১৫ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
১৫ ছেপ্টেম্বৰ (ইংৰাজী: 15 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৮তম (অধিবৰ্ষত ২৫৯তম) দিন। বছৰ শেষ হ'বলৈ ১০৭ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাসম্পাদনা কৰক
- ১৮৩০ - আনুষ্ঠানিক ভাৱে ৰে'ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা, জৰ্জ ষ্টিফেনচনে নিৰ্মাণ কৰা ৰকেট নামৰ ইঞ্জিনটোৱে টনা ভাপচালিত ৰে'লগাড়ীৰ চলাচল আৰম্ভ আৰু পথ পৰিবহণৰ ইতিহাসত এটা নতুন যুগৰ সূচনা।
- ১৯১৬ - প্ৰথম বিশ্বযুদ্ধৰ 'ফ্লেৰ্চ-কৰ্চেলেটৰ যুদ্ধত' যুদ্ধত প্ৰথম বাৰৰ বাবে ব্ৰিটিছ সেনাৰ দ্বাৰা টেংকৰ ব্যৱহাৰ।
- ১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ দিল্লীত পোন প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ।
- ১৯৮৯ - চনৰ আজিৰ দিনটোতে ব্ৰৰছন মেটকাফ নামৰ ধূমকেতু এটাৰ সূৰ্যৰ পৰা ৮৬০ লাখ কিঃমিঃ দূৰত অৱস্থান।
- ২০০১ - আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ৰূপে অভিযুক্ত ওছামা বিন লাডেন, তালিবান শাসিত আফগানিস্তানত আমেৰিকাই যুদ্ধ ঘোষণা।
- ২০০৮ - ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট ফেকিং নিউজ আৰম্ভ।
জন্মসম্পাদনা কৰক
- ১৮৬০ - মোক্ষগুণ্ডম বিশ্বেশ্বৰায়, আধুনিক কৰ্ণাটকৰ অন্যতম প্ৰতিষ্ঠাতা
- ১৮৭৬ - শৰৎচন্দ্ৰ চট্টোপাধ্যায়, বাংলা সাহিত্যিক
- ১৮৯০ - আগাথা ক্ৰিষ্টি, ৰহস্য সাহিত্যৰ কিংবদন্তি ইংৰাজ লেখিকা
- ১৮৯৪ - ব্ৰজনাথ শৰ্মা, অসমৰ অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমাণ নাটকৰ জনক
- ১৯৮৯ - স্বৰূপম পুৰকায়স্থ, অসমৰ ক্ৰিকেটাৰ
মৃত্যুসম্পাদনা কৰক
- ১৯০১ - হেৰী কেলডাৰ, দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ
- ২০১৪ - নিকোলাছ ৰ'মানভ, ৰাছিয়াৰ ৰাজকুমাৰ
দিৱসসম্পাদনা কৰক
- অভিযন্তা দিৱস - ভাৰত
- সঞ্চয়িকা দিৱস
- গণতন্ত্ৰ দিৱস - ৰাছিয়া
- আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস - আন্তঃৰাষ্ট্ৰীয়
- বিশ্ব লিম্ফ'মা সজাগতা দিৱস - আন্তঃৰাষ্ট্ৰীয়