১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫  ২৬  ২৭
২৮ ২৯ ৩০ ৩১  

১ জুলাই (ইংৰাজী: 1 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮২তম (অধিবৰ্ষত ১৮৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৩টা দিন বাকী থাকে।

  • ১৮৬০ - চাৰ্লছ গুডইয়েৰ, মাৰ্কিন ৰসায়ন বিজ্ঞানী, ৰবৰৰ ভল্কেনাইজেছন্ প্ৰক্ৰিয়াৰ আৱিষ্কাৰক।
  • ১৮৬২ - ড॰ বিধান চন্দ্ৰ ৰয়: ভাৰতীয় চিকিৎসক তথা ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ১৯৬২ - পুৰুষোত্তম দাস টেণ্ডন: ভাৰতীয় স্বাধীনতা যুঁজাৰু, ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ২০০৪ - মাৰ্লন ব্ৰেণ্ড', হ'লিউডৰ অভিনেতা, দি গড্ ফাদাৰ কথাছবিৰ বাবে প্ৰখ্য়াত।

বাহ্যিক সংযোগ

সম্পাদনা কৰক