১৩ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
১৩ ছেপ্টেম্বৰ (ইংৰাজী: 13 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৬তম (অধিবৰ্ষত ২৫৭তম) দিন। বছৰ শেষ হ'বলৈ ১০৯ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাসম্পাদনা কৰক
- অসমীয়া সাহিত্য জগতৰ প্ৰসিদ্ধ সাহিত্যিক মহেশ্বৰ নেওগৰ মত্যু হয় ১৯৯৫ চনৰ আজিৰ দিনটোতে।
- আজিৰ দিনটোতে ১৯৯৬ চনত লোকসভাত লোকপাল বিধেয়ক গৃহীত হয়।
- ‘শ্বিলং সমবায় সমিতি’ অসমৰ সমবায় সমিতি প্ৰতিষ্ঠা হয় ১৯০৪ চনৰ আজিৰ দিনটোতে।
- ১৯১৬ চনৰ আজিৰ দিনটোতে এনী বেছাণ্টৰ ভাৰতৰ হোমৰুল লীগ প্ৰতিষ্ঠিত হয়।
- ১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাৰ দ্বাৰা নিজামৰ ৰাজ্য হায়দৰাবাদ দখল কৰে।
- চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশিষ্ট নেতা লিন পিয়াত্তৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় ১৯৭১ চনৰ আজিৰ দিনটোতে।
- অক্সিজেনৰ আৱিষ্কাৰক যোছেফ প্ৰিষ্টলিৰ জন্ম হৈছিল ১৮৯৮ চনৰ আজিৰ দিনটোতে।
- আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস।
- আজি আন্তঃৰাষ্ট্ৰীয় চকলেট দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৩ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |