মূল মেনু খোলক
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২৭ জুলাই (ইংৰাজী27 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৮তম (অধিবৰ্ষত ২০৯তম) দিন। বছৰ শেষ হ'বলৈ ১৫৭ দিন বাকী থাকে।

মৃত্যুসম্পাদনা কৰক

  1. ২০০২ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্ৰপতি কৃষ্ণকান্তৰ তেখেতৰ কাৰ্যনিবাহ কালতে পৰলোকপ্ৰাপ্তি হয় ।
  2. পৰমাণু তত্বৰ প্ৰৱৰ্তক ইংৰাজ ৰসায়নবিদ জন ডেল্টৰ মৃত্যু হৈছিল ১৮৪৪ চনৰ আজিৰ দিনটোতে ৷
  3. ২০১৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিখ্যাত বিজ্ঞানী, মহান ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ দেহাৱসান হৈছিল।
  4. ১৯৯২ চনৰ আজিৰ দিনটোতে ভাৰতৰ অন্যতম প্ৰখ্যাত অভিনেতা আমজাদ খানৰ মৃত্যু হৈছিল।

অনান্যসম্পাদনা কৰক

  1. অসমৰ গোলাঘাটআৰু কাৰ্বি আংলং জিলাত অৱস্থিত ৩৭ বৰ্গ কিঃমিঃ জুৰি থকা সংৰক্ষিত এটা অঞ্চলক ২০০০ চনৰ আজিৰ তাৰিখতে নামবৰ অভয়াৰণ্য নামেৰে ঘোষণা কৰা হয়।
  2. ২০০৯ চনৰ আজিৰ দিনটোতে ছৈয়দ ছিবেট ৰাজিয়ে অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
  3. ২০০৫ চনৰ আজিৰ দিনটোতে মুম্বাইত একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাইৰ ভয়াবহ বানপানীত ৪৫০ জন লোকৰ মৃত্যু হয়। একে সময়তে মুম্বাই উপকূলৰ পৰা ১৬০ কিঃমিঃ আঁতৰত আৰব সাগৰত অৱস্থিত অ' এন জি চিৰ সামুদ্ৰিক তৈল ক্ষেত্ৰত বম্বে হাই প্লেটফৰ্মত আন এখন সহায়ক জাহাজে খুন্দা মৰাৰ ফলত প্লেটফৰ্মত জুই লাগে। এই অগ্নিকাণ্ডৰ ফলত ১২ ১২জন লোকৰ মৃত্যু হয় আৰু ৩২ হাজাৰ কোটি টকাৰ লোকচান হয়।
  4. ২০১২ চনৰ আজিৰ দিনটোতে অমৰনাথলৈ যাত্ৰা কৰোঁতে পুনৰ ১৬ জন লোকৰ মৃত্যু হয়।
  5. ২০১১ চনৰ আজিৰ দিনটোতে মৰক্কোত হোৱা এক ভয়াবহ বিমান দুৰ্ঘটনাত ৭৮জন লোকৰ মৃত্যু হয়।
  6. ২০১২ চনৰ আজিৰ দিনটোতে লণ্ডনঅলিম্পিকখেল আৰম্ভ হয়।
  7. আজি ৰামকৃষ্ণ পৰমহংসৰ স্মৃতি দিৱস ৷
  8. ড০ ফ্ৰেডেৰিক বেণ্টিং আৰু তেওঁৰ সহযোগী চাৰ্লচ বেষ্টৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ইনছুলিন হ’ৰ’মন পৃথকীকৰণ সম্ভৱ হৈছিল ১৯২১ বৰ্ষৰ আজিৰ দিনটোতে ৷

বাহ্যিক সংযোগসম্পাদনা কৰক