৪ জুলাই
তাৰিখ
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
৪ জুলাই (ইংৰাজী: 4 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৫তম (অধিবৰ্ষত ১৮৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮০টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৭৭৬ - ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ।
- ১৭৭৬ - জৰ্জ ৱাশ্বিংটনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতিৰ পিতা বুলি স্বীকৃতি।
- ১৮৮৬ - ফ্ৰান্সে আমেৰিকা যুক্তৰাষ্ট্ৰক ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিয়ে।
- ১৯০৪ - পানামা খালৰ খনন কাৰ্য আৰম্ভ হৈছিল।
- ১৯৪৪ - সুভাষচন্দ্ৰ বসুৱে ব্ৰক্ষ্মদেশত স্মৰণীয় আহ্বান জনাইছিল- 'আপোনালোকে মোক তেজ দিয়ক, মই আপোনালোকক স্বাধীনতা দিম।'
জন্ম
সম্পাদনা কৰক- ১৮০৭ - জুইসেপ্পে গাৰিবালদি, আধুনিক ইটালিৰ নিৰ্মাণ কৰোঁতা আৰু এজন মহান বিপ্লৱী। (মৃঃ ০২-০৬-১৮৮২)
- ১৮৭২ - কেলভিন কুলিজ্, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩০তম ৰাষ্ট্ৰপতি।
- ১৯২৬ - আল্ফ্ৰেড' ডি ষ্টিফান', আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক।
মৃত্যু
সম্পাদনা কৰক- ১৯০২ – বিবেকানন্দ, ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক।
- ১৯৩৪ - মেৰী কুৰী, নোবেল পুৰস্কাৰ বিজয়ী পদাৰ্থবিজ্ঞানী আৰু ৰসায়ন বিজ্ঞানী। (জঃ ০৭/১১/১৮৬৭)
- ১৯৬০ - ৰঞ্জিত বৰপূজাৰী, অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ।
- ১৯৬৩ – পিঙ্গলি ভেংকয়া, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, এখেতে ভাৰতীয় জাতীয় পতাকাৰ আৰ্হি ৰচক। (জন্ম: ১৮৭৬)
- ২০১২ – হীৰেন ভট্টাচাৰ্য, ভাৰতীয় কবি। (জন্ম: ১৯৩২)
- ২০২১ - গল্পকাৰ বিপুল খাটনিয়াৰ ।
দিৱস
সম্পাদনা কৰক- আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিৱস।
- ফিলিপাইনছৰ গণতন্ত্ৰ দিৱস।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৪ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |