১৮ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
১৮ অক্টোবৰ (ইংৰাজী: 18 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯১তম (অধিবৰ্ষত ২৯২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৪টা দিন বাকী থাকে।
ঘটনাৱলী সম্পাদনা কৰক
জন্ম সম্পাদনা কৰক
- ১৯২৫ - ইলা মিত্ৰ, ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা৷
- ১৯৬৫ - জাকিৰ আব্দুল কৰিম নাইক, ভাৰতীয় ইছলামিক চিন্তাবিদ, ধৰ্ম প্ৰচাৰক, বক্তা আৰু লেখক।
- ১৯৭৭ - জ্যোতিকা সাৰাৱানন, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৪ - ফ্ৰিডা ছেলেনা পিণ্টো, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯৯ - অস্মিতা চলিহা, ভাৰতীয় বেডমিণ্টন খেলুৱৈ।
মৃত্যু সম্পাদনা কৰক
- ১৮৭১ - চাৰ্লছ বাবেজ, ইংৰাজ গণিতজ্ঞ, আৰু অভিযন্তা। তেখেতে মেকানিকেল কম্পিউটাৰ আবিস্কাৰ কৰিছিল।
- ১৯৩১ - টমাছ আলভা এডিচন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী।
- ২০১৩ - ৰাভুৰি ভৰদ্বাজ, তেলুগু ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক।
দিৱস সম্পাদনা কৰক
- স্বাধীনতা দিৱস (আজেৰবাইজান)।
- বিশ্ব ৰজোনিবৃত্তি দিৱস।
তথ্য সংগ্ৰহ সম্পাদনা কৰক
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৮ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |