১৬ মাৰ্চ
তাৰিখ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
১৬ মাৰ্চ (ইংৰাজী: 16 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৫তম (অধিবৰ্ষত ৭৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯০টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰক- ১৭৮৯ - গিয়ৰ্গ ছিমন ওম, জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ।
- ১৯০১ - চন্দ্ৰপ্ৰভা শইকীয়ানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী।
- ১৯৩৫ - ৱাজিদা তাবাচ্চুম, ভাৰতীয় লেখিকা, কবি আৰু গীতিকাৰ।
- ১৯৪৩ - দিলীপ কুমাৰ বৰুৱা, অসমীয়া শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ।
- ১৯৫৮ - মণি কুমাৰ চুব্বা, ভাৰতীয় ৰাজনীতিবিদ।
মৃত্যু
সম্পাদনা কৰক- ১৯৬৮ - ডেভিদ মেকমিলান, স্কটিছ ৰসায়নবিদ।
- ১৯৭২ - চন্দ্ৰপ্ৰভা শইকীয়ানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী।
- ১৯৮৬ - ললিত কুমাৰ দলে, ভাৰতীয় ৰাজনীতিক।
- ২০২১ - মওদুদ আহমেদ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
দিৱস
সম্পাদনা কৰক- ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস (ভাৰত)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৬ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |