৪ জুলাই

তাৰিখ
(০৪ জুলাইৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

৪ জুলাই (ইংৰাজী: 4 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৫তম (অধিবৰ্ষত ১৮৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮০টা দিন বাকী থাকে।

  • ১৭৭৬ - ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ।
  • ১৭৭৬ - জৰ্জ ৱাশ্বিংটনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতিৰ পিতা বুলি স্বীকৃতি।
  • ১৮৮৬ - ফ্ৰান্সে আমেৰিকা যুক্তৰাষ্ট্ৰক ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিয়ে।
  • ১৯০৪ - পানামা খালৰ খনন কাৰ্য আৰম্ভ হৈছিল।
  • ১৯৪৪ - সুভাষচন্দ্ৰ বসুৱে ব্ৰক্ষ্মদেশত স্মৰণীয় আহ্বান জনাইছিল- 'আপোনালোকে মোক তেজ দিয়ক, মই আপোনালোকক স্বাধীনতা দিম।'
  • ১৮০৭ - জুইসেপ্পে গাৰিবালদি, আধুনিক ইটালিৰ নিৰ্মাণ কৰোঁতা আৰু এজন মহান বিপ্লৱী। (মৃঃ ০২-০৬-১৮৮২)
  • ১৮৭২ - কেলভিন কুলিজ্‌, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩০তম ৰাষ্ট্ৰপতি।
  • ১৯২৬ - আল্‌ফ্ৰেড' ডি ষ্টিফান', আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক।

বাহ্যিক সংযোগ

সম্পাদনা কৰক