১৬ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
১৬ অক্টোবৰ (ইংৰাজী: 16 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৯তম (অধিবৰ্ষত ২৯০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৬টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
সম্পাদনা কৰক- ১৯০৫ - লৰ্ড কাৰ্জনৰ প্ৰথম বংগ বিভাজন আইন কাৰ্যকৰী হয়।
- ১৯৪৫ - বিশ্ব খাদ্য সংস্থা প্ৰতিষ্ঠা কৰা হয়।
- ১৯৬৮ - হৰগোবিন্দ খোৰানালৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হয়।
- ১৯৬৯ - ভাৰতৰ নাৰী শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদ উদ্বোধন কৰা হয়।
- ১৯৯০ - আফ্ৰিকাৰ মুক্তি আন্দোলনৰ নেতা নেলছন মেণ্ডেলালৈ ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয়।
জন্ম
সম্পাদনা কৰক- ১৭৫৮ - নোৱা ৱেবষ্টাৰ, ইংৰাজী ভাষাত প্ৰথম অভিধান ৰচয়িতা।
- ১৮৮৮ - ইউজিন অ' নীল, আমেৰিকান নাট্যকাৰ।
- ১৯০৪ - সুভদ্ৰা কুমাৰী চৌহান, ভাৰতীয় কবি।
- ১৯২৯ - তফজ্জুল আলি, অসমৰ প্ৰসিদ্ধ গীতিকাৰ।
- ১৯৪৮ - হেমা মালিনী, ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ।
- ১৯৫০ - দণ্ডমুদি সুমথি ৰাম মোহন ৰাও, ভাৰতীয় আনদ্ধ বাদ্যযন্ত্ৰ বাদক।
- ১৯৫১ - লিয়াকৎ আলী খান, পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী। ৰাৱলপিণ্ডিত এক বক্তৃতা প্ৰদান কালত আততায়ীৰ গুলীত নিহত হৈছিল।
- ১৯৫৫ - খগেশ সেন ডেকা, অসমীয়া গৱেষক, ব্যাকৰণবিদ আৰু ভাষাবিদ।
- ১৯৭৬ - কুইন হাজৰিকা, ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
- ১৯৯৭ - নাওমি অ'ছাকা, জাপানী পেছাদাৰী টেনিছ খেলুৱৈ৷
মৃত্যু
সম্পাদনা কৰক- ১৯৮৩ - হৰিশ-চন্দ্ৰ, ভাৰতীয়-আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী।
দিৱস
সম্পাদনা কৰক- বিশ্ব খাদ্য দিৱস।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৬ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |