১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

৩ জুলাই (ইংৰাজী: 3 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৪তম (অধিবৰ্ষত ১৮৫তম) দিন। বছৰ শেষ হ'বলৈ ১৮১ দিন বাকী থাকে।

ঘটনাপঞ্জীসম্পাদনা কৰক

  • ১৮৯০ - আইদাহ'ক ৪৩তম কমনৱেলথ ৰাষ্ট্ৰ হিচাপে অনুমোদন।

জন্মসম্পাদনা কৰক

  • ১৯১১ - এলেন ব্ৰাউন, অষ্ট্ৰেলিয়াৰ জনসেৱক
  • ১৯৬২ - টম ক্ৰুইজ, আমেৰিকান অভিনেতা আৰু প্ৰযোজক
  • ১৯৫২ – অমিত কুমাৰ, ভাৰতীয় অভিনেতা, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক।
  • ১৯৭১ - জেমি গ্ৰ'ভ, ইংলেণ্ডৰ ক্ৰিকেটাৰ
  • ১৯৮২ - হৰভজন সিং, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যুসম্পাদনা কৰক

  • ১৯৯৬ – ৰাজ কুমাৰ, পাক-ভাৰতীয় অভিনেতা (জন্ম: ১৯২৬)।

দিৱসসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক