২৩ অক্টোবৰ
তাৰিখ
২৩ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৯৬ তম (অধিবৰ্ষত ২৯৭ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৯ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:
- ১৬২৩ খ্ৰীষ্টাব্দৰ এই দিনটোতে হিন্দী কবি তথা হিন্দী ৰামায়ণৰ ৰচয়িতা তুলসী দাসৰ মৃত্যু হয়।
- ১৯৩৯ চনৰ এই দিনটোতে অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী চিগ্মণ্ড ফ্ৰয়েডৰ মৃত্যু হয়।
- ১৯৪০ চনৰ এই দিনটোতে ব্ৰাজিলৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ পেলেৰ জন্ম হয়।
- ১৯৪৩ চনৰ এই দিনটোতে আজাদ হিন্দ ফৌজৰ নাৰী বাহিনী "ঝান্সি ব্ৰিগেড" প্ৰতিষ্ঠা কৰা হয়।
- ১৯৭৪ চনৰ এই দিনটোতে ভাৰতীয় ঔপন্যাসিক অৰবিন্দ আদিগাৰ জন্ম হয়।
- ১৯৮৬ চনৰ এই দিনটোতে সাহিত্যিক তীৰ্থনাথ শৰ্মাৰ মৃত্যু হয়।
- ১৯৮৫ চন এই দিনটোত ভোৰতাল আৰু ওজাপালি নৃত্যৰ অন্যতম ব্যক্তি নৰহৰি বুঢ়া ভকতৰ মৃত্যু হয়।
- ১৯১৪ চনৰ এই দিনটোত কটন কলেজ প্ৰতিষ্ঠাৰ লগত জড়িত হেনৰী কটনৰ মৃত্যু হয়।
- ২০১১ চনত তুৰস্কত হোৱা ভূমিকম্পত ৫৮২ জন লোকৰ মৃত্যু।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৩ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |