১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৭ জুলাই (ইংৰাজী: 17 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৮তম (অধিবৰ্ষত ১৯৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৭টা দিন বাকী থাকে।

  • ১৪৮৯ - নিজাম শ্বাহ দিল্লীৰ চুলতান হৈছিল। [1]
  • ১৯৭৫ - আমেৰিকাৰ মহাকাশযান এপল’ আৰু ৰাছিয়াৰ মহাকাশযান ছয়ুজ’ৰ সংযোগ স্থাপন হৈছিল।
  • ১৯৯৬ - ‘‘শ্বু-মেকাৰ লেভী’ নামৰ ধুমকেতুটোৰ সৈতে বৃহস্পতি গ্ৰহৰ সংঘৰ্ষ ঘটিছিল।
  • ১৯৯৭ - মাদ্ৰাজৰ নাম চেন্নাই কৰা হৈছিল।[2]
  • ২০০৬ - ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ সমীপত সংঘটিত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হোৱা ছুনামিত পাঁচ শতাধিক লোকৰ মৃত্যু আৰু কেইবা শতাধিক লোক সন্ধানহীন হয়।
  • ২০১০ - বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ ৰেংকিংত ভাৰতৰ ছাইনা নেহৱালৰ স্থান দ্বিতীয়লৈ উন্নীত হয়। মহিলাৰ ছিংগলছ শাখাত দ্বিতীয় স্থান লাভ কৰা ছাইনা নেহৱাল ভাৰতৰ প্ৰথম বেডমিণ্টন খেলুৱৈ।
  • ২০১৫ - কবীৰ খানৰ দ্বাৰা পৰিচালিত আৰু ছলমান খান আৰু ৰকলাইন ভেংকতেশৰ দ্বাৰা নিৰ্মিত ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ বজৰংগী ভাইজান মুক্তি দিয়া হয়।
  • ১৮৮৯ - আৰ্ল ষ্টেনলী গাৰ্ডেনাৰ, আমেৰিকাৰ ৰহস্য ঔপন্যাসিক। [3]
  • ১৯২০ - গৰ্ডন গ'ল্ড, পদাৰ্থ বিজ্ঞানী, লেজাৰৰ উদ্ভাৱক। [4]
  • ১৯৩০ - শচীন ভৌমিক, হিন্দী বোলছবি জগতৰ এজন বিখ্যাত গল্প লেখক আৰু চিত্ৰনাট্যকাৰ। (মৃত্যু: ১২ এপ্ৰিল,২০১১) [5]
  • ১৯৪৭ - কেমিলা পাৰ্কাৰ ব'লছ, ইংলেণ্ডৰ ৰাজকুমাৰ চাৰ্লছৰ দ্বিতীয় পত্নী।
  • ১৯৮৬ - গুঞ্জন ভৰদ্বাজ, ভাৰতীয় অভিনেতা।
  • ১৯৬৯ - ৰবি কিষান, ভোজপুৰী অভিনেতা, হেল্ল' ইন্সপেক্টৰ ধাৰাবাহিকৰ বাবে বিখ্যাত। [6]
  • ১৯২৭ - আন্না ৰাজম মলহোত্ৰা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
  • ১৯৬৪- ভবেশ দাস, অসমীয়া সাংবাদিক আৰু সাহিত্যিক


  • ১৭৯০ - এডাম স্মিথ (ইংৰাজী: Adam Smith) এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁক "অৰ্থনীতিৰ জনক" বা "পুঁজিবাদৰ জনক" বুলিও জনা যায়।
  • ১৮৪৫ - চাৰ্লছ গ্ৰে', দ্বিতীয় আৰ্ল গ্ৰে', যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী।
  • ১৯১৮ - নিকোলাছ দ্বিতীয়, ৰাছিয়াৰ অন্তিম জাৰ।
  • ১৯৯২ − কানন দেৱী, সৰ্বভাৰতীয় বঙালী অভিনেত্ৰী তথা গায়িকা।
  • ২০০৫ - এডৱাৰ্ড হিথ্ , বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ২০১৪ - প্ৰমোদ বৰুৱা, অসমীয়া চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা।
  • আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস।
  • শ্লোভাকিয়াৰ স্বাধীনতা দিৱস।

বাহ্যিক সংযোগ

সম্পাদনা কৰক


  1. https://www.mapsofindia.com/on-this-day/july-17-1996-madras-came-to-be-known-as-chennai
  2. https://www.mapsofindia.com/on-this-day/july-17-1996-madras-came-to-be-known-as-chennai
  3. https://en.wikipedia.org/wiki/Erle_Stanley_Gardner
  4. https://en.wikipedia.org/wiki/Gordon_Gould
  5. https://en.wikipedia.org/wiki/Sachin_Bhowmick
  6. https://en.wikipedia.org/wiki/Ravi_Kishan