৩ জুলাই
তাৰিখ
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২৩ |
৩ জুলাই (ইংৰাজী: 3 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৪তম (অধিবৰ্ষত ১৮৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮১টা দিন বাকী থাকে।
ঘটনাপঞ্জী সম্পাদনা কৰক
- ১৮৯০ - আইদাহ'ক ৪৩তম কমনৱেলথ ৰাষ্ট্ৰ হিচাপে অনুমোদন।
- ১৯৫৩ - বিশ্বৰ নৱম উচ্চতাৰ শৃংগ নাংগা পৰ্বত অষ্ট্ৰিয়াৰ আৰোহণকাৰী হেৰমান বুলে প্ৰথমবাৰৰ বাবে আৰোহণ কৰে।
জন্ম সম্পাদনা কৰক
- ১৮৮৩ - ফ্ৰান্জ কাফ্কা, জাৰ্মান ঔপন্যাসিক আৰু চুটি গল্প লেখক।
- ১৮৯৭ - হংসা জীৱৰাজ মেহতা, ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক।
- ১৮৯৯ - লুডৱিগ গুটমেন, জাৰ্মান-ব্ৰিটিছ স্নায়ুৰোগ বিশেষজ্ঞ।
- ১৯১১ - এলেন ব্ৰাউন, অষ্ট্ৰেলিয়াৰ জনসেৱক
- ১৯১২ - গিৰিধৰ শৰ্মা - অসমীয়া সাহিত্যিক আৰু শিক্ষাবিদ।
- ১৯৬২ - টম ক্ৰুইজ, আমেৰিকান অভিনেতা আৰু প্ৰযোজক
- ১৯৫২ – অমিত কুমাৰ, ভাৰতীয় অভিনেতা, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক।
- ১৯৭১ - জেমি গ্ৰ'ভ, ইংলেণ্ডৰ ক্ৰিকেটাৰ
- ১৯৮২ - হৰভজন সিং, ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু সম্পাদনা কৰক
- ১৯৯৬ – ৰাজ কুমাৰ, পাক-ভাৰতীয় অভিনেতা (জন্ম: ১৯২৬)।
- ১৯৩২ - স্বৰ্ণকুমাৰী দেৱী, ভাৰতীয় কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷
- ২০২০ - সৰোজ খান,বলিউদৰ নৃত্য পৰিচালিকা। (জ: ২২/১১/১৯৪৮)
দিৱস সম্পাদনা কৰক
- ৱমেনছ দে (মহিলা দিৱস) - ম্যানমাৰ
- আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস।
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |