সংৰক্ষিত পাঠ আৰু দৰকাৰী লিংক

কমন.জেছফুলৰ তালিকাএই মাহৰ লক্ষ্য
অসমীয়া ৱিকিপিডিয়াত থাকিবলগীয়া অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা
সংৰক্ষণ ১ (২০১৫-২০২০)
সংৰক্ষণ ২ (২০২১-২০২২)
নাৰীবাদ

Reminder: Wikipedia 20th celebration "the way I & my family feels" সম্পাদনা কৰক

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 15:02, 1 January 2021 (ইউ.টি.চি.)

অনুবাদ সম্পাদনা কৰক

দয়া কৰে https://translatewiki.net/wiki/MediaWiki:Signature/as অসমীয়াতে অনুবাদ কৰেন (বা আমাকে বলে দিলে আমি কৰে দিব)। --আফতাবুজ্জামান (talk) 19:33, 31 January 2021 (ইউ.টি.চি.)

@আফতাবুজ্জামান: কেউ ইতিমধ্যে কৰেছে। দিব্য দত্ত  (বাৰ্তা) 10:56, 2 February 2021 (ইউ.টি.চি.)

Universal Code of Conduct consultation সম্পাদনা কৰক

Hi দিব্য দত্ত,

Hope you are well. I would like to invite you to participate in the Universal Code of Conduct consultation on Assamese Wikipedia. It is closing soon. You can easily participate by making your opinion, support/oppose here: ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)#Universal Code of Conduct consultation on Assamese Wikipedia or you can also email me. As an active member of the community, your participation is very important. I hope you would consider it. Thank you! Wikitanvir (WMF) (বাৰ্তা) 15:36, 27 February 2021 (ইউ.টি.চি.)

Revering edits সম্পাদনা কৰক

Hi দিব্য দত্ত,

I noticed that you've reverted my edit on অজয় দাস's talk page. If I made a mistake or there is any particular problem, please let me know so I can be aware. Thank you. Wikitanvir (WMF) (বাৰ্তা) 15:42, 27 February 2021 (ইউ.টি.চি.)

@Wikitanvir: Sorry, It was my mistake. I have made an edit on that page and at the same time you have done your edit. দিব্য দত্ত  (বাৰ্তা) 16:01, 27 February 2021 (ইউ.টি.চি.)
I see. I thought I made some mistake and offended you somehow which I thought I should inquire, fix, and apologize. Thanks for clearing the confusion. If you have some time, I would be happy if you could let us know your thought on UCoC for your community. I would appreciate that very much. You can directly reply here if you want. Thank you! Wikitanvir (WMF) (বাৰ্তা) 14:01, 28 February 2021 (ইউ.টি.চি.)

ৰিচাৰ্ড বৰ্মন সম্পাদনা কৰক

ৰিচাৰ্ড বৰ্মন দেখোন। আমাৰ মনে হচ্ছে এটি কেউ প্ৰচাৰণা চালাচ্ছে। প্ৰদত্ত "তথ্য সংগ্ৰহ" নিৰ্ভৰযোগ্য নয়। আমি ইতিমধ্যে এটি বাংলা উইকি থেকে মুছে দিয়েছি। --আফতাবুজ্জামান (বাৰ্তা) 21:55, 1 March 2021 (ইউ.টি.চি.)

Wikimedia Foundation Community Board seats: Call for feedback meeting সম্পাদনা কৰক

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)

মেহাৰী ইউনিয়ন সম্পাদনা কৰক

অনুগ্ৰহ কৰি মোক কওক, মোক কৰা এই সম্পাদনাবোৰ কিয় বাতিল কৰা হৈছিল? MS Sakib (বাৰ্তা) 15:38, 13 মে' 2021 (ইউ.টি.চি.)

@MS Sakib: সেইটো ভুলতে হৈছিল, পিছত আকৌ ঘূৰাই অনা হ’ল। দিব্য দত্ত  (বাৰ্তা) 19:20, 13 মে' 2021 (ইউ.টি.চি.)

কোড আপডেট সম্পাদনা কৰক

বাংলা বা ইংৰাজী ৱিকিপিডিয়াত ব্যৱহৃত স্থানাংক আৰু মানচিত্ৰসমূহেৰ কোড অসমীয়া ৱিকিপিডিয়াত কাম কৰা নাই। কিয়নো সেই দুখন ৱিকিপিডিয়াত আপডেট কৰা কোড ব্যৱহাৰ কৰা হয়, সেয়েহে অসম ৱিকিপিডিয়াত কাম কৰোঁতে কিছু অসুবিধা হয়। আৰু যিহেতু বেছিভাগ ইংৰাজী ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰে, ইংৰাজীৰ সৈতে অসমীয়াএ কোড মিল থকাটো সকলোৰে বাবে লাভজনক। যিহেতু আপুনি এজন ইণ্টাৰফেচ প্ৰশাসক, মই আপোনাক কোডবোৰ আপডেট কৰিবলৈ অনুৰোধ জনাইছো। MS Sakib (বাৰ্তা) 05:09, 14 মে' 2021 (ইউ.টি.চি.)

এইটোৱে কাম কৰিছে দেখোন {{coord|23|46.5|N|91|4|E|region:BD|display=inline,title}} = 23°46.5′N 91°4′E / 23.775°N 91.067°E / 23.775; 91.067স্থানাংক: 23°46.5′N 91°4′E / 23.775°N 91.067°E / 23.775; 91.067 দিব্য দত্ত  (বাৰ্তা) 11:26, 14 মে' 2021 (ইউ.টি.চি.)
আপোনাক ধন্যবাদ। MS Sakib (বাৰ্তা) 14:43, 14 মে' 2021 (ইউ.টি.চি.)

হাবুং সম্পাদনা কৰক

@দিব্য দত্ত:May I know the reason you have added unverifiable data in the Habung article going against Wikipedia policy?

এই পৃষ্ঠাটো বহুবাৰ ৰিভাৰ্ট কৰা হৈছে, সাধাৰণতে এদিনত তিনিবাৰ ৰিভাৰ্ট কৰা সদস্যৰ ওপৰত বিহিত ব্যৱস্থা লব লাগে, কিন্তু বৰ্তমান লোৱা নাই। ইয়াৰোপৰি হাবুঙৰ সম্পৰ্কে যথেষ্ট তথ্য নেটত উপলব্ধ নহয় যদিও প্ৰবন্ধৰ ইতিহাস চালে গম পোৱা যায় যে সেই প্ৰবন্ধটো বহুকেইজন সম্পাদকে লিখি লিখি আজিৰ অৱস্থা পাইছেহি। কিন্তু হঠাতে কোনোবাই আহি তাৰে এখিনি কাটি দিয়া কাৰ্যটো ৱিকিৰ নিয়মৰ ভিতৰত নপৰে। সেইবাবে প্ৰবন্ধটো সুৰক্ষিত কৰা হ’ল। যদি প্ৰবন্ধটোৰ পৰা কিবা আঁতৰাব বিচাৰে নাইবা যোগ দিব বিচাৰে, তেন্তে এই আলোচনা পৃষ্ঠাত আলোচনাৰ যোগেদি সেয়া কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ। দিব্য দত্ত  (বাৰ্তা) 13:45, 6 June 2021 (ইউ.টি.চি.)

নিকাকৰণ পদক সম্পাদনা কৰক

  নিকাকৰণ পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সন্নিৱিষ্ট নৱতম প্ৰবন্ধসমূহৰ বিভিন্ন খুটি-নাটিসমূহত চকু ফুৰাই উল্লেখনীয় সংশোধনেৰে অসমীয়া ৱিকিপিডিয়াক নিকা কৰি তোলাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -Nayan j Nath (বাৰ্তা) 06:37, 29 মে' 2021 (ইউ.টি.চি.)

কচবা উপজিলা সম্পাদনা কৰক

মই অসমীয়া ৱিকিপিডিয়াত "কচবা উপজিলা" প্ৰবন্ধটো সম্পূৰ্ণ কৰিছোঁ। কিন্তু মই অসমীয়া ভাষাৰ বানানত অভিজ্ঞ নহয়। গতিকে মই আপোনাক বানানটো সংশোধন কৰিবলৈ অনুৰোধ জনাইছো। লগতে এই প্ৰবন্ধত স্থানাংক কোডে কাম কৰা নাই। {{coord|23.7333|N|91.1667|E|region:BD|display=inline,title}}MS Sakib (বাৰ্তা) 12:47, 4 June 2021 (ইউ.টি.চি.)

@দিব্য দত্ত: অনুগ্ৰহ কৰি সহায় কৰক। MS Sakib (বাৰ্তা) 06:01, 15 June 2021 (ইউ.টি.চি.)

Invitation for Functionary consultation 2021 সম্পাদনা কৰক

Greetings, Admins of the emerging community,

I'm letting you know in advance about a meeting I'd like to invite you to regarding the Universal Code of Conduct and the community's ownership of its future enforcement. I'm still in the process of putting together the details, but I wanted to share the date with you: 10/11 July, 2021. I do not have a time on this date yet, but I will let you soon. We have created a meta page with basic information. Please take a look at the meta page and sign up your name under the appropriate section.

Thank you for your time.--BAnand (WMF) 15:14, 10 June 2021 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় দিব্য দত্ত/সংৰক্ষণ,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)

গেজেটৰ বিৱৰণ সম্পাদনা কৰক

বিশেষ:গেজেটসমূহ পৃষ্ঠাত কিছুমান গেজেটৰ বিৱৰণ সংযোগ কৰা হোৱা নাই। যেনে: ⧼gadget-HideFundraisingNotice⧽, ⧼gadget-refToolbarBase⧽ আদি। পাৰে যদি বিৱৰণবোৰ যোগ কৰি দিবচোন। যদি অসমীয়া ৱিকিত গেজেটটো স্থাপনেই কৰা হোৱা নাই, তেন্তে সেইবোৰ আঁতৰাই দিলেও বেয়া নহ'ব। --SlowPhoton (talk) 07:33, 16 June 2021 (ইউ.টি.চি.)

@SlowPhoton:, নিশ্চয় চাম, সকলো গেজেট সক্ৰিয় কৰা হোৱা নাই বাবে বিৱৰণো সংযোগ কৰা হোৱা নাই। দুটামান অৱশ্যে সক্ৰিয় যদিও বিৱৰণ নাই, সেইকেইটাৰ বিৱৰণ সংযোগ কৰিব লাগিব আৰু সক্ৰিয় নোহোৱাবোৰ লুকুৱাই ৰাখিব লাগিব। কিন্তু তেনে কৰিলে কিবা অসুবিধা হয়নেকি সেয়াও চাব লাগিব। দিব্য দত্ত  (বাৰ্তা) 08:11, 16 June 2021 (ইউ.টি.চি.)
ধন্যবাদ 🙏🏽 --SlowPhoton (talk) 08:25, 16 June 2021 (ইউ.টি.চি.)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities সম্পাদনা কৰক

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)

Q সম্পাদনা কৰক

Hi, thanks for your block to abuse ips, but I don't think that it's ok to block an ip for infinity in any wikimedia wiki, or local have some policy that I don't know?--Jonathan5566 (বাৰ্তা) 04:56, 27 July 2021 (ইউ.টি.চি.)

@Jonathan5566: Ok, Thanks for your advice. I have changed the block settings for 2603:8001:5000:72de:d42b:7e04:5db:33f1 with an expiration time of 3 days. দিব্য দত্ত  (বাৰ্তা) 05:01, 27 July 2021 (ইউ.টি.চি.)
thanks--Jonathan5566 (বাৰ্তা) 05:26, 27 July 2021 (ইউ.টি.চি.)

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখি অনুষ্ঠান সম্পাদনা কৰক

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখি হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক। বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Feedback for Mini edit-a-thons সম্পাদনা কৰক

Dear Wikimedian,

Hope everything is fine around you. If you remember that A2K organised a series of edit-a-thons last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link here. You can fill the form by 31 August because your feedback is precious for us. Thank you MediaWiki message delivery (বাৰ্তা) 18:58, 16 August 2021 (ইউ.টি.চি.)

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে সম্পাদনা কৰক

প্ৰিয় দিব্য দত্ত/সংৰক্ষণ,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাছনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Module:সংখ্যা পৰিবৰ্তন সম্পাদনা কৰক

অনুগ্ৰহ কৰি ইয়াক ডিলেট কৰক। মই ভুলবশতঃ এইটো কৰি আছোঁ। MS Sakib (বাৰ্তা) 12:43, 18 August 2021 (ইউ.টি.চি.)

Mahatma Gandhi 2021 edit-a-thon to celebrate Mahatma Gandhi's birth anniversary সম্পাদনা কৰক

 
Mahatma Gandhi 2021 edit-a-thon

Dear Wikimedian,

Hope you are doing well. Glad to inform you that A2K is going to conduct a mini edit-a-thon to celebrate Mahatma Gandhi's birth anniversary. It is the second iteration of Mahatma Gandhi mini edit-a-thon. The edit-a-thon will be on the same dates 2nd and 3rd October (Weekend). During the last iteration, we had created or developed or uploaded content related to Mahatma Gandhi. This time, we will create or develop content about Mahatma Gandhi and any article directly related to the Indian Independence movement. The list of articles is given on the event page. Feel free to add more relevant articles to the list. The event is not restricted to any single Wikimedia project. For more information, you can visit the event page and if you have any questions or doubts email me at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 17:32, 28 September 2021 (ইউ.টি.চি.)

কাৰিকৰী পদক সম্পাদনা কৰক

  কাৰিকৰী পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ - -𝕂𝕦𝕝𝕕𝕙𝕒𝕣 ℝ𝕒𝕓𝕙𝕒𝕋𝕒𝕝𝕜- 14:25, 1 October 2021 (ইউ.টি.চি.)

A doubt সম্পাদনা কৰক

I am really confused at these 2 spellings, which are same but one is red and another is blue - সনামহী ধৰ্ম and সনামহী ধৰ্ম. And these 2 also - প্ৰাচীন মণিপুৰী ভাষা and প্ৰাচীন মণিপুৰী ভাষা. Could you please clarify my doubt? ৱাসিম (وسيم) (বাৰ্তা) 17:10, 24 October 2021 (ইউ.টি.চি.)

সনামহী ধৰ্ম = স+ন+া+ম+হ+ী ধ+ৰ+ম and সনামহী ধৰ্ম = স+ন+া+ম+হ+ী ধ+ৰ+ম দিব্য দত্ত  (বাৰ্তা) 02:57, 25 October 2021 (ইউ.টি.চি.)
OMG! Lachit system catches even that spelling. Ok, I know that. I will do like that from next time. :) ৱাসিম (وسيم) (বাৰ্তা) 05:49, 25 October 2021 (ইউ.টি.চি.)


WLWSA-2021 Newsletter #6 (Request to provide information) সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

 
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:27, 17 November 2021 (ইউ.টি.চি.)

অক্লান্ত কৰ্মী পদক সম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অক্লান্ত অৱদানৰ বাবে কৃতজ্ঞতা জনাই এই পদক আগবঢ়ালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব। ধন্যবাদেৰে। — চাণক্য (বাৰ্তা) 05:07, 1 January 2022 (ইউ.টি.চি.)

How we will see unregistered users সম্পাদনা কৰক

Hi!

You get this message because you are an admin on a Wikimedia wiki.

When someone edits a Wikimedia wiki without being logged in today, we show their IP address. As you may already know, we will not be able to do this in the future. This is a decision by the Wikimedia Foundation Legal department, because norms and regulations for privacy online have changed.

Instead of the IP we will show a masked identity. You as an admin will still be able to access the IP. There will also be a new user right for those who need to see the full IPs of unregistered users to fight vandalism, harassment and spam without being admins. Patrollers will also see part of the IP even without this user right. We are also working on better tools to help.

If you have not seen it before, you can read more on Meta. If you want to make sure you don’t miss technical changes on the Wikimedia wikis, you can subscribe to the weekly technical newsletter.

We have two suggested ways this identity could work. We would appreciate your feedback on which way you think would work best for you and your wiki, now and in the future. You can let us know on the talk page. You can write in your language. The suggestions were posted in October and we will decide after 17 January.

Thank you. /Johan (WMF)

18:10, 4 January 2022 (ইউ.টি.চি.)

এই মাহৰ ৱিকিপিডিয়ান জানুৱাৰী ২০২২ সম্পাদনা কৰক

  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


-Nayan j Nath (বাৰ্তা) 16:20, 2 February 2022 (ইউ.টি.চি.)

International Mother Language Day 2022 edit-a-thon সম্পাদনা কৰক

Dear Wikimedian,

CIS-A2K announced International Mother Language Day edit-a-thon which is going to take place on 19 & 20 February 2022. The motive of conducting this edit-a-thon is to celebrate International Mother Language Day.

This time we will celebrate the day by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource, items that need to be created on Wikidata [edit Labels & Descriptions], some language-related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about languages or related to languages. Anyone can participate in this event and editors can add their names here. Thank you MediaWiki message delivery (বাৰ্তা) 13:13, 15 February 2022 (ইউ.টি.চি.)

On behalf of User:Nitesh (CIS-A2K)

শ্ৰেণী স্থানান্তৰ সম্পাদনা কৰক

যেতিয়া মই শ্ৰেণী:Wikipedia information pages পৃষ্ঠাটো শ্ৰেণী:ৱিকিপিডিয়া তথ্য পৃষ্ঠাসমূহ নামলৈ স্থানান্তৰ কৰাৰ পিছত শ্ৰেণীৰ পৃষ্ঠাবোৰৰ শ্ৰেণীৰ নাম সলনি কৰিছিলো, কিছুমান পৃষ্ঠাৰ শ্ৰেণী সলনি হোৱা নাই। এই ক্ষেত্ৰত কি কৰিব লাগে? ≈ MS Sakib    «কওক...» 22:38, 23 February 2022 (ইউ.টি.চি.)

International Women's Month 2022 edit-a-thon সম্পাদনা কৰক

Dear Wikimedians,

Hope you are doing well. Glad to inform you that to celebrate the month of March, A2K is to be conducting a mini edit-a-thon, International Women Month 2022 edit-a-thon. The dates are for the event is 19 March and 20 March 2022. It will be a two-day long edit-a-thon, just like the previous mini edit-a-thons. The edits are not restricted to any specific project. We will provide a list of articles to editors which will be suggested by the Art+Feminism team. If users want to add their own list, they are most welcome. Visit the given link of the event page and add your name and language project. If you have any questions or doubts please write on event discussion page or email at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 12:53, 14 March 2022 (ইউ.টি.চি.)

On behalf of User:Nitesh (CIS-A2K)

WLWSA-2021 Newsletter #7 (Request to provide information) সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

 
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Unfortunately, your information has not reached us. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
13:37, 1 April 2022 (ইউ.টি.চি.)

বিহু সম্পাদনা কৰক

@দিব্য দত্ত: "বিহু" ৱিকিপিডিয়া পেজটোত কিছুমান edit কৰিবলৈ আছিল। তাত বহুতো প্ৰমাণ বিহীন বিকৃত তথ্য যোগ কৰি হৈছে আৰু অন্য তথ্য কিছুমানৰ citation দিয়া হোৱা নাই। সেইবোৰ ৰোগ কৰিবলৈ আছে। অনুগ্ৰহ কৰি পেজতো edit কৰিব দিয়ক। Ananya Taye (বাৰ্তা) 21:13, 23 April 2022 (ইউ.টি.চি.)

@Ananya Taye:, ধনাত্মক সম্পাদনা কৰাতকৈ আপোনাক প্ৰায়ে ধ্বংসাত্মক প্ৰৱণতাৰেই ৱিকিপিডিয়াত সম্পাদনা কৰা দেখা যায়। বিহু শীৰ্ষক প্ৰবন্ধটোত আপুনি কি সম্পাদনা কৰিব বিচাৰিছে বা কি তথ্য সংযোগ কৰিব বিচাৰিছে, অনুগ্ৰহ কৰি প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত উল্লেখ কৰক। এনে ধৰণৰ বিষয় আলোচনা কৰাৰ বাবে কোনো ব্যক্তিৰ সদস্য পৃষ্ঠা উপযুক্ত স্থান নহয়। বাবুল বৈশ্য (বাৰ্তা) 15:59, 24 April 2022 (ইউ.টি.চি.)
@Ananya Taye:, অনুগ্ৰহ কৰি আপুনি যিটো পৃষ্ঠাৰ কথা কৈছে, সেই পৃষ্ঠাৰ আলোচনা পৃষ্ঠাত আপুনি কৰিব বিচৰা সম্পাদনা সংযোগ কৰিব পাৰে। যিহেতু পৃষ্ঠাটো সমাজৰ আলোচনামৰ্মে সুৰক্ষিত কৰা হৈছে, সেয়ে মই নিজ ইচ্ছাৰে ইয়াৰ স্থিতি সলনি কৰিব নোৱাৰোঁ। পৃষ্ঠাটোৰ সুৰক্ষা স্থিতি সলনি কৰিবলৈ আপুনি আলোচনা পৃষ্ঠাত অনুৰোধ জনাব পাৰে, ৰাইজৰ মতামত সাপেক্ষে নিশ্চয় ইয়াৰ ব্যৱস্থা লোৱা হ'ব। ধন্যবাদ। দিব্য দত্ত  (বাৰ্তা) 04:34, 25 April 2022 (ইউ.টি.চি.)

বিচাৰক পদক সম্পাদনা কৰক

  বিচাৰক পদক
প্ৰিয় অগ্ৰজ, যোৱা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হৈ যোৱা নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২ প্ৰবন্ধ লিখন প্ৰতিযোগিতাখন নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিলে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়ালে, তাৰেই কৃতজ্ঞতা স্বৰূপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদক এটি আগবঢ়ালো। --Chandan Chiring Phukon  Chat 16:01, 29 April 2022 (ইউ.টি.চি.)

Google Translate approved Assamese & Meitei সম্পাদনা কৰক

Hello friend! Is the Google Translate tool ok for translating Assamese & Meitei? It's approved yesterday! Many Indians are saying that they couldn't translate any of the newly added languages as of now. Some say it's ok. Some say no. My contact to the GT team replied like this. How's the situation in your computer? --ৱাসিম (وسيم) (বাৰ্তা) 12:55, 12 মে' 2022 (ইউ.টি.চি.)

June Month Celebration 2022 edit-a-thon সম্পাদনা কৰক

Dear User,

CIS-A2K is announcing June month mini edit-a-thon which is going to take place on 25 & 26 June 2022 (on this weekend). The motive of conducting this edit-a-thon is to celebrate June Month which is also known as pride month.

This time we will celebrate the month, which is full of notable days, by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource if there are any, items that need to be created on Wikidata [edit Labels & Descriptions], some June month related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about the month of June or related to its days, directly or indirectly. Anyone can participate in this event and the link you can find here. Thank you Nitesh (CIS-A2K) (talk) 12:46, 21 June 2022 (UTC)

On behalf of User:Nitesh (CIS-A2K)

Thanks for organizing Feminism and Folklore সম্পাদনা কৰক

Dear Organiser/Jury

Thank you so much for your enormous contribution during the Feminism and Folklore 2022 writing competition. We appreciate your time and efforts throughout the competition to bridge cultural and gender gap on Wikipedia. We are sending you a special postcard as a token of our appreciation and gratitude. Please fill out this form by July 20th 2022 to receive a postcard from us. We look forward to seeing you in 2023 next year.

Stay safe!

Gaurav Gaikwad.

International Team

Feminism and Folklore MediaWiki message delivery (বাৰ্তা) 13:50, 10 July 2022 (ইউ.টি.চি.)

প্ৰশাসনীয় মেজৰ সম্পাদক সম্পাদনা কৰক

  প্ৰশাসনীয় মেজৰ সম্পাদক
হে অগ্ৰজ, অসমীয়া ৱিকিপিডিয়াৰ এগৰাকী প্ৰশাসকৰ দায়িত্ব সক্ৰিয়তাৰে পালন কৰাৰ লগতে সাধাৰণ সম্পাদনা আৰু নতুন প্ৰবন্ধৰ সৃষ্টিও আপুনি নিয়মিতভাৱে কৰি আহিছে। ইয়াৰে কৃতজ্ঞতাস্বৰূপে ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ সন্মান আগবঢ়ালোঁ। -Chandan Chiring Phukon Chat 17:28, 27 July 2022 (ইউ.টি.চি.)

WikiConference India 2023: Program submissions and Scholarships form are now open সম্পাদনা কৰক

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Help us organize! সম্পাদনা কৰক

Dear Wikimedian,

You may already know that the third iteration of WikiConference India is happening in March 2023. We have recently opened scholarship applications and session submissions for the program. As it is a huge conference, we will definitely need help with organizing. As you have been significantly involved in contributing to Wikimedia projects related to Indic languages, we wanted to reach out to you and see if you are interested in helping us. We have different teams that might interest you, such as communications, scholarships, programs, event management etc.

If you are interested, please fill in this form. Let us know if you have any questions on the event talk page. Thank you MediaWiki message delivery (বাৰ্তা) 15:21, 18 November 2022 (ইউ.টি.চি.)

(on behalf of the WCI Organizing Committee)

ৱিকিপত্ৰিকা পদক সম্পাদনা কৰক

  ৱিকিপত্ৰিকা পদক
মাহেকীয়াভাৱে প্ৰকাশিত ৱিকিপত্ৰিকাৰ প্ৰস্তুতি আৰু উন্নীতকৰণৰ বাবে আপুনি আগবঢ়াই অহা অমূল্য অৱদান আৰু নিৰলস প্ৰচেষ্টাৰ শলাগ লৈছোঁ। ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদকটি আগবঢ়ালোঁ। - অনামিকা(চুমু) বড়া (বাৰ্তা) 15:58, 1 December 2022 (ইউ.টি.চি.)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline সম্পাদনা কৰক

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)

On Behalf of, WCI 2023 Core organizing team.

Indic Wiki Improve-a-thon 2022 সম্পাদনা কৰক

Dear Wikimedian, Glad to inform you that CIS-A2K is going to conduct an event, Indic Wiki improve-a-thon 2022, for the Indic language. It will run from 15 December to 5 January 2023. It will be an online activity however if communities want to organise any on-ground activity under Improve-a-thon that would also be welcomed. The event has its own theme Azadi Ka Amrit Mahatosav which is based on a celebration of the 75th anniversary of Indian Independence. The event will be for 20 days only. This is an effort to work on content enrichment and improvement. We invite you to plan a short activity under this event and work on the content on your local Wikis. The event is not restricted to a project, anyone can edit any project by following the theme. The event page link is here. The list is under preparation and will be updated soon. The community can also prepare their list for this improve-a-thon. If you have question or concern please write on here. Regards MediaWiki message delivery (বাৰ্তা) 07:35, 12 December 2022 (ইউ.টি.চি.)

Indic Wiki Improve-a-thon 2022 has started সম্পাদনা কৰক

Dear Wikimedians, As you already know, Indic Wiki improve-a-thon 2022 has started today. It runs from 15 December (today) to 5 January 2023. This is an online activity however if communities want to organise any on-ground activity under Improve-a-thon please let us know at program@cis-india.org. Please note the event has a theme Azadi Ka Amrit Mahatosav which is based on a celebration of the 75th anniversary of Indian Independence. The event will be for 20 days only. This is an effort to work on content enrichment and improvement. The event is not restricted to a particular project. The event page link is here please add your name in the participant's section. A few lists are there and we will add more. The community can also prepare their list for this improve-a-thon but we suggest you list stub articles from your Wiki. If you have a question or concern please write here. Regards MediaWiki message delivery (বাৰ্তা) 08:30, 15 December 2022 (ইউ.টি.চি.)

Refund সম্পাদনা কৰক

দিব্য দত্ত Can you refund this page সুশোভন সনু ৰয় I want to add more reliable sources on this page. 117.226.200.16 17:22, 16 December 2022 (ইউ.টি.চি.)

Please create an account and start the article. দিব্য দত্ত (বাৰ্তা) 12:41, 17 December 2022 (ইউ.টি.চি.)

দিব্য দত্ত Thanks, I've created this account on same IP. I going start it. কণিকা (বাৰ্তা) 18:28, 17 December 2022 (ইউ.টি.চি.)

WikiConference India 2023:WCI2023 Open Community call on 18 December 2022 সম্পাদনা কৰক

Dear Wikimedian,

As you may know, we are hosting regular calls with the communities for WikiConference India 2023. This message is for the second Open Community Call which is scheduled on the 18th of December, 2022 (Today) from 7:00 to 8:00 pm to answer any questions, concerns, or clarifications, take inputs from the communities, and give a few updates related to the conference from our end. Please add the following to your respective calendars and we look forward to seeing you on the call.

Furthermore, we are pleased to share the telegram group created for the community members who are interested to be a part of WikiConference India 2023 and share any thoughts, inputs, suggestions, or questions. Link to join the telegram group: https://t.me/+X9RLByiOxpAyNDZl. Alternatively, you can also leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 08:11, 18 December 2022 (ইউ.টি.চি.)

On Behalf of, WCI 2023 Organizing team

Invitation to organize Feminism and Folklore 2023 সম্পাদনা কৰক

 
অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Dear দিব্য দত্ত/সংৰক্ষণ/২,

Christmas Greetings and a Happy New Year 2023,

You are humbly invited to organize the Feminism and Folklore 2023 writing competition from February 1, 2023, to March 31, 2023. This year, Feminism and Folklore will focus on feminism, women's issues, and gender-focused topics for the project, with a Wiki Loves Folklore gender gap focus and a folk culture theme on Wikipedia.

You can help Wikipedia's coverage of folklore from your area by writing or improving articles about things like folk festivals, folk dances, folk music, women and queer folklore figures, folk game athletes, women in mythology, women warriors in folklore, witches and witch hunting, fairy tales, and more. Users can help create new articles, expand or translate from a list of suggested articles.

Organisers are requested to work on the following action items to sign up their communities for the project:

  1. Create a page for the contest on the local wiki.
  2. Set up a fountain tool or dashboard.
  3. Create the local list and mention the timeline and local and international prizes.
  4. Request local admins for site notice.
  5. Link the local page and the fountain/dashboard link on the meta project page.

This year we would be supporting the community's financial aid for Internet and childcare support. This would be provided for the local team including their jury and coordinator team. This support is opt-in and non mandatory. Kindly fill in this Google form and mark a mail to support@wikilovesfolklore.org with the subject line starting as [Stipend] Name or Username/Language. The last date to sign up for internet and childcare aid from our team is 20th of January 2023, We encourage the language coordinators to sign up their community on this link by the 25th of January 2023.

Learn more about the contest and prizes on our project page. Feel free to contact us on our meta talk page or by email us if you need any assistance.

We look forward to your immense coordination.

Thank you and Best wishes,

Feminism and Folklore 2023 International Team

Stay connected     

--MediaWiki message delivery (বাৰ্তা) 10:11, 24 December 2022 (ইউ.টি.চি.)

অমূল্য অৱদান পদক (২০২২) সম্পাদনা কৰক

  অমূল্য অৱদান পদক
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয় আৰু প্ৰেৰণাৰ উৎস। ২০২২ বৰ্ষত আপুনি অসমীয়া ৱিকিপিডিয়ালৈ যোগোৱা বৰঙণিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছোঁ। -Nayan j Nath (বাৰ্তা) 05:42, 1 January 2023 (ইউ.টি.চি.)

Women's Month Datathon on Commons সম্পাদনা কৰক

Dear Wikimedian,

Hope you are doing well. CIS-A2K and CPUG have planned an online activity for March. The activity will focus on Wikimedia Commons and it will begin on 21 March and end on 31 March 2023. During this campaign, the participants will work on structure data, categories and descriptions of the existing images. We will provide you with the list of the photographs that were uploaded under those campaigns, conducted for Women’s Month.

You can find the event page link here. We are inviting you to participate in this event and make it successful. There will be at least one online session to demonstrate the tasks of the event. We will come back to you with the date and time.

If you have any questions please write to us at the event talk page Regards MediaWiki message delivery (বাৰ্তা) 18:09, 12 March 2023 (ইউ.টি.চি.)

Women's Month Datathon on Commons Online Session সম্পাদনা কৰক

Dear Wikimedian,

Hope you are doing well. As we mentioned in a previous message, CIS-A2K and CPUG have been starting an online activity for March from 21 March to 31 March 2023. The activity already started yesterday and will end on 31 March 2023. During this campaign, the participants are working on structure data, categories and descriptions of the existing images. The event page link is here. We are inviting you to participate in this event.

There is an online session to demonstrate the tasks of the event that is going to happen tonight after one hour from 8:00 pm to 9:00 pm. You can find the meeting link here. We will wait for you. Regards MediaWiki message delivery (বাৰ্তা) 13:38, 22 March 2023 (ইউ.টি.চি.)

বিচাৰক পদক সম্পাদনা কৰক

  বিচাৰক পদক
মাননীয় ৱিকিসতীৰ্থ, বৰ্তমান চলি থকা নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ শীৰ্ষক প্ৰবন্ধ লিখন প্ৰতিযোগিতাখনক নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিছে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়াইছে, সেইসমূহৰ কৃতজ্ঞতা স্বৰূপে আয়োজক হিচাপে আপোনালৈ এই সামান্য পদক আগবঢ়ালোঁ। ধন্যবাদেৰে -Chandan Chiring Phukon Chat 05:59, 26 March 2023 (ইউ.টি.চি.)