২৪ নৱেম্বৰ
তাৰিখ
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৪ |
২৪ নৱেম্বৰ (ইংৰাজী: 24 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২৮তম (অধিবৰ্ষত ৩২৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৫৯ - বিজ্ঞান সাহিত্যৰ বিখ্যাত গ্ৰন্থ চাৰ্লছ ডাৰউইনৰ প্ৰজাতিৰ উৎপত্তি(On the origin of Species) প্ৰকাশ পায়।
জন্ম
সম্পাদনা কৰক- ১৬২২ - লাচিত বৰফুকন, আহোম সেনাপতি।
- ১৮৬৭ - ৰজনীকান্ত বৰদলৈ, ‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। অসমীয়া উপন্যাসৰ পিতৃ-পুৰুষ।
- ১৮৭১ - পদ্মনাথ গোহাঞি বৰুৱা, অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি।
- ১৮৮৮ - ডেল কাৰ্নেগী, আমেৰিকান লেখক আৰু প্ৰবক্তা।
- ১৯৬১ - অৰুন্ধতী ৰয় প্ৰসিদ্ধ লেখিকা। তেওঁৰ সম্পূৰ্ণ নাম সুজন্না অৰুন্ধতী ৰয়। অৰুন্ধতী ৰয় তেওঁৰ উপন্যাস "দ্য গড অব্ স্মল থিংছ (১৯৯৭)"ৰ বাবে সৰ্বাধিক পৰিচিত, যি ১৯৯৭ চনত বুকাৰ বঁটা লাভ কৰিছিল আৰু এগৰাকী অনা-প্ৰবাসী ভাৰতীয় লেখকৰ দ্বাৰা সৰ্বাধিক বিক্ৰী হোৱা কিতাপ হিচাপে পৰিগণিত হৈছিল। তেওঁ এগৰাকী মানৱ অধিকাৰ আৰু পৰিবেশ কৰ্মী হোৱাৰ লগতে এগৰাকী ৰাজনৈতিক কৰ্মীও।
- ১৯৭৬ - অংগৰাগ মহন্ত, অসমীয়া কণ্ঠশিল্পী।
- ১৯৮৪ - নীনা গুপ্তা, ভাৰতীয় গণিতজ্ঞ।
- ১৯৯০ - প্ৰিঞ্চ নাৰুলা, ভাৰতীয় মডেল আৰু অভিনেতা।
- ২০০১ - অচিন্ত্য শিউলি, ভাৰতীয় ভাৰোত্তোলনকাৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯৭৫ - গুৰু টেগ বাহাদুৰ, নৱম শিখ ধৰ্মগুৰু।
- ২০০৩ - টুন টুন বা উমা দেৱী খাত্ৰি, ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী।
- ২০০৫ - যমুনা বৰুৱা, ভাৰতীয় অভিনেত্ৰী।
- ২০২০ - গীতা হাতীকাকতি, অসমীয়া গীতিকাৰ, কবি আৰু সাহিত্যিক।
দিৱস
সম্পাদনা কৰক- লাচিত দিৱস (অসম)।
- বিৱৰ্তন দিৱস, (আন্তৰ্জাতিক)।
- শিক্ষক দিৱস (তুৰস্ক)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৪ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |