সাক্ষাৎকাৰ ৩০ (ইংৰাজী: Sakshyatkar 30) হৈছে অসমৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ জীৱন,কৰ্ম আৰু অসমৰ জাতীয় জীৱনলৈ তেওঁলোকৰ অৱদান সম্পৰ্কে যুগুত কৰা এখনি সাক্ষাৎকাৰ-ভিত্তিক গ্ৰন্থ৷ বেদান্ত পূজাৰীৰ দ্বাৰা সম্পাদিত গ্ৰন্থখনৰ প্ৰকাশক হৈছে বনলতা৷

সাক্ষাৎকাৰ ৩০  

গ্ৰন্থখনৰ বেটুপাত
লেখক বেদান্ত পূজাৰী (সম্পাদক)
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ সাক্ষাৎকাৰ
প্ৰকাশক বনলতা
প্ৰকাশ নৱেম্বৰ ২০২৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৫৫১
আই.এচ.বি.এন. ৯৭৮-৯৩-৫৮৪৯-২৫৮-৩

গ্ৰন্থৰ চমু পৰিচিতি

সম্পাদনা কৰক

গ্ৰন্থখনত লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ড০ দিলীপ বৰুৱালৈকে মুঠ ত্ৰিশটা সাক্ষাৎকাৰ অন্তৰ্ভুক্ত হৈছে৷ সাক্ষাৎকাৰ সন্নিৱিষ্ট হোৱা অসমৰ বিশিষ্ট ব্যক্তিকেইগৰাকী হৈছে:[1]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. পূজাৰী, বেদান্ত (সম্পাদনা) (২০২৩). সাক্ষাৎকাৰ ৩০. প্ৰকাশক গুৱাহাটী: বনলতা. পৃষ্ঠা. সূচীপত্ৰ. ISBN ৯৭৮-৯৩-৫৮৪৯-২৫৮-৩.