২৩ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২৩ |
২৩ জুন (ইংৰাজী: 23 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৪তম (অধিবৰ্ষত ১৭৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯১টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৭৫৭ - পলাশীৰ যুদ্ধত ব্ৰিটিছ সেনা আৰু চিৰাজ উদ দৌল্লাৰ মাজত যুদ্ধ আৰম্ভ হয়।
- ১৯৬০ - জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সুৰক্ষা সন্দৰ্ভত বুজা বুজি হয়।
- ১৯৬৯ - ৱাইন ই বাৰ্গৰ চুপ্ৰীম কৰ্টৰ মুখ্য ন্যায়াধীশ হয়।
- ১৯৯১ - আফ্ৰিকাৰ দেশ মালদোৱাৰ স্বাধীনতা ঘোষণা কৰে।
- ১৯৯৬ - শেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ শপত লয়।
- ২০০৩ - উইলম্বন টেনিছ প্ৰতিযোগিতা আৰম্ভ হয়।
- ২০০৮ - প্ৰখ্যাত বঙালী অভিনেত্ৰী সৌমিত্ৰ চেটাৰ্জীক দাদাচাহেব ফাল্কে বঁটা দিয়াৰ কাৰণে নিৰ্বাচক সমিতিয়ে আহ্বান কৰে।
- ২০১৭ - মোহম্মদ বিন নায়কৰ পিছত মোহম্মদ বিন ছলমান চৌদি আৰৱৰ নতুন উত্তৰাধিকাৰী নিযুক্ত হয়।
জনসম্পাদনা কৰক
- ১৯০৭ - ব্ৰিটিছ অৰ্থনীতিবিদ জেম্ছ মিডেৰ জন্ম হৈছিল।
- ১৯১২ - ইংৰাজ কম্পিউটাৰ বিজ্ঞানী এলান ট্যুৰিঙৰ জন্ম হয়।
- ১৯২৯ - আমেৰিকাৰ গায়িকা জুন কাৰ্টৰ জন্ম হৈছিল।
- ১৯৩৪ - গান্ধীবাদী বিছাৰক আৰু সামাজিক কৰ্মকৰ্তা চণ্ডী প্ৰসাদ ভট্টৰ জন্ম হৈছিল।
- ১৯৩৬ - ভাৰতীয় ফুটবল খেলুৱৈ প্ৰদীপ কুমাৰ বেনাৰ্জীৰ জন্ম হৈছিল।
- ১৯৫২ - অভিনেতা আৰু ৰাজনেতা ৰাজ বব্বৰৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- ১৭৬১ - মহান মাৰাঠা পেছৱা বালাজী বাজীৰাওৰ মৃত্যু হয়।
- ১৮৩৪ - বৃটেইনৰ দাৰ্শনিক আৰু সাহিত্যিক চেমুৱেল টেইলৰ কেলৰিজৰ মৃত্যু হয়।
- ১৯১৪ - ৰাজনেতা তথা সমাজ সুধাৰক গংগাপ্ৰসাদ বাৰ্মাৰ মৃত্যু হয়।
- ১৯৫৩ - ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু।
- ১৯৭১ - ভাৰতৰ প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী শ্ৰী প্ৰকাশৰ মৃত্যু হয়।
- ১৯৮০ - ভাৰতীয় নেতা তথা ইন্দিৰা গান্ধীৰ সৰু পুত্ৰ সঞ্জয় গান্ধীৰ মৃত্যু হয়।
- ১৯৯৫ - পলিঅ' বেমাৰৰ প্ৰতিষেধক আৱিষ্কাৰ কৰা জীৱ বিজ্ঞানী জোনাছ চক্ৰ মৃত্যু হৈছিল।
- ২০০৩ - প্ৰখ্যাত আইনজ্ঞ, ৰাজনীতিবিদ আৰু সাহিত্যিক গৌৰীশংকৰ ভট্টাচাৰ্য।
দিৱসসম্পাদনা কৰক
- আন্তৰ্জাতিক বিধৱা দিৱস।
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৩ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |