১৯ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২৩ |
১৯ জুন (ইংৰাজী: 19 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭০তম (অধিবৰ্ষত ১৭১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৫টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলীসম্পাদনা কৰক
- ১৯৪৫ - চীনৰ কমিনিউষ্ট মাও জে দঙ-এ চেণ্ট্ৰেল কমিটিৰ প্ৰথম সভাপতি নিৰ্বাচিত হৈছিল।
- ১৯৫৩ - আমেৰিকান দম্পতী এথেল ৰোজেনবাৰ্গ আৰু জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড দিয়া হয়। ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত তেওঁলোকক এই শাস্তি বিহা হৈছিল। উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰা এওঁলোকেই প্ৰথম আমেৰিকান নাগৰিক।
- ১৯৮১ - বৰ্ষত ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ এপল’ ফ্ৰান্সৰ গুৱেনাৰ কুৰুৰ পৰা সফলতাৰে উপেক্ষণ কৰা হৈছিল আজিৰ দিনটোতে।
- ২০০৪ - পূব-কামৰূপ বনবিভাগৰ অন্তৰ্গত আমচোং বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।
জন্মসম্পাদনা কৰক
- ১৬২৩- ব্লেইজ পাস্কেল, প্ৰসিদ্ধ ফৰাচী গণিতজ্ঞ।
- ১৯৪৭ - ছলমান ৰুশ্বদী, ভাৰতীয় বংশোদ্ভৱ ইংৰাজ লেখক। জন্ম স্থান: মুম্বাই।
মৃত্যুসম্পাদনা কৰক
- ১৯৮১ - সুভাষ মুখোপাধ্যায় (মুখাৰ্জী), ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় (মাত্ৰ ৬৭ দিনৰ পিছত) টেষ্ট-টিউব শিশু দুৰ্গাৰ কানুপ্ৰিয়া আগৰৱালা সৃষ্টিকৰ্তা হিচাপে স্বীকৃত ভাৰতীয় চিকিৎসক বিজ্ঞানী। (জন্ম: ১৯৩১)
দিৱসসম্পাদনা কৰক
অনান্যসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৯ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |