১ জুলাই
তাৰিখ
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
১ জুলাই (ইংৰাজী: 1 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮২তম (অধিবৰ্ষত ১৮৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৩টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৯০৮ - আন্তৰ্জাতিক বিপদ সংকেত এছ অ'এছ (SOS বা সংকেত · · · — — — · · · ) আৰম্ভ হয়। এছ অ'এছ (SOS) ৰ অৰ্থ হ'ল -চেভ্ আৱাৰ চিপ্ বা চেভ্ আৱাৰ চ'ল্।
- ১৯৫৫ - ইম্পেৰিয়েল বেঙ্ক অৱ ইণ্ডিয়াৰ নাম ষ্টেট বেঙ্ক অৱ ইণ্ডিয়া কৰা হৈছিল।
- ১৯৭৯ - চ'নিয়ে (Sony) ৱাক্-মেন (Walkman) উদ্ভাৱন কৰে।
- ১৯৮৩ - দৰং জিলা গঠন হয়।
- ১৯৮৩ - কৰিমগঞ্জ জিলা গঠন হয়।
জন্ম
সম্পাদনা কৰক- ১৬৪৬ - গটফ্ৰিড উইলহেল্ম লেইবনিজ, জাৰ্মান দাৰ্শনিক আৰু গণিতজ্ঞ।
- ১৮৮২ - ড॰ বিধান চন্দ্ৰ ৰয়: ভাৰতীয় চিকিৎসক তথা ৰাজনীতিক, পশ্চিম বংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী। (মৃত্যু: ১৯৬২)
- ১৯২৪ - জ্যোতিপ্ৰসাদ মেধি, অসমীয়া পৰিসংখ্যাবিদ।
- ১৯৩৮ - হৰিপ্ৰসাদ চৌৰসিয়া: ভাৰতীয় বাঁহীবাদক তথা সুৰকাৰ।
- ১৯৪৯ - মুপ্পাভাৰাপু ভেংকাইয়া নাইডু, ভাৰতৰ ১৩তম উপৰাষ্ট্ৰপতি।
- ১৯৫৪ - ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী: অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ।
- ১৯৬১ - ইংলেণ্ডৰ ৰাজকুমাৰী ডায়েনা। (মৃঃ ৩১-০৮-১৯৯৭)
- ১৯৬১ - গীতালী বৰুৱা, অসমীয়া কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী।
- ১৯৭২ - মিনু ঠাকুৰ, ভাৰতীয় কুচিপুড়ি নৃত্যশিল্পী।
- ১৯৭৬ - ৰুড ভেন নিষ্টেল্ৰুই, নেডাৰলেণ্ডৰ ফুটবলাৰ।
- ১৯৭৮ - জয়া ভট্টাচাৰ্য, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৮৬০ - চাৰ্লছ গুডইয়েৰ, মাৰ্কিন ৰসায়ন বিজ্ঞানী, ৰবৰৰ ভল্কেনাইজেছন্ প্ৰক্ৰিয়াৰ আৱিষ্কাৰক।
- ১৮৬২ - ড॰ বিধান চন্দ্ৰ ৰয়: ভাৰতীয় চিকিৎসক তথা ৰাজনীতিক। (জন্ম: ১৮৮২)
- ১৯৬২ - পুৰুষোত্তম দাস টেণ্ডন: ভাৰতীয় স্বাধীনতা যুঁজাৰু, ৰাজনীতিক। (জন্ম: ১৮৮২)
- ২০০৪ - মাৰ্লন ব্ৰেণ্ড', হ'লিউডৰ অভিনেতা, দি গড্ ফাদাৰ কথাছবিৰ বাবে প্ৰখ্য়াত।
দিৱস
সম্পাদনা কৰক- ৰাষ্ট্ৰীয় চিকিৎসক দিৱস - ভাৰত।
- শিশু দিৱস - পাকিস্তান।
- স্বাধীনতা দিৱস - বুৰুণ্ডী আৰু চ'মালিয়া।
- গণতন্ত্ৰ দিৱস - ঘানা।
- বন মহোৎসৱ - ভাৰত (১ জুলাইৰ পৰা ৭ জুলাইলৈ)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |