অসম ক্ৰিকেট দল অসম ৰাজ্যৰ ক্ৰিকেট দল। অসম ক্ৰিকেট সন্থাই দলটো পৰিচালনা কৰে। অসম ক্ৰিকেট দলটোৱে ২০০৯-১০ ৰ ৰঞ্জি ট্ৰফীত প্লেট গ্ৰুপৰ শীৰ্ষ স্থান দখল কৰি ছুপাৰ লীগলৈ অগ্ৰসৰ হৈছিল। তাৰ পিছৰ ছিজন সমূ্হত অসমৰ প্ৰদৰ্শন নিৰাশাজনক আছিল আৰু পুনৰ প্লেট গ্ৰুপলৈ অৱনমিত হৈছিল। ২০১২-১৩ ৰ বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত দলটোৱে অতি সুন্দৰ প্ৰদৰ্শন কৰি ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছিল।[1] ২০১৪-১৫ ৰ ৰঞ্জি ট্ৰফিত অসমে পুনৰ আকৰ্ষণীয় দলীয় প্ৰদৰ্শনেৰে গ্ৰুপ লৈ অগ্ৰসৰ হয়।[2] ২০১৫-১৬ ৰ ৰঞ্জি ট্ৰফিত দলটোৱে উজ্জীৱিত প্ৰদৰ্শনেৰে পোন প্ৰথম বাৰৰ বাবে ছেমি ফাইনেললৈ উন্নীত হৈছিল। [3]

অসম ক্ৰিকেট দল
অধিনায়ক: ভাৰত অমিত সিনহা
প্ৰশিক্ষক: অজয় ৰাট্ৰা
স্বত্বাধিকাৰী: অসম ক্ৰিকেট সন্থা
প্ৰতিষ্ঠা: ১৯৬০
ঘৰুৱা খেলপথাৰ: অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম
সামৰ্থ্য: ৪০,০০০
ৰঞ্জি ট্ৰফী বিজয়:
বিজয় হাজাৰে ট্ৰফী বিজয়:
চৈয়দ মুস্তাক আলী ট্ৰফী বিজয়:

ঘৰুৱা খেলপথাৰ সম্পাদনা কৰক

বিখ্যাত খেলুৱৈ সম্পাদনা কৰক

  • অনুপ ঘটক
  • হেমাংগ বৰুৱা
  • ৰাজেশ বৰা
  • গৌতম দত্ত
  • পৰাগ দাস
  • শুভ্ৰজিৎ শইকীয়া
  • জাভেদ জামান
  • চৈয়দ জাকাৰিয়া জুফ্ৰী
  • মুন্না কাকতি
  • অৰ্লেন কোঁৱৰ
  • জাহিৰ আলম

বৰ্তমান দলটো সম্পাদনা কৰক

নং নাম জন্ম তাৰিখ বেটিং শৈলী বলিং শৈলী টোকা
বেট্‌ছমেন
ঋষভ দাস ১৬ ডিচেম্বৰ, ১৯৮৯ (৩৪ বছৰ) সোঁহতীয়া সোঁহতীয়া অফ ব্ৰে'ক
পল্লৱ কুমাৰ দাস ১৭ জানুৱাৰী, ১৯৯০ (৩৪ বছৰ) বাওঁহতীয়া সোঁহতীয়া মেডিয়াম
পাৰভেজ আজিজ ৮ ডিচেম্বৰ, ১৯৮৭ (৩৬ বছৰ) বাওঁহতীয়া বাওঁহতীয়া শ্ল'
অমিত সিনহা ২৬ নৱেম্বৰ, ১৯৮৮ (৩৫ বছৰ) সোঁহতীয়া লেগ ব্ৰে'ক অধিনায়ক
গকুল শৰ্মা ১৫ ফেব্ৰুৱাৰী, ১৯৮৬ (৩৮ বছৰ) সোঁহতীয়া সোঁহতীয়া অফ ব্ৰে'ক
শিৱশংকৰ ৰয় ১০ অক্টোবৰ, ১৯৯০ (৩৩ বছৰ) বাওঁহতীয়া সোঁহতীয়া অফ ব্ৰে'ক
ৰিয়ান পৰাগ ১০ নৱেম্বৰ, ২০০১ (২২ বছৰ) সোঁহতীয়া সোঁহতীয়া অফ ব্ৰে'ক
ৰ'মাৰিঅ' শৰ্মা ১৯ ডিচেম্বৰ, ১৯৯৪ (২৯ বছৰ) বাওঁহতীয়া সোঁহতীয়া অফ ব্ৰে'ক
অল-ৰাউণ্ডাৰ
স্বৰূপম পুৰকায়স্থ ১৫ ছেপ্টেম্বৰ, ১৯৮৯ (৩৪ বছৰ) সোঁহতীয়া সোঁহতীয়া অফ ব্ৰে'ক
উইকেটৰক্ষক
ৱাছিকুৰ ৰহমান ২৯ ডিচেম্বৰ, ১৯৯৪ (২৯ বছৰ) সোঁহতীয়া
কুণাল শইকীয়া ১৯ জুন, ১৯৮৮ (৩৫ বছৰ) সোঁহতীয়া
পেচ বলাৰ
আবু নেচিম ৫ নৱেম্বৰ, ১৯৮৮ (৩৫ বছৰ) সোঁহতীয়া সোঁহতীয়া ফাষ্ট-মেডিয়াম
ৰঞ্জিত মালী ৫ নৱেম্বৰ, ১৯৮৮ (৩৫ বছৰ) সোঁহতীয়া সোঁহতীয়া ফাষ্ট-মেডিয়াম
অৰূপ দাস ২৭ জুলাই, ১৯৯১ (৩২ বছৰ) সোঁহতীয়া সোঁহতীয়া ফাষ্ট-মেডিয়াম
কৃষ্ণ দাস ১২ অক্টোবৰ, ১৯৯০ (৩৩ বছৰ) সোঁহতীয়া সোঁহতীয়া ফাষ্ট-মেডিয়াম
প্ৰীতম দাস ১৬ অক্টোবৰ, ১৯৮৮ (৩৫ বছৰ) সোঁহতীয়া সোঁহতীয়া ফাষ্ট-মেডিয়াম
মৃণ্ময় দত্ত ২৪ নৱেম্বৰ, ১৯৯৮ (২৫ বছৰ) বাওঁহতীয়া বাওঁহতীয়া ফাষ্ট-মেডিয়াম
মুখতাৰ হুছেইন ১১ জানুৱাৰী, ১৯৯৯ (২৫ বছৰ) সোঁহতীয়া সোঁহতীয়া ফাষ্ট-মেডিয়াম
স্পিন বলাৰ
ৰাহুল সিং ১৩ ছেপ্টেম্বৰ, ১৯৯৭ (২৬ বছৰ) সোঁহতীয়া বাওঁহতীয়া শ্ল'
জিতুমণি কলিতা ১০ অক্টোবৰ, ২০০০ (২৩ বছৰ) সোঁহতীয়া লেগ ব্ৰে'ক

বৰ্তমানৰ কাৰিকৰী ষ্টাফ সম্পাদনা কৰক

  • মুখ্য প্ৰশিক্ষক: অজয় ৰাট্ৰা
  • প্ৰশিক্ষক: ষ্টুৱাৰ্ট বিন্নী
  • প্ৰশিক্ষক: সলিল সিনহা
  • ট্ৰেইনাৰ: ভাস্কৰ বৰা
  • ফিজিঅ': কৌস্তভ ভৰদ্বাজ
  • ভিডিঅ' এনালিষ্ট: ৰাজেশ শৰ্মা

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক