১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১২ জুলাই (ইংৰাজী: 12 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৩তম (অধিবৰ্ষত ১৯৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭২টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

  • ১৮২৩ - ভাৰতত নিৰ্মিত প্ৰথমখন বাষ্পচালিত জাহাজ ডায়েনাই কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। [1]
  • ১৯৭৯ - গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰবিটিয়ে স্বাধীনতা লাভ কৰে।
  • ১৯৮০ - SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিনীৰ মহাকাশলৈ নিক্ষেপ কৰা হৈছিল।
  • ১৯৯১ - ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান দিয়া হয়।
  • ২০০২ - ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এ পি জে আব্দুল কালামলৈ সমাজবাৰ্দী পাৰ্টীয়ে সমৰ্থন আগবঢ়ায়।
  • ২০০৪ - অসমৰ হোৱা প্ৰবল বানপানীৰ ফলত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
  • ২০০৫ - সুদীৰ্ঘ পাঁচ বছৰ ধৰি চলা গোচৰৰ অন্তত অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি অহা বিতৰ্কিত আৰু বৈষম্যমূলক আই এম ডি টি আইন উচ্চতম ন্যায়ালয়ৰ এক ৰায় যোগে বাতিল কৰা হয়।
  • ২০১৫ - ছানিয়া মিৰ্জামাৰ্টিনা হিংগিছৰ সৈতে মহিলাৰ দ্বৈত শাখাৰ ৱিম্বিলডন খিতাপ দখল কৰি ৱিম্বিলডন বিজয়ী হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। [2]

জন্ম সম্পাদনা কৰক

  • ১০১ খ্ৰীষ্টপূৰ্ব - জুলিয়াছ চিজাৰ, ৰোমান সেনানায়ক।
  • ১৮৫৪ - জৰ্জ ইষ্টমেন, ফট’গ্ৰাফিৰ ৰোল ফ্লিমৰ আৱিষ্কাৰক। তেখেতৰ আমেৰিকাত জন্ম হৈছিল।
  • ১৮৬৩ - এলৰ্বাট কামেটে, যক্ষ্মা ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰক। তেখেতে ফ্ৰান্সত জন্ম লাভ কৰিছিল।
  • ১৯০১ - মুখতাৰ বেগম, পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী।
  • ১৯০৪ - নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট' (পাবলো নেৰুদা), ১৯৭১ চনৰ সাহিত্যৰ ন'বেল বিজয়ী, চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা।
  • ১৯৫৪ - সুলক্ষণা পণ্ডিত, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
  • ১৯৫৬ - গ্ৰেগ লিয়নাৰ্ড চেমেনজা, আমেৰিকান চিকিৎসক।
  • ১৯৭৭ - ব্ৰ'ক লেছনাৰ, ইউ এফ চি (ইংঃ UFC) আৰু ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE) পেছাদাৰী মল্লযুজাৰু। [3]
  • ১৯৮২ - অচন্ত শৰৎ কমল, ভাৰতীয় পেছাদাৰী টেবুল টেনিছ খেলুৱৈ।
  • ১৯৯১ - জেমছ ৰ'ড্ৰিগুয়েজ, কলম্বিয়াৰ ফুটবল খেলুৱৈ।
  • ১৯৯৭ - মালালা ইউছুফজাই, পাকিস্তানৰ মহিলা শিক্ষাৰ সমাজকৰ্মী আৰু আটাইতকৈ কম বয়সীয়া শান্তিৰ ন'বেল বঁটা বিজয়াী (২০১৪)।

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

  • স্বাধীনতা দিৱস (কিৰিবাটি)।

বাহ্যিক সংযোগ সম্পাদনা কৰক




তথ্যসূত্ৰ সম্পাদনা কৰক

  1. [https://www.telegraphindia.com/my-kolkata/news/yesterdate-this-day-from-kolkatas-past-july-12-1823/cid/1951403 "Yesterdate: This day from Kolkata’s past, July 12, 1823 On this day Diana, first steamer ship built in India, was launched in Kolkata"] (ইংৰাজী ভাষাত). জুলাই ১২, ২০২৩. https://www.telegraphindia.com/my-kolkata/news/yesterdate-this-day-from-kolkatas-past-july-12-1823/cid/1951403. 
  2. "Sania Mirza and Wimbledon: Where it all started for the tennis ace" (ইংৰাজী ভাষাত). জুন ২৮, ২০২৩. https://olympics.com/en/news/sania-mirza-wimbledon-record-stat-debuts-grand-slam-india-tennis. 
  3. "Brock Lesnar". Sherdog. https://www.sherdog.com/fighter/Brock-Lesnar-17522। আহৰণ কৰা হৈছে: ১২ জুলাই 2023.