can also put the names of the winners on your local project page.
  3. We will be contacting the winners in phased manner for distribution of prizes.

Requesting you to provide above information so we can start prize distribution.

Please get in touch with me if you need and help or clairification.

Tiven Chief coordinator

----Tiven2240 (বাৰ্তা) 11:20, 16 মে' 2022 (ইউ.টি.চি.)
@Tiven2240 Hi, the same has been mailed to the above address. It is also put on the local contest page here. Thanks. -Chandan Chiring Phukon Chat 13:37, 16 মে' 2022 (ইউ.টি.চি.)

ৱিকিপত্ৰিকা পদকসম্পাদনা কৰক

  ৱিকিপত্ৰিকা পদক
মাহেকীয়াভাৱে প্ৰকাশিত ৱিকিপত্ৰিকাৰ প্ৰস্তুতি আৰু উন্নীতকৰণৰ বাবে আপুনি আগবঢ়াই অহা অমূল্য অৱদান আৰু নিৰলস প্ৰচেষ্টাৰ শলাগ লৈছোঁ। ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদকটি আগবঢ়ালোঁ।  – 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 02:59, 30 May 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
@Kuldhar Rabha পদকটিয়ে মনোবল বঢ়াই তুলিলে। অশেষ ধন্যবাদ। -Chandan Chiring Phukon Chat 03:14, 30 May 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

June Month Celebration 2022 edit-a-thonসম্পাদনা কৰক

Dear User,

CIS-A2K is announcing June month mini edit-a-thon which is going to take place on 25 & 26 June 2022 (on this weekend). The motive of conducting this edit-a-thon is to celebrate June Month which is also known as pride month.

This time we will celebrate the month, which is full of notable days, by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource if there are any, items that need to be created on Wikidata [edit Labels & Descriptions], some June month related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about the month of June or related to its days, directly or indirectly. Anyone can participate in this event and the link you can find here. Thank you Nitesh (CIS-A2K) (talk) 12:46, 21 June 2022 (UTC)

On behalf of User:Nitesh (CIS-A2K)

Thanks for organizing Feminism and Folkloreসম্পাদনা কৰক

Dear Organiser/Jury

Thank you so much for your enormous contribution during the Feminism and Folklore 2022 writing competition. We appreciate your time and efforts throughout the competition to bridge cultural and gender gap on Wikipedia. We are sending you a special postcard as a token of our appreciation and gratitude. Please fill out this form by July 20th 2022 to receive a postcard from us. We look forward to seeing you in 2023 next year.

Stay safe!

Gaurav Gaikwad.

International Team

Feminism and Folklore MediaWiki message delivery (বাৰ্তা) 13:50, 10 July 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

অমূল্য অৱদান পদকসম্পাদনা কৰক

  অমূল্য অৱদান পদক
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয় আৰু প্ৰেৰণাৰ উৎস। চলিত মাহত আপুনি অসমীয়া ৱিকিপিডিয়ালৈ যোগোৱা বৰঙণিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছোঁ। -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 05:56, 30 July 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
@Kuldhar Rabha অশেষ ধন্যবাদ। 😊 -Chandan Chiring Phukon  Chat 13:51, 30 July 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

শল্কলী পদকসম্পাদনা কৰক

  শল্কলী পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত মৎস্য সম্পৰ্কীয়া কেইবাটাও উচ্চ মানবিশিষ্ট প্ৰবন্ধৰ সংযোজনেৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -Nayan j Nath (বাৰ্তা) 05:51, 31 August 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
নতুন শব্দ এটা শিকিলোঁ। ধন্যবাদ।-Chandan Chiring Phukon Chat 14:45, 3 September 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

বিলোপন প্ৰত্যাহ্বানসম্পাদনা কৰক

এইটো এটা সদস্য পৃষ্ঠাহে। ই কোনো প্ৰবন্ধ নহয়। গতিকে বিলোপনৰ প্ৰস্তাৱ (A7) ইয়াত প্ৰযোজ্য নহয়। -Chandan Chiring Phukon Chat 16:45, 10 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]

অমূল্য অৱদান পদক (২০২২)সম্পাদনা কৰক

  অমূল্য অৱদান পদক
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয় আৰু প্ৰেৰণাৰ উৎস। ২০২২ বৰ্ষত আপুনি অসমীয়া ৱিকিপিডিয়ালৈ যোগোৱা বৰঙণিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছোঁ। -Nayan j Nath (বাৰ্তা) 05:42, 1 January 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
"Chiring chandan/আৰ্কাইভ/2021"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।