১০ ১১ ১২ ১৩ ১৪
১৫ ১৬  ১৭  ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

১৩ ছেপ্টেম্বৰ (ইংৰাজী: 13 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৬তম (অধিবৰ্ষত ২৫৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৯টা দিন বাকী থাকে।

  • ৮১ - টাইটাছ, ৰোমান সম্ৰাট।
  • ১৯২৯ - যতীন্দ্ৰ নাথ দাস, স্বাধীনতা সংগ্ৰামী, লাহোৰৰ জেলত ( ব্ৰিটিছ ভাৰত) ৬৩ দিন অনশন কৰি ছহীদ হয়।
  • ১৯৪৯ - আগষ্ট ক্ৰগ, ডেনমাৰ্কৰ জীৱ বিজ্ঞানী।
  • ১৯৭১ - লিন পিয়াও, চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশিষ্ট নেতা আছিল। বিমান দুৰ্ঘটনাত মৃত্যু হয়।
  • ১৯৯৫ - মহেশ্বৰ নেওগ, অসমীয়া সাহিত্য জগতৰ প্ৰসিদ্ধ সাহিত্যিক।
  • অভিযন্তা দিৱস (মৰিছাছ)।
  • সন্ত্ৰাসবাদ বিৰোধী দিৱস।
  • আন্তঃৰাষ্ট্ৰীয় চকলেট দিৱস।

বাহ্যিক সংযোগ

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক