অসমৰ মহকুমাসমূহৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

প্ৰশাসনৰ ফালৰ পৰা জিলা পৰ্যায়ৰ ঠিক পিছৰ পৰ্যায়টোক মহকুমা বুলি কোৱা হয়। ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা বিভিন্ন প্ৰশাসনিক সংস্কাৰৰ ফলত অসমৰ প্ৰশাসনিক গোট ক্ৰমে বৃদ্ধি হৈ আহিছে। প্ৰথমে অসমত মুঠ ৫৪টা মহকুমা আছিল। পিছত অসম চৰকাৰে ২০১৬ চনৰ ২৬ জানুৱাৰী তাৰিখে আৰু ২৫টা নতুন মহকুমা আৰু ৫খন নতুন জিলা গঠন কৰে।[1][2][3][4] বৰ্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা হল ৭৮ টা। মহকুমা সমূহক ৰাজহ সংগ্ৰহৰ অৰ্থে তহছিল আৰু মণ্ডলত ভাগ কৰা হয়। অসমৰ মুঠ তহছিলৰ সংখ্যা হল ১৫৫ টা।

অসমৰ মহকুমা সমূহৰ তালিকা সম্পাদনা কৰক

জিলা জিলাৰ সদৰ মহকুমা
বাক্সা জিলা মুছলপুৰ মুছলপুৰ, শালবাৰী
বজালী জিলা পাঠশালা বজালী
বৰপেটা জিলা বৰপেটা বৰপেটা, কলগাছিয়া, সৰুক্ষেত্ৰী, সৰভোগ
বিশ্বনাথ জিলা বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলি, গহপুৰ
বঙাইগাঁও জিলা বঙাইগাঁও বঙাইগাঁও, মাণিকপুৰ, উত্তৰ শালমাৰা
কাছাৰ জিলা শিলচৰ 1 শিলচৰ, কাটিগড়া, লক্ষ্মীপুৰ, সোণাই
চৰাইদেউ জিলা সোণাৰি চৰাইদেউ
চিৰাং জিলা কাজলগাঁও কাজলগাঁও
দৰং জিলা মঙলদৈ মঙলদৈ
ধেমাজি জিলা ধেমাজি ধেমাজি, জোনাই
ধুবুৰী জিলা ধুবুৰী 2 ধুবুৰী, বিলাসীপাৰা
ডিব্ৰুগড় জিলা ডিব্ৰুগড় 3 ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া
ডিমা হাছাও জিলা হাফলং হাফলং, দিয়ুংব্ৰ, মাইবং
গোৱালপাৰা জিলা গোৱালপাৰা 4 গোৱালপাৰা, লক্ষ্মীপুৰ
গোলাঘাট জিলা গোলাঘাট 5 গোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী
হাইলাকান্দি জিলা হাইলাকান্দি হাইলাকান্দি, কাঠলিচেৰা
হোজাই জিলা হোজাই হোজাই
যোৰহাট জিলা যোৰহাট 6 যোৰহাট, তিতাবৰ
কামৰূপ জিলা অমিনগাঁও কামৰূপ, আজাৰা, দক্ষিণ কামৰূপ, ৰঙিয়া
কামৰূপ মহানগৰ জিলা গুৱাহাটী 7A 7B 7C গুৱাহাটী, চন্দ্ৰপুৰ, দিছপুৰ, সোণাপুৰ
পূব কাৰ্বি আংলং জিলা ডিফু ডিফু, বোকাজান, হাওড়াঘাট
পশ্চিম কাৰ্বি আংলং জিলা হামৰেণ হামৰেণ
কৰিমগঞ্জ জিলা কৰিমগঞ্জ কৰিমগঞ্জ, ৰামকৃষ্ণ নগৰ
কোকৰাঝাৰ জিলা কোকৰাঝাৰ কোকৰাঝাৰ, গোঁসাইগাঁও, পৰ্বতযোৰা
লখিমপুৰ জিলা উত্তৰ লখিমপুৰ উত্তৰ লখিমপুৰ, বিহপুৰীয়া নাৰায়ণপুৰ, ঢকুৱাখনা
মাজুলী জিলা গড়মূৰ মাজুলী
মৰিগাঁও জিলা মৰিগাঁও 'মৰিগাঁও
নগাঁও জিলা নগাঁও 8 নগাঁও, কলিয়াবৰ
নলবাৰী জিলা নলবাৰী নলবাৰী, মুকালমুৱা, টিহু
শিৱসাগৰ জিলা শিৱসাগৰ শিৱসাগৰ, নাজিৰা
শোণিতপুৰ জিলা তেজপুৰ 9 শোণিতপুৰ, ঢেকীয়াজুলি
দক্ষিণ শালমাৰা-মানকাচৰ জিলা হাটশিঙিমাৰি হাটশিঙিমাৰি
তিনিচুকীয়া জিলা তিনিচুকীয়া তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া
তামুলপুৰ জিলা তামুলপুৰ তামুলপুৰ
ওদালগুৰি জিলা ওদালগুৰি ওদালগুৰি, ভেৰগাঁও
   ভাৰতৰ স্বাধীনতাৰ আগতে পৌৰসভা থকা নগৰ.

টোকা সম্পাদনা কৰক

  • ^1   শিলচৰ পৌৰসভা গঠন, ১৯২২[5]
  • ^2   ধুবুৰী পৌৰসভা গঠন, ১৮৮৩[6]
  • ^3   ডিব্ৰুগড় পৌৰসভা গঠন, ১৮৭৩[7]
  • ^4   গোৱালপাৰা পৌৰসভা গঠন, ১৮৭৫[8]
  • ^5   গোলাঘাট পৌৰসভা গঠন, ১৯২০[9]
  • ^6   যোৰহাট পৌৰসভা গঠন, ১৯০৯[10]
  • ^7A   গুৱাহাটী টাউন কমিটি গঠন, ১৮৫৩[11]
  • ^7B   গুৱাহাটী পৌৰসভা গঠন, ১৮৭৩ *^7C  গুৱাহাটী পৌৰনিগম গঠন, ১৯৭৪[12]
  • ^8   নগাঁও পৌৰসভা গঠন, ১৮৯৩[13]
  • ^9   তেজপুৰ পৌৰসভা গঠন, ১৮৯৪[14]

তথ্য উৎস সম্পাদনা কৰক

  1. "2 New Districts and 24 Sub-divisions in Assam?, Eclectic North–east". 26 January 2016. Archived from the original on 17 January 2017. https://web.archive.org/web/20170117114159/http://eclecticnortheast.in/2-new-districts-and-24-sub-divisions-in-assam/। আহৰণ কৰা হৈছে: 27 January 2016. 
  2. "Assam CM announces creation of 2 New Districts and 24 Subdivisions, Voice of Greater Assam". Staff Reporter. 26 January 2016. http://www.voiceofgreaterassam.com/assam-cm-announces-creation-of-2-new-districts-and-24-sub-divisions/। আহৰণ কৰা হৈছে: 27 January 2016. 
  3. "CM Tarun Gogoi announces 5 new districts in Assam on Independence Day, DNA". PTI – Gauhati. 15 August 2015. http://www.dnaindia.com/india/report-cm-tarun-gogoi-announces-5-new-districts-in-assam-on-independence-day-2114724. 
  4. "Celebrations tempered with caution – Assam CM unwraps gift of new districts. The Telegraph, (Calcutta – Gauhati)". Sumir Karmakar. 15 August 2015. https://www.telegraphindia.com/1150816/jsp/northeast/story_37434.jsp#.WOdNxhIrIcg। আহৰণ কৰা হৈছে: 16 August 2015. 
  5. "Silchar Municipal Board (Silchar Municipality) Assam – Silchar Karimganj Hailakandi". http://silchartoday.com/silchar/silchar-municipal-board-silchar-municipality-assam/। আহৰণ কৰা হৈছে: 5 August 2016. 
  6. "Dhubri Municipal Board". http://www.dhubrimb.org.in/. 
  7. "Dibrugarh Municipal Board". Archived from the original on 2016-06-11. https://web.archive.org/web/20160611150105/http://dibrugarhmunicipality.org.in/। আহৰণ কৰা হৈছে: 2017-08-21. 
  8. "Goalpara Municipal Board-About Us". Archived from the original on 2016-06-25. https://web.archive.org/web/20160625135907/http://goalparamb.org.in/Aboutus.html। আহৰণ কৰা হৈছে: 2017-08-21. 
  9. "AGP lists civic poll candidates (Golaghat Municipal Board)". http://www.telegraphindia.com/1150119/jsp/northeast/story_9079.jsp#.V0OXAZMrIcg। আহৰণ কৰা হৈছে: 5 August 2016. 
  10. "Jorhat Municipal Board(JBM),Jorhat,Assam". Archived from the original on 2016-03-27. https://web.archive.org/web/20160327181336/http://jorhatmunicipalboard.org/jorhat_municipal_board.php। আহৰণ কৰা হৈছে: 2017-08-21. 
  11. Saikia, Dr Jugal (8 April 2016). Economics Of Informal Milk Producing Units In Assam. Notion Press. https://books.google.com/books?id=mJroCwAAQBAJ। আহৰণ কৰা হৈছে: 5 August 2016. 
  12. "History – GMC Portal". Archived from the original on 2016-06-29. https://web.archive.org/web/20160629112827/http://www.gmcportal.in/gmc-web/?page_id=12। আহৰণ কৰা হৈছে: 2017-08-21. 
  13. "Nagaon – History". Archived from the original on 2018-04-18. https://web.archive.org/web/20180418063334/http://nagaon.gov.in/hist.html। আহৰণ কৰা হৈছে: 2017-08-21. 
  14. "About Municipal Board – Tezpur". Archived from the original on 2016-06-24. https://web.archive.org/web/20160624164612/http://www.tezpurmb.co.in/AboutMunicipalBoard.aspx। আহৰণ কৰা হৈছে: 2017-08-21.